Udalguri District Youth Congress Supporters

Udalguri District Youth Congress Supporters political party

29/07/2026

অসমৰ বুকুত নামি অহা এই ভয়ংকৰ বানপানীয়ে কেৱল ঘৰ-দুৱাৰেই উটুৱাই নিয়া নাই, বহু পৰিয়ালৰ সপোন, হাঁহি আৰু জীৱনযুঁজৰ ভৰসাও কঢ়িয়াই লৈ গৈছে।🥹

আজি সেই অসহায় পৰিয়ালসমূহৰ কাষত উপস্থিত হৈ তেওঁলোকৰ চকুৰ পানী, বুকুৰ বেদনা আৰু নীৰৱ আৰ্তনাদ স্বচক্ষে দেখিলোঁ। বহুদিন ধৰি নিজৰ ঘৰলৈ ঘূৰি যাব নোৱাৰা, সন্তানৰ ভৱিষ্যৎ আৰু পৰিয়ালৰ আহাৰৰ চিন্তাত নিশা টোপনি নোহোৱা সেই মুখবোৰ ছাই বৰ দুখ অনুভৱ কৰিলো।😭

আজি আমি
"গৌৰৱ গগৈ ফেন ক্লাৱৰ"আৰু হাতীগড় চাহ বাগিচা ৰ যুৱ বন্ধু সকলক লয় ,,,
১.আমগুৰি বাগিচা বিদ্যালয়,
২, বৰবম বাগিচা, ৩,চেলেংখাট,
৪,মুণ্ডাৰী বস্তি,
৫,লাউজান চাহ বাগিচা আৰু
৬,বৰষা হাবি অঞ্চলত

মই আৰু মোৰ হাতীগড় চাহ বাগিচাৰ
ভাইটি হৰেশ পাৰিগা, দেবেন নায়ক,
সুবিৰ তাছা, প্ৰেম পূজাৰী, আশীষ পাৰিগা,
ঋষি পাৰিগা আৰু নাৰায়ণ অধিকাৰী দাদা আমোগুৰিৰ সমাজ সেৱক ভাইটি প্ৰতিপন্ন তাছা আৰু নৱজ্যোতি বৰা ক লয় উপস্থিত হৈ বানপীড়িত পৰিয়ালসমূহৰ সৈতে সাক্ষাৎ কৰোঁ।

সৰু প্ৰয়াস হিচাপে আমি খাদ্য সামগ্ৰী, চাউল, দালি ঔষধ, মমবাতি ,মাক্স চাবোন,পানী বটল, বিস্কুট কলগেট আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰাৰ লগতে তেওঁলোকৰ সু-স্বাস্থ্যৰ কথা চিন্তা কৰি এখন বিনামূলীয়া চিকিৎসা শিবিৰ (Medical Camp) আয়োজন কৰা হয়।

মানুহৰ দুখৰ সময়ত তেওঁলোকৰ কাষত থিয় দিয়াত কে ডাঙৰ সেৱা একো নাই। আজিৰ এই দিনটোৱে মোক শিকালে যে, মানুহৰ আশীৰ্বাদেই জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ।

এই মানৱীয় অভিযানত মোৰ সৈতে কষ্ট সহ্য কৰি প্ৰতিটো খোজত সংগ দিয়া মোৰ সকলো সহকৰ্মী, স্বেচ্ছাসেৱক আৰু শুভাকাংক্ষীক অন্তৰৰ গভীৰতাৰ পৰা আন্তৰিক কৃতজ্ঞতা জনালোঁ।🙇 আপোনালোকৰ সহায়, মৰম আৰু মানৱতাৰ বাবেই আজিও বহু মানুহে নতুনকৈ আশাৰ পোহৰ দেখা পাইছে।

আহক, আমি সকলোৱে একেলগে সংকল্প লওঁ—দুৰ্যোগৰ সময়ত কেৱল দৰ্শক নহয়, মানুহৰ কাষত থিয় দিয়া এজন মানৱ হওঁ।

"মানুহৰ কাষত থিয় দিয়াটোৱেই সৰ্বশ্ৰেষ্ঠ মানৱতাই আমাৰ আটাইতকৈ ডাঙৰ পৰিচয়।" ❤️

27/07/2026

আজি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী ডাঙৰীয়াৰ সৈতে অসমৰ প্ৰলয়ংকাৰী বান পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে আমাৰ প্ৰিয় যুৱ নেতা শ্ৰী গৌৰৱ গগৈ ডাঙৰীয়া।"। এই বানে এতিয়ালৈ অসমৰ ৬৮ গৰাকী অসমীয়াৰ প্ৰাণ কাঢ়ি লৈ গ’ল।

