Minority Morcha Tamulpur District

  • Home
  • Minority Morcha Tamulpur District

Minority Morcha Tamulpur District ঃ আমাৰ তামুলপুৰ ঃ

26/10/2025
ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মাননীয় সভাপতি শ্ৰীযুত দিলীপ শ‌ইকীয়া ডাঙৰীয়াৰ অনুমোদন মৰ্মে সংখ্যালঘু মৰ্চা, অসম প্ৰদ...
06/10/2025

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মাননীয় সভাপতি শ্ৰীযুত দিলীপ শ‌ইকীয়া ডাঙৰীয়াৰ অনুমোদন মৰ্মে সংখ্যালঘু মৰ্চা, অসম প্ৰদেশৰ সভাপতি শ্ৰীযুত শান্তিয়াজ কুজুৰ ডাঙৰীয়াই সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সমিতিখন ঘোষণা কৰে।কমিটিত স্থান প্ৰাপ্ত আটাইলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

ভাৰতীয় জনতা পাৰ্টি তামুলপুৰ জিলাৰ বাগানপাৰা পৰিষদীয় সমষ্টিৰপৰা নিৰ্বাচিত হোৱা সন্মানীয় শ্ৰী ৰেখা ৰাণী দাস বড়ো বাইদেউ...
26/09/2025

ভাৰতীয় জনতা পাৰ্টি তামুলপুৰ জিলাৰ বাগানপাৰা পৰিষদীয় সমষ্টিৰপৰা নিৰ্বাচিত হোৱা সন্মানীয় শ্ৰী ৰেখা ৰাণী দাস বড়ো বাইদেউ লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।

ভাৰতীয় জনতা পাৰ্টী তামুলপুৰ জিলাৰ অন্তৰ্গত দৰংঙাজুলী আৰু নাগ্ৰীজুলী পৰিষদীয় সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা সন্মানীয় বিজিত...
26/09/2025

ভাৰতীয় জনতা পাৰ্টী তামুলপুৰ জিলাৰ অন্তৰ্গত দৰংঙাজুলী আৰু নাগ্ৰীজুলী পৰিষদীয় সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা সন্মানীয় বিজিত গৌৰা নাৰ্জাৰী আৰু লক্ষী দাস লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো ।

২০২০ চনৰ বিটিচি নিৰ্বাচনৰ তুলনাত ২০২৫ চনৰ নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে অভিলেখ ভংগৰ দিশত...Tamulpr
26/09/2025

২০২০ চনৰ বিটিচি নিৰ্বাচনৰ তুলনাত ২০২৫ চনৰ নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে অভিলেখ ভংগৰ দিশত...Tamulpr

  বাগানপাৰা মণ্ডল সংখ্যালঘু মৰ্চাৰ উদ্যোগত আজি ১৬৩নং সংখ্যালঘু অঞ্চলত এখন নিৰ্বাচনী সভা অনুস্থিত কৰা হয়। সভাখনত উপস্থিত...
16/09/2025




বাগানপাৰা মণ্ডল সংখ্যালঘু মৰ্চাৰ উদ্যোগত আজি ১৬৩নং সংখ্যালঘু অঞ্চলত এখন নিৰ্বাচনী সভা অনুস্থিত কৰা হয়। সভাখনত উপস্থিত থাকে তামুলপুৰ জিলাৰ সংখ্যালঘু মৰ্চাৰ সভাপতি ইমামুদ্দিন আহমেদ ডাঙৰীয়া , ড লগতে জিলা,মণ্ডলৰ বিষয় ববিয়া সকল।
BJP Tamulpur District Narayan Deka, Barkhetri
Rekha Rani Das Boro Victor Kumar Das Rajesh Boro Emam Ahmed

বাগানপাৰা মণ্ডল সংখ্যালঘু মৰ্চাৰ উদ্যোগত আজি 105 ,106,107 নং সংখ্যালঘু অঞ্চলত নিৰ্বাচনী সভা অনুস্থিত কৰা হয়। সভাখনত উপস...
15/09/2025

বাগানপাৰা মণ্ডল সংখ্যালঘু মৰ্চাৰ উদ্যোগত আজি 105 ,106,107 নং সংখ্যালঘু অঞ্চলত নিৰ্বাচনী সভা অনুস্থিত কৰা হয়। সভাখনত উপস্থিত থাকে তামুলপুৰ জিলাৰ সংখ্যালঘু মৰ্চাৰ সভাপতি ইমামুদ্দিন আহমেদ ডাঙৰীয়া লগতে মণ্ডল, জিলাৰ বিষয়ববীয়া ।

বাগানপাৰা মণ্ডল সংখ্যালঘু মৰ্চাৰ উদ্যোগত আজি ভেৰভেৰী,গড়ভিতৰত এখন নিৰ্বাচনী সভা অনুস্থিত কৰা হয়। সভাখনত উপস্থিত থাকে তা...
13/09/2025

বাগানপাৰা মণ্ডল সংখ্যালঘু মৰ্চাৰ উদ্যোগত আজি ভেৰভেৰী,গড়ভিতৰত এখন নিৰ্বাচনী সভা অনুস্থিত কৰা হয়। সভাখনত উপস্থিত থাকে তামুলপুৰ জিলাৰ সংখ্যালঘু মৰ্চাৰ সভাপতি ইমামুদ্দিন আহমেদ ডাঙৰীয়া লগতে জিলা,মণ্ডলৰ বিষয় ববিয়া সকল .

Address


Website

Alerts

Be the first to know and let us send you an email when Minority Morcha Tamulpur District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your organization to be the top-listed Government Service?

Share