Lakhyajyoti Deka

Lakhyajyoti Deka Electrical all house, hostel, etc Wearing fol chilling and electrical service for all assam,

শ্ৰদ্ধাৰ ৰৌতাবাসী ৰাইজ,অসমৰ আকাশ বতাহ , পাহাৰ ,  নদ নদী আজি যেন সকলো স্তদ্ধ, বাকৰুদ্ধ, কোনেও কাকো বুজাব নোৱাৰা , সহিব নো...
23/09/2025

শ্ৰদ্ধাৰ ৰৌতাবাসী ৰাইজ,

অসমৰ আকাশ বতাহ , পাহাৰ , নদ নদী আজি যেন সকলো স্তদ্ধ, বাকৰুদ্ধ, কোনেও কাকো বুজাব নোৱাৰা , সহিব নোৱাৰা বেদনা,
আজি যেন প্ৰত্যেকটো শ্ৰদ্ধাঞ্জলি তেওঁৰ বাবে কম হৈ পৰিছে | আকাশ ভাল পোৱা , সাগৰ ভাল পোৱা মৰমৰ জুবিন দা আকাশ বুকুত সাবটি সাগৰ তলিত চিৰ নিদ্ৰিত হৈ ৰ'ল |

আজি তেখেতৰ পূণ্যাত্মাৰ অন্তোষ্টিক্ৰিয়া , আজি আমাৰ মাজৰ পৰা তেখেতৰ নশ্বৰদেহটো ও পঞ্চভূত ত বিলীন হৈ যাব , উফ ! কি সহিব নোৱাৰা শিহৰণ |

আজি এই দিনটোতে সন্ধিয়া ৫ঃ০০ বজাত পুনৰবাৰ ৰৌতাৰ হনুমান মন্দিৰ প্ৰাঙ্গনত মিলিত হৈ তেখেতলৈ হেপাঁহ পুলোৱাই শ্ৰদ্ধাঞ্জলি যাচিম | প্ৰত্যেকেই এগুচিকৈ বন্তি জ্বলাই ৰৌতাৰ মাজমজিয়াত তেখেতলৈ শ্ৰদ্ধা জনাম |

আপোনালোক প্ৰত্যেকেই অনুষ্ঠানলৈ আহিব আৰু এই বাৰ্তা টো চেয়াৰ কৰিব |
🙏🙏🙏🙏🙏🙏

09/09/2025

শ্ৰী শ্ৰী লক্ষী পূজা পৰিচালনা সমিতি কঠালবাৰী দ্বাৰা আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী সমূহ হল -

ভাওনা প্ৰদৰ্শনঃ ০৬/১০/২০২৫ তাৰিখ সোমবাৰে
উদীয়মান যুৱ সমাজ, তেজপুৰৰ পৰা আমন্ত্ৰণ কৰি অনা ভাওনা দলৰ দ্বাৰা “দক্ষ-যজ্ঞ” নাট প্ৰদৰ্শন ।

সংগীত অনুষ্ঠানঃ ০৭/১০/২০২৫ তাৰিখ মঙ্গলবাৰে
সদৌ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ আমন্ত্ৰতিত সংগীত শিল্পী সুৰজ কুমাৰ বডো দ্বাৰা গীত পৰিবেশন !

সময়...
07/09/2025

সময়...

07/09/2025
06/09/2025

আজিৰ যুগত ৰাজনীতি, কূটনীতি আৰু দুৰ্নীতি এই তিনি গুনেৰে সমৃদ্ধ ব্যক্তি জনাই হৈছে প্ৰকৃত নেতা ।

Odalbites
06/09/2025

Odalbites

05/09/2025

শুভ সন্ধিয়া

Address

Udalguri
784508

Telephone

+917002270321

Website

Alerts

Be the first to know and let us send you an email when Lakhyajyoti Deka posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category