27/05/2025
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱ নিযুক্ত সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক দৰং জিলা কংগ্ৰেছ কমিটিৰ কোষাধ্যক্ষ আইনুল হক ডাঙৰীয়া আৰু নৱ নিযুক্ত আঞ্চলিক সদস্য( Councillor) সমূহে সংবাদ মেল আয়োজন কৰি আন্তৰিক অভিনন্দন জ্ঞাপন কৰে,।।