BJP Sonitpur District

BJP Sonitpur District To mobilize the vision, philosophy and the words of honorable NaMo to the last person of the society

vision with Mission Congress Mukt Corrupt free Assam,Contact(Optional)8811836885

06/09/2026
06/09/2026

কংগ্ৰেছৰ শাসনকালত চোৰাং চিকাৰীয়ে ধাৰাবাহিকভাৱে হত্যা কৰা কাজিৰঙাৰ এশিঙীয়া গঁড়বোৰ বিজেপি চৰকাৰৰ দিনত সুৰক্ষিত হৈ আছে।

শুভ দেওবাৰ..আজি পৱিত্ৰ দেওবাৰৰ এই শুভক্ষণত সূৰ্যদেৱৰ আশীৰ্বাদেৰে সকলোৰে জীৱন পোহৰ আৰু আশাৰে ভৰি পৰক। 🙏ভগৱান সূৰ্যদেৱে সক...
06/09/2026

শুভ দেওবাৰ..

আজি পৱিত্ৰ দেওবাৰৰ এই শুভক্ষণত সূৰ্যদেৱৰ আশীৰ্বাদেৰে সকলোৰে জীৱন পোহৰ আৰু আশাৰে ভৰি পৰক। 🙏
ভগৱান সূৰ্যদেৱে সকলোৰে মনৰ অন্ধকাৰ দূৰ কৰি সুস্বাস্থ্য, শান্তি, শক্তি আৰু সমৃদ্ধিৰে জীৱন আলোকিত কৰক—এয়াই আমাৰ আন্তৰিক প্ৰাৰ্থনা।
সকলোলৈকে শুভ দেওবাৰৰ আন্তৰিক শুভেচ্ছা।
🙏 ওঁ সূৰ্যায় নমঃ 🙏

ভাৰতবৰ্ষৰ প্ৰথম গৰাকী উপ ৰাষ্ট্ৰপতি তথা দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি, মহান দাৰ্শনিক, শিক্ষাবিদ, চিন্তাবিদ আৰু লেখক ড° সৰ্বেপ...
05/09/2026

ভাৰতবৰ্ষৰ প্ৰথম গৰাকী উপ ৰাষ্ট্ৰপতি তথা দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি, মহান দাৰ্শনিক, শিক্ষাবিদ, চিন্তাবিদ আৰু লেখক ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ সোঁৱৰণত ১৯৬২ চনৰ পৰা ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে।

শিক্ষকসকল সমাজৰ অভিভাৱকস্বৰূপ । এজন শিক্ষক ছাত্ৰৰ ভৱিষ্যত জীৱনক পূৰ্ণাংগ কৰি তুলিব পৰা ক্ষমতাৰ অধিকাৰী। সমাজ আৰু জীৱন নিৰ্মাণত অগ্ৰণী ভূমিকা লোৱা প্ৰতিগৰাকী শিক্ষকলৈ আমাৰ আন্তৰিক শুভেচ্ছা তথা প্ৰণাম যাচিলোঁ।

যিজনে কাৰো মনত আঘাত নিদিয়ে, আনৰ কথাৰ দ্বাৰা বিচলিত নহয়, সুখে-দুখে আৰু চিন্তাই-চেতনাই সমভাৱ ৰাখে; তেওঁ মোৰ অতি প্রিয়।  —শ...
05/09/2026

যিজনে কাৰো মনত আঘাত নিদিয়ে, আনৰ কথাৰ দ্বাৰা বিচলিত নহয়, সুখে-দুখে আৰু চিন্তাই-চেতনাই সমভাৱ ৰাখে; তেওঁ মোৰ অতি প্রিয়।

—শ্ৰীমদ্ভাগৱতগীতা

04/09/2026

মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত প্ৰতিদিনে লিপিবদ্ধ হৈছে ৰূপান্তৰৰ নতুন অধ্যায়।

