Utpal Kalita

Utpal Kalita Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Utpal Kalita, Political organisation, Tihu, Tihu.

আজি গান্ধী জয়ন্তীৰ শুভক্ষণত ভাৰতৰ জাতীয় পিতৃ পুৰুষ তথা অহিংস আন্দোলনৰ আৰাধ্যা মহা পুৰুষজনক শ্ৰদ্ধাৰে সুঁৱৰিছো৷          ...
02/10/2020

আজি গান্ধী জয়ন্তীৰ শুভক্ষণত ভাৰতৰ জাতীয় পিতৃ পুৰুষ তথা অহিংস আন্দোলনৰ আৰাধ্যা মহা পুৰুষজনক শ্ৰদ্ধাৰে সুঁৱৰিছো৷
তেখেতৰ জীৱন আদৰ্শই প্ৰতিজন ভাৰতীয়ৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰক তাকেই কামনা কৰিছো ৷

02/07/2020

24/04/2020

প্ৰতিযোগীৰ ক্ৰমাংক : ৬১

নাম : ডায়েনা শাণ্ডিল্য

ঠিকনা : টিহু টাউন, নলবাৰী

বয়স : ১৬ বছৰ।

আগন্তুক ৰঙালী বিহু উপলক্ষে মুক্ত বিহংগ পেজে এখনি ফটো প্ৰতিযোগিতা আয়োজন কৰিছো।

( যুৱক – যুৱতী সকলোৱে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব )

প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে আপোনাৰ এখনি উন্নতমানৰ ফটো আমালৈ প্ৰেৰণ কৰক......

(Whatsapp number- ৯৬৭৮৯৭৯৮৭৩)

(ইয়াত প্ৰকৃততে যুৱক যুৱতী সকলৰ বাবেহে প্ৰতিযোগীতাখনি অনুষ্ঠিত কৰা হৈছে, তথাপিও কোনোৱাই যদি কন কন মাইনাহঁতৰ ফটো দিব বিচাৰে দিব পাৰে। শ্ৰেষ্ঠ প্ৰতিযোগী গৰাকীক মুক্ত বিহংগ পেজটিৰ তৰফৰ পৰা পুৰস্কৃত কৰা হব। ফটো ৰ ক্ষেত্ৰত তেওঁলোকৰ বাবে কোনো ধৰাবন্ধা নাই। )

● প্ৰতিযোগিতাৰ নিয়মাৱলী –

●ফটোসমূহ মাৰ্জিত সাজপাৰ হ'ব লাগিব ।

● ইডিট ( Edit ) কৰা ফটো গ্ৰহণ কৰা নহ'ব ।

●প্ৰতিযোগীসকলে তেওঁলোকৰ ফটো সমূহৰ লগতে তেওঁলোকৰ নাম, বয়স, ঠিকনা সম্পূৰ্ণৰূপে পঠিয়াব লাগিব ।

●আমাৰ পেজটিত ফটো uplode দিয়াৰ পিছত লাইক, কমেন্ট আৰু শ্বেয়াৰ ৰ সহায়ত ভোট গণনা কৰা হ'ব ।
Like = 1 Point,
1 Comment = 2 Point,
1 Share = 3 Point.

●আপোনালোকৰ ফটোসমূহ আমাৰ পেজৰ পৰা শ্বেয়াৰ হ'ব লাগিব । এজন ব্যক্তিয়ে এখন ফটো কেৱল এবাৰ হে শ্বেয়াৰ কৰিব পাৰিব ।



● আপোনালোকৰ ফটো সমূহ মুক্ত বিহংগ ফেচবুকত পেজটিত উপলব্ধ হ'ব ।

● ২৫ এপ্ৰিল তাৰিখে আমাৰ এই মুক্ত বিহংগ পেজ Instagram, Share chat, Facebook,Helo app আৰু মুক্ত বিহংগ WhatsApp গ্ৰুপত ফলাফল ঘোষণা কৰা হ'ব ।

● এই প্ৰতিযোগিতাত ৩জন প্ৰতিযোগী নিৰ্বাচন কৰা হ'ব ।


■ উপহাৰ হিচাপে এজন বিজয়ী প্ৰতিযোগী ৰ ফটো মুক্ত বিহংগ ফেচবুক পেজটিৰ কভাৰ ফটো হিচাপে দুটা মাহৰ বাবে ৰখা হ'ব ।
লগতে এটাকৈ সৰু আকৰ্ষণীয় উপহাৰ তিনিও জনকে প্ৰদান কৰা হ'ব।

■ সমূহ অংশগ্ৰহণকাৰীলৈ মুক্ত বিহংগ পেজ ৰ তৰফৰ পৰা শুভেচ্ছা থাকিল ।

26/09/2019
16/07/2019

Address

Tihu
Tihu
781372

Telephone

+91 6001482323

Website

Alerts

Be the first to know and let us send you an email when Utpal Kalita posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share