BJYM Khalingduar Mandal

  • Home
  • BJYM Khalingduar Mandal

BJYM Khalingduar Mandal Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BJYM Khalingduar Mandal, Political organisation, Khalingduar BJP Head office,Tangla, .

ভাৰতীয় জনতা যুৱ মৰ্চা খালিংদুৱাৰ মণ্ডলৰ সভাপতি তথা ৰতনপুৰ V.C.D.C. ৰ  অধ্যক্ষ Nirmal Boro  দেৱৰ শুভ জন্মদিনৰ আন্তৰিক শু...
03/01/2026

ভাৰতীয় জনতা যুৱ মৰ্চা খালিংদুৱাৰ মণ্ডলৰ সভাপতি তথা ৰতনপুৰ V.C.D.C. ৰ অধ্যক্ষ Nirmal Boro দেৱৰ শুভ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আশা কৰোঁ আজিৰ এই বিশেষ মূহুৰ্তত আপোনাৰ জীৱনলৈ সীমাহীন সুখ, মৰম, আনন্দ আৰু সফলতা কঢ়িয়াই আনক তাৰে কামনাৰে আপোনালৈ শুভ জন্মদিন।
BJP Udalguri District
BJP Khalingduar Mandal

ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ সভাপতি মাননীয় শ্ৰী যুত ৰাকেশ দাস ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে  আৰু ভৰতীয় জনতা পাৰ্টী ওদা...
30/10/2025

ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ সভাপতি মাননীয় শ্ৰী যুত ৰাকেশ দাস ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আৰু ভৰতীয় জনতা পাৰ্টী ওদালগুৰি জিলা সমিতিৰ সভাপতি মাননীয় শ্ৰী যুত সুনিল কুমাৰ বসুমতাৰী ডাঙৰীয়াৰ লগতে ওদালগুৰি জিলা যুৱ মৰ্চাৰ সভাপতি মাননীয় শ্ৰী যুত সমৰ হাজৰিকা ডাঙৰীয়াৰ অনুমোদন সাপেক্ষে খালিংদুৱাৰ মণ্ডলৰ যুৱ মৰ্চাৰ সভাপতিৰ দায়িত্ব পোৱা Nirmal Boro ডাঙৰীয়ালৈ আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিলোঁ।
Bjym Udalguri District
BJYM Assam

03/10/2025
আজি খালিংদুৱাৰ মণ্ডল জনতা যুৱ মৰ্চাই ৰূপাখাত ভি চি দি চি ৰ অন্তৰ্গত বিভিন্ন অঞ্চলত প্ৰচাৰ অভিযান চলায় ।BJP Assam Prades...
09/09/2025

আজি খালিংদুৱাৰ মণ্ডল জনতা যুৱ মৰ্চাই ৰূপাখাত ভি চি দি চি ৰ অন্তৰ্গত বিভিন্ন অঞ্চলত প্ৰচাৰ অভিযান চলায় ।
BJP Assam Pradesh
BJYM Assam
Himanta Biswa Sarma
Dilip Saikia
Arpana Medhi
BJP Khalingduar Mandal
Nirmal Boro
Rudra Boro
Samar Hazarika

Address

Khalingduar BJP Head Office,Tangla

Telephone

+917002263072

Website

Alerts

Be the first to know and let us send you an email when BJYM Khalingduar Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your organization to be the top-listed Government Service?

Share