ইয়াৰোপৰি দেশজুৰি শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদত অংশগ্ৰহণ কৰা যুৱক-যুৱতীসকলৰ ওপৰত আৰক্ষীৰ অগণতান্ত্ৰিক বলপ্ৰয়োগৰ বিষয়েও আলোচনা কৰে।

অসমৰ বানপীড়িত ৰাইজৰ বাবে এতিয়া পৰ্যাপ্ত সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ সহায়ৰ প্ৰয়োজন আছে। আনহাতে, গণতন্ত্ৰত যুৱ সমাজৰ কণ্ঠ সদায় সুৰক্ষিত হ’ব লাগিব।

"বানপীড়িত পৰিয়ালসমূহৰ কাষত থিয় দিয়ক। আপোনাৰ সৰু সহায়ো কাৰোবাৰ জীৱনত ডাঙৰ আশাৰ পোহৰ কঢ়িয়াই আনিব পাৰে।"  🙇
27/07/2026

"বানপীড়িত পৰিয়ালসমূহৰ কাষত থিয় দিয়ক। আপোনাৰ সৰু সহায়ো কাৰোবাৰ জীৱনত ডাঙৰ আশাৰ পোহৰ কঢ়িয়াই আনিব পাৰে।" 🙇

The Tricolour is not just our flag; it is the heartbeat of a united India. On National Flag Adoption Day, let us reaffir...
22/07/2026

The Tricolour is not just our flag; it is the heartbeat of a united India. On National Flag Adoption Day, let us reaffirm our commitment to peace, unity, and the values that make our nation strong.
Jai Hind! 🇮🇳

संत कबीर दास जी जयंती की हार्दिक शुभकामनाएँ। 🌺🙏संत कबीर दास जी ने अपने दोहों और विचारों के माध्यम से मानवता, प्रेम, समान...
29/06/2026

संत कबीर दास जी जयंती की हार्दिक शुभकामनाएँ। 🌺🙏
संत कबीर दास जी ने अपने दोहों और विचारों के माध्यम से मानवता, प्रेम, समानता और सत्य का मार्ग दिखाया। उनका संदेश आज भी हमें जाति, धर्म और भेदभाव से ऊपर उठकर प्रेम, करुणा और सद्भाव के साथ जीवन जीने की प्रेरणा देता है।
आइए, उनके आदर्शों को अपने जीवन में अपनाकर एक बेहतर समाज के निर्माण का संकल्प लें।
"मानवता ही सबसे बड़ा धर्म है।"
संत कबीर दास जी को शत-शत नमन। 🙏

24/06/2026

भारत का कोहिनूर 👑
जितना रोकोगे, उतने मज़बूत होंगे ✊

🙏🌺 জয় মা কামাখ্যা 🌺🙏পৱিত্ৰ অম্বুবাচী মেলাৰ শুভ উপলক্ষে সকলো ভক্তবৃন্দলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ।শক্তিপীঠ মা...
22/06/2026

🙏🌺 জয় মা কামাখ্যা 🌺🙏
পৱিত্ৰ অম্বুবাচী মেলাৰ শুভ উপলক্ষে সকলো ভক্তবৃন্দলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ।
শক্তিপীঠ মা কামাখ্যা দেৱীৰ কৃপা আৰু আশীৰ্বাদে সকলোৰে জীৱন সুখ, শান্তি, সমৃদ্ধি আৰু মঙ্গলৰে ভৰাই তোলক।
এই পৱিত্ৰ অম্বুবাচী মেলাত মা কামাখ্যাৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ— সকলোৰে মনোবাঞ্ছা পূৰণ হওক আৰু সমাজত শান্তি, সম্প্ৰীতি আৰু কল্যাণ প্ৰতিষ্ঠা হওক।
🚩 জয় মা কামাখ্যা 🚩 🌺 শুভ অম্বুবাচী মেলা ২০২৬ 🌺

🎂 Warm Birthday Wishes to Rahul Gandhi Ji!May your birthday be filled with happiness, good health, and continued strengt...
19/06/2026

🎂 Warm Birthday Wishes to Rahul Gandhi Ji!
May your birthday be filled with happiness, good health, and continued strength to serve the nation. Your dedication to democracy, social justice, and the voice of the common people continues to inspire millions across India.
Wishing you a year filled with success, wisdom, and new achievements in your journey of public service.

Happy Birthday Rahul Gandhi Ji! 🇮🇳🎉

Address

Golma Chowk Udalguri
Udalguri

Telephone

+17086517375

Website

Alerts

Be the first to know and let us send you an email when Udalguri District Youth Congress Supporters posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Udalguri District Youth Congress Supporters:

Shortcuts

Share