Teok Cloth Bank টীয়ক ক্লথ বেংক

  • Home
  • India
  • Teok
  • Teok Cloth Bank টীয়ক ক্লথ বেংক

Teok Cloth Bank টীয়ক ক্লথ বেংক টীয়ক ক্লথ বেংক, স্থাপিত-২০২৩
- মানুহে মানুহৰ বাবে....

টীয়ক ক্লথ বেংকতাৰিখ:২৩ আগষ্ট ২০২৬স্থান: শিৱসাগৰ, শিমলুগুৰি অভয়পুৰীয়া গাঁও২০২৬ বর্ষৰ শেষৰটো বান সাহায্য কাৰ্যসূচীপ্ৰায় ৭০...
25/08/2026

টীয়ক ক্লথ বেংক
তাৰিখ:২৩ আগষ্ট ২০২৬
স্থান: শিৱসাগৰ, শিমলুগুৰি অভয়পুৰীয়া গাঁও

২০২৬ বর্ষৰ শেষৰটো বান সাহায্য কাৰ্যসূচী

প্ৰায় ৭০ টা পৰিয়ালক টুল, কাঁহী-বাতি, বস্ত্ৰ, চেন্ডেল, নেপকিন দিয়া হয়।

ছাত্ৰ-ছাত্ৰী সকলক শৈক্ষিক সামগ্ৰী প্ৰদান কৰা হয়।

১৬ খন গাওঁত টীয়ক ক্লথ বেংকৰ ফালৰ পৰা বান সাহায্য প্ৰদান কৰি এই বৰ্ষ এই কাৰ্যসূচী সামৰণি মাৰিছোঁ।

সকলো ৰাইজলৈ ধন্যবাদ আমাক ইমান সহায়-সহযোগিতা আৰু বিশ্বাস কৰাৰ বাবে।

Teok Cloth Bank টীয়ক ক্লথ বেংক

শিমলুগুৰি অভয়পুৰীয়া গাঁওৰ একেখন ঘৰৰে চাৰি সদস্য পানীত উটি মৃত্যু হোৱা ঘৰখনত টীয়ক ক্লথ বেংকৰ সদস্য সকল
23/08/2026

শিমলুগুৰি অভয়পুৰীয়া গাঁওৰ একেখন ঘৰৰে চাৰি সদস্য পানীত উটি মৃত্যু হোৱা ঘৰখনত টীয়ক ক্লথ বেংকৰ সদস্য সকল

23/08/2026
টীয়ক ক্লথ বেংকৰ এই বৰ্ষৰ শেষৰটো বান সাহায্য কাৰ্যসূচীস্থান: শিৱসাগৰ শিমলুগুৰি অভয়পুৰীয়া গাঁও23-8-2026
23/08/2026

টীয়ক ক্লথ বেংকৰ এই বৰ্ষৰ শেষৰটো বান সাহায্য কাৰ্যসূচী
স্থান: শিৱসাগৰ শিমলুগুৰি অভয়পুৰীয়া গাঁও
23-8-2026

আজি উৎপল দুৱৰাই  আমাৰ ক্লথ বেংকলৈ দেওবাৰৰ কাৰ্যসূচী বাবে কিছু সামগ্ৰী প্ৰদান কৰিলে। ধন্যবাদ জনালোঁ।
21/08/2026

আজি উৎপল দুৱৰাই আমাৰ ক্লথ বেংকলৈ দেওবাৰৰ কাৰ্যসূচী বাবে কিছু সামগ্ৰী প্ৰদান কৰিলে। ধন্যবাদ জনালোঁ।

টীয়ক ক্লথ বেংক১৬ আগষ্ট ২০২৬স্থান: যোৰহাট এলেংমৰা, ক'লাই চুক, কাটিৰাম চুক(আংশিক)ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰায় ২০০ মানুহক আজি স...
20/08/2026

টীয়ক ক্লথ বেংক
১৬ আগষ্ট ২০২৬
স্থান: যোৰহাট এলেংমৰা, ক'লাই চুক, কাটিৰাম চুক(আংশিক)

ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰায় ২০০ মানুহক আজি সামগ্ৰী (নতুন বস্ত্ৰ, খাদ্য সামগ্ৰী, চেনিটেৰী পেড, মহিলাৰ ইনাৰ) প্ৰদান কৰোঁ।
ছাত্ৰ-ছাত্ৰী সকলক শৈক্ষিক সামগ্ৰী দিয়া হয়।

আমাৰ কাৰ্যসূচীত
এলেংমৰা সোণাৰী গাওঁ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক খগেন হাজৰিকা
প্ৰধান শিক্ষক আৰু সহ শিক্ষক হেমন্ত বৰাই
সহযোগিতা কৰে।

কাৰ্যসূচীত আমাৰ টীয়ক ক্লথ বেংকৰ প্ৰায় ১৫ জন মান সদস্য-সদস্যাই সহযোগিতা কৰে।
যিসকল ব্যক্তিয়ে আমাৰ এই কাৰ্যসূচীলৈ সহযোগিতা আগবঢ়ালে ধন্যবাদ জনালোঁ সকলোলৈকে।

ধন্যবাদ🙏

Address

Jorhat Teok
Teok

Website

Alerts

Be the first to know and let us send you an email when Teok Cloth Bank টীয়ক ক্লথ বেংক posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category