Riki

Riki 2 No Sapkait Ward 161 No Booth .

Riki Deb : Social Media Dillibari G.P
91 No Tingkhong Vidhan Sabha MLA and Assam Government Minister Bimal Borah Supporter for BJP

01/02/2026

.garg .s.garg

অসহনীয় অকল্পনীয় আমি স্তব্ধ....
যোৱা কালি টিংখাং আঞ্চলিক ছাত্ৰ সন্থা আৰু টিংখাং মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যোৱা ইংৰাজী ২২/০৯/২০২৫ তাৰিখে লিখা সেই পৰিৱেশত টিংখাং মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী গীতা বাইদেউৱে তেওঁৰ যি মনলৈ আহিছিল তাকেই লিখিছিল কালি তেওঁ অমৰ শিল্পী গৰাকীলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছে। এইয়া কবিতা নহবও পাৰে মাত্ৰ তেওঁৰ মনৰ কথা জুবিন গাৰ্গ কেৱল এটা নাম নহয় আমি তেওঁক জিবীত কালত জুবিন গাৰ্গক আমি এটা অনুষ্ঠান বুলি কৈছিলোঁ কিন্ত এতিয়া জুবিন গাৰ্গে অনুষ্ঠানৰ পৰা ৰূপান্তৰিত হৈছে দেৱতা লৈ দেৱতাৰ শাৰীলৈ। আমি সকলোৱে জানো তেখেতৰ সমাধি বা তেখেতৰ জুবিন ক্ষেত্ৰ এতিয়া পবিত্ৰ ধামলৈ পৰিণত হৈছে। গীতা বাইদেউৱে লিখা ''অনিৰুদ্ধ কণ্ঠ'' আপোনালোকৰ মাজত আগবঢ়ালোঁ।

31/01/2026

আবেগিক এক সময় .....

31/01/2026

Drop a heart ❤️ for .garg da! Broke record with biggest faneral gathering in the world 🌎 period Mayabini Zubeen Garg Assam

30/01/2026

নতুন দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত হোৱা ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা ২০২৫ উপলক্ষে আয়োজিত 'অসম দিৱস' অনুষ্ঠানত অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্রী শ্ৰীযুত বিমল বড়া ডাঙৰীয়া, ৰাজ্য সভাৰ মাননীয় সাংসদ শ্ৰীযুত ৰামেশ্বৰ তেলী ডাঙৰীয়াকে প্ৰমুখ্য কৰি বহুকেইজন ব্যক্তিয়ে অসমৰ প্ৰতিনিধি ৰূপে উপস্থিত থাকে।



30/01/2026

যোৱা কালি অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী শ্ৰীযুত বিমল বড়া ডাঙৰীয়াই অৰুণোদই ২.০ বাদ পৰা মহিলা সকলক ৩.০ যাতে নাম অন্তৰ্ভুক্ত কৰা হয় তাৰ উদেশ্যে যোৱা কালি ২ নং সাপকাঁইট ৱাৰ্ডৰ ১৬৩ নং বুথত গৈ মহিলা সকলৰ সতে মত বিনিময় কৰাৰ মুহুৰ্তত।



.radhargogoi .bjp

29/01/2026

যোৱা কালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত অসম কেবিনেট বৈঠকত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী সন্মানীয় বিমল বড়া ডাঙৰীয়া সৈতে তেখেতৰ সতীৰ্থ মন্ত্ৰীসকলেও অংশগ্ৰহণ কৰে। বৈঠকৰ অন্তত কেবিনেট সিদ্ধান্তসমূহৰ বিষয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সম্বোধন কৰা সংবাদমেলত উপস্থিত থাকে।






29/01/2026

.garg
বিদায় জুবিনদা….
তোমাৰ সুৰত সজীৱ হৈ উঠিছিল আমাৰ জীৱনৰ প্ৰতিটো ক্ষণ।
তোমাৰ গীতত পাওঁ আমাৰ আশা, সাহস, প্ৰেম আৰু জীৱনৰ গভীৰ অৰ্থ।
অভিমান, সুখ-দুখ, মমতা– সকলোতে তুমি আছিলা আমাৰ হৃদয়ৰ এটা অংশ।

আজি তুমি নাথাকিলেও, তোমাৰ কণ্ঠৰ সুৰ, তোমাৰ হৃদয়স্পৰ্শী গীত আৰু উজ্বল ব্যক্তিত্ব আমাৰ মাজতে চিৰকাল সজীৱ হৈ থাকিব।
জনতাৰ মনত তুমি অমৰ হৈ থাকিবা৷

যোৱা কালি যোৰহাটত তোমাৰ ১৩ দিনীয়া মাংগলিক কাৰ্য্যসূচী আৰু ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সৰ্বতোপ্ৰকাৰে সফল হৈ উঠিল,তোমাৰ পৰিয়াল অজস্ৰ অনুৰাগী আৰু তোমাৰ প্ৰিয় ঠাই যোৰহাটৰ ৰাইজৰ প্ৰচেষ্টাৰ ফলত৷ শেষত তোমাক প্ৰিয় গীত “মায়াবিনি ৰাতিৰ বুকুত“ গীতেৰে শেষ বিদায় জনাই অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী সন্মানীয় বিমল বড়া ডাঙৰীয়াই।
মায়াবিনী ৰাতিৰ বুকুত
দেখা পালোঁ তোমাৰ ছবি
ধৰা দিলা গোপনে আহি
হিয়াৰ কোণত…
তুমি যে মোৰ শুকান মনত
নিয়ৰৰে চেঁচা টোপাল
নামি অহা, ৰ’দৰে নৈ
মোৰ দেহত প্ৰতি পুৱা
ধুমুহাৰ স’তে মোৰ
বহু যুগৰে নাচোন
এন্ধাৰো সঁচা মোৰ
বহু দিনৰে আপোন
নিজানৰ গান মোৰ
শেষ হ’ব
ভাবোঁ তোমাৰ বুকুত.......

29/01/2026

Rongali Utsav 2022

28/01/2026

মাননীয় অসমৰ যশস্বী স্বনামধন্য মূখ্যমন্ত্ৰী ড৹ মামাক মৰাণত আদৰি অনাৰ কিছু সুন্দৰ মূহুৰ্তৰ.....

Address

2 No Sapkait
Tinkhong

Website

Alerts

Be the first to know and let us send you an email when Riki posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share