No.28 Goibari Block UPPL

No.28 Goibari Block UPPL United Peoples Party Liberal

05/08/2026
আজি UPPLৰ 11 সংখ্যক প্ৰতিষ্ঠা দিৱসটি তামুলপুৰ জিলা UPPLৰ কাৰ্যালয়ত উদযাপন কৰা হয়।दिनै 11थि UPPL दोलोनि गोथार गायसनथाइ ...
05/08/2026

আজি UPPLৰ 11 সংখ্যক প্ৰতিষ্ঠা দিৱসটি তামুলপুৰ জিলা UPPLৰ কাৰ্যালয়ত উদযাপন কৰা হয়।
दिनै 11थि UPPL दोलोनि गोथार गायसनथाइ जोनोम सान खौ तामुलपुर जिल्लानि UPPL नि गाहाय मावखुलियाव गाजा गोमजायै फालियो।
Pramod Boro United People's Party Liberal -UPPL
,

01/08/2026
আজি UPPLএ কোকৰাঝাৰ জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি শ্ৰী ফুংখা বসুমতাৰীৰ নিষ্ঠুৰ...
31/07/2026

আজি UPPLএ কোকৰাঝাৰ জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি শ্ৰী ফুংখা বসুমতাৰীৰ নিষ্ঠুৰ হত্যাকাণ্ড সন্দৰ্ভত কেইবাটাও দাবী উত্থাপন কৰে। দাবী সমূহ তলত উল্লেখ কৰা হ'ল।

1. অতিশীঘ্ৰে ন্যায়ীক তদন্ত কৰি অপৰাধীক শাস্তি দি ভূক্তভোগীক ন্যায় প্ৰদান কৰিব লাগে।
2. ⁠মৃতকৰ নিকট আত্মীয়লৈ ₹10 লাখ টকাৰ ক্ষতিপূৰণ।
4. ⁠ভুক্তভোগীৰ পৰিয়ালৰ এজন যোগ্য সদস্যক চৰকাৰী চাকৰি দিব লাগে।
United People's Party Liberal -UPPL Pramod Boro

Address

Tamulpur
Tamulpur

Telephone

+918822181595

Website

Alerts

Be the first to know and let us send you an email when No.28 Goibari Block UPPL posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share