04/09/2026

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)-ই শ্ৰীহৰিকোটাৰ পৰা GSLV-F17 ৰকেটৰ সফল উৎক্ষেপণৰ জৰিয়তে ২,৩৬৭ কিলোগ্ৰাম ওজনৰ EOS-05 ভূ-পৰ্যবেক্ষণ উপগ্ৰহটো সফলভাৱে কক্ষপথত স্থাপন কৰিছে।
ভূ-স্থিৰ কক্ষপথত অৱস্থান কৰিবলগীয়া এই উপগ্ৰহটোৱে কৃষি, বতৰ নিৰীক্ষণ আৰু দুৰ্যোগ ব্যৱস্থাপনা আদি গুৰুত্বপূৰ্ণ ক্ষেত্ৰত তথ্য আৰু সেৱা আগবঢ়াব।
এই সফলতাই ভাৰতৰ মহাকাশ সক্ষমতাক অধিক শক্তিশালী কৰাৰ লগতে আত্মনিৰ্ভৰ ভাৰতৰ মহাকাশ যাত্ৰাক নতুন গতি প্ৰদান কৰিছে।

অপ্ৰতিৰোধ্য ভাৰত...শক্তিশালী ভাৰতৰ নেতৃত্ব, শক্তিশালী ভাৰতৰ অৰ্থনীতি।বৈশ্বিক বজাৰ অনিশ্চয়তাৰ মাজত থকাৰ পিছতো প্ৰধানমন্ত...
04/09/2026

অপ্ৰতিৰোধ্য ভাৰত...

শক্তিশালী ভাৰতৰ নেতৃত্ব, শক্তিশালী ভাৰতৰ অৰ্থনীতি।

বৈশ্বিক বজাৰ অনিশ্চয়তাৰ মাজত থকাৰ পিছতো প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতৰ অৰ্থনৈতিক ভেটি অধিক শক্তিশালী হৈ উঠিছে।

• Q1 FY27-ত 7.8% GDP বৃদ্ধি।

• অৰ্থনৈতিক স্থিৰতা আৰু বৃদ্ধিৰ প্ৰতিফলন হিচাপে JCRA ৰেটিং ‘A-’লৈ উন্নীত।

• 729.3 বিলিয়ন ডলাৰৰ অভিলেখসংখ্যক বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ, যিয়ে ভাৰতৰ বিত্তীয় স্থিতিস্থাপকতা অধিক শক্তিশালী কৰিছে।

আজি ভাৰতীয় জনতা পাৰ্টি, শোণিতপুৰ জিলা মুখ্য কাৰ্যালয়ত বিজেপি অসম প্ৰদেশৰ অন্যান্য পিছপৰা শ্ৰেণী (OBC) মৰ্চাৰ ৰাজ্যিক স...
03/09/2026

আজি ভাৰতীয় জনতা পাৰ্টি, শোণিতপুৰ জিলা মুখ্য কাৰ্যালয়ত বিজেপি অসম প্ৰদেশৰ অন্যান্য পিছপৰা শ্ৰেণী (OBC) মৰ্চাৰ ৰাজ্যিক সভাপতি শ্ৰী সুভাষ দত্ত ডাঙৰীয়াই এখন বিশেষ সাংগঠনিক সভাত অংশগ্ৰহণ কৰে।
মৰ্চাৰ জিলা সভাপতি শ্ৰী ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জিলা সভানেত্ৰী শ্ৰীমতী মধুস্মিতা হাজৰিকা ডেকা ডাঙৰীয়ানীসহ মণ্ডল, জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ বিষয়ববীয়া তথা কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে।
সভাত সংগঠন শক্তিশালী কৰা, তৃণমূল পৰ্যায়ত মৰ্চাৰ কাৰ্যকলাপ অধিক সক্ৰিয় কৰা আৰু জনসাধাৰণৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰি
আগন্তুক দিনত দলৰ ভেটি আৰু অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
Dilip Saikia
BJP Assam Pradesh

Address

Tezpur
784001

Website

Alerts

Be the first to know and let us send you an email when BJP Sonitpur District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share