Prithiraj Rava MLA, Tezpur

Prithiraj Rava MLA, Tezpur Prithiraj Rabha

আজি তেজপুৰ পৌৰসভা কাৰ্যালয়ত পৌৰসভাৰ বিষয়ববীয়া সকলৰ উপস্থিতিত তেজপুৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনাত মিলিত হও
29/08/2026

আজি তেজপুৰ পৌৰসভা কাৰ্যালয়ত পৌৰসভাৰ বিষয়ববীয়া সকলৰ উপস্থিতিত তেজপুৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনাত মিলিত হও

আজি ডেকাৰ গাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা কমিটি বিষয়ববীয়া সকলৰ সৈতে হোৱা এখন সভাত উপস্থিত থাকো
29/08/2026

আজি ডেকাৰ গাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা কমিটি বিষয়ববীয়া সকলৰ সৈতে হোৱা এখন সভাত উপস্থিত থাকো

28/08/2026

তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী উপলক্ষে শোণিতপুৰ জিলা বিদ্যালয় ভিত্তিত অনুষ্ঠিত কৰা সমাবেত কণ্ঠৰ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত উপস্থিত থাকো

27/08/2026

আজি তেজপুৰ দৰ্জীপট্টীত আৰিয়ান ক্লাবৰ উদ্যোগত অনুষ্ঠিত কেৰম প্ৰতিযোগিতাত উপস্থিত থাকো। আজিৰে পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতা অহা ৩০ আগষ্টত সমাপ্ত হ'ব।

27/08/2026

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত আজি তেজপুৰৰ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় "খেল' ইণ্ডিয়া ডায়েল'গ"।য'ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভিডিঅ' কনফাৰেন্সযোগে দৰং মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে কথা পাতে। অনুষ্ঠানত উপস্থিত থাকি শিক্ষাৰ্থী সকলৰ সৈতে মত বিনিময় কৰো।

23/08/2026

চিত্ৰবন বাকৰি, তেজপুৰত
অসম হেণ্ডবল সন্থাৰ তত্ত্বাৱধানত লগতে শোণিতপুৰ জিলা হেণ্ডবল আৰু বিচ হেণ্ডবল সন্থা (SDHBA) ৰ উদ্যোগত ২১ আগষ্টৰ পৰা ২৩ আগষ্টলৈ অনুষ্ঠিত ৩১তম জুনিয়ৰ গাৰ্লছ আন্তঃজিলা হেণ্ডবল চেম্পিয়নশ্বিপৰ আজি চূড়ান্ত প্ৰতিযোগীতা গুৱাহাটী আৰু চৰাইদেউ ৰ মাজত অনুষ্ঠিত হয়। চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় চৰাইদেউ জিলাৰ দলটিয়ে। অনুষ্ঠানত উপস্থিত থাকি বিজয়ী দলক পুৰস্কৃত কৰো

22/08/2026

আজি পুৱা অসম হেণ্ডবল এছ'চিয়েচনৰ অধীনত, শোণিতপুৰ জিলা হেণ্ডবল আৰু বিচ হেণ্ডবল এছ’চিয়েচন (SDHBA)ৰ উদ্যোগত
২১ আগষ্টৰ পৰা ২৩ আগষ্টলৈ তেজপুৰ চিত্ৰবন বাকৰিত অনুষ্ঠিত ৩১ সংখ্যক জুনিয়ৰ ছোৱালীৰ আন্তঃজিলা হেণ্ডবল চেম্পিয়নশ্বিপত উপস্থিত থাকো।

17/08/2026

তেজপুৰবাসীৰ আশীষ বিচাৰি 🙏
Mission chariali Market

17/08/2026

আজি তেজপুৰ মিছন চাৰিআলি সাপ্তাহিক বজাৰত অতিকৈ সুলভ মূল্যৰ বিপনী " অনুভা " ৰ শুভ উদ্বোধন কৰা হয়। আৰ্থিক ভাবে দুৰ্বল লোক সকলৰ সুবিধাৰ্থে মোৰ সহধৰ্মিনীয়ে আজি উদ্বোধন কৰে " অনুভা "।
ব্যৱহৃত বস্ত্ৰ প্ৰতি বয়সৰ লোকৰ বাবে আপোনালোকে এই বিপনীত দি যাব পাৰিব আৰু আমি অতি সুলভ মূল্যত প্ৰয়োজন সাপেক্ষে যিয়ে এই বিপনীৰ পৰা ক্ৰয় কৰিব বিচাৰে তেওঁলোকক প্ৰদান কৰিম

16/08/2026

কালিলৈ দিনৰ ১১ বজাত শুভ উদ্বোধন হ'ব লগীয়া অনুভা বিপনীৰ উদ্বোধনী অনুষ্ঠানত সমুহ তেজপুৰ বাসী ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলো 👏

Address

Tezpur
63

Website

Alerts

Be the first to know and let us send you an email when Prithiraj Rava MLA, Tezpur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share