Institute of Tai Studies & Research

Institute of Tai Studies & Research Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Institute of Tai Studies & Research, Moranhat.

This page is about various activities & programmes of Institute of Tai Studies & Research, Moranhat, Assam.
টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানৰ লগত জড়িত বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ বিষয়ে থিতাতে অৱগত হৈ থাকিবলৈ আমাৰ এই পৃষ্ঠাখন অনুসৰণ কৰি থাকক। It is worth mentioning that the Tai society, language, culture, literature have greatly contributed towards the larger human civilization and studies on them wou

ld obviously enhance the knowledge of mankind. In recent years, in the field of social science, the Tai studies have become one of the important academic branches in the form of Area Study which has attracted the interest of many scholars of our country and abroad. In every year a number of foreign scholars from the countries like Australia, Germany, Japan, Thailand, China and Myanmar make trip to the Tai inhabited areas of the Northeast India in search of primary research materials on various aspects of the Tais of the region. In the event of this, the establishment of the Institute of Tai Studies and Research is a commendable academic venture which has the potentiality of attracting the tourists particularly from Southeast Asian countries to this region. It may also act as a catalytic agent of socio-cultural linkage between India and Southeast Asia besides giving a boost to the Look East Policy of Government of India. In fact, it is the first Institute of this kind in India dedicated to promoting knowledge about the various Tai people of the world their language and literature, art and archaeology, religion and philosophy and their scientific and technological progress, their concern for health and hygiene, ecology and human rights, Impact of globalization on them and so on.

ষোড়শ বাৰ্ষিক "ম'লুঙ পোনাৰাম মহন ফুকন স্মাৰক বক্তৃতা অনুষ্ঠানৰ মুখ্য বক্তা ড০ পদ্মলোচন নাথ ডাঙৰীয়াই প্ৰদান কৰা ভাষণটি সকল...
18/05/2026

ষোড়শ বাৰ্ষিক "ম'লুঙ পোনাৰাম মহন ফুকন স্মাৰক বক্তৃতা অনুষ্ঠানৰ মুখ্য বক্তা ড০ পদ্মলোচন নাথ ডাঙৰীয়াই প্ৰদান কৰা ভাষণটি সকলোৰে জ্ঞাতাৰ্থে প্ৰচাৰিত কৰা হ'ল।

ষোড়শ বাৰ্ষিক ম'লুঙ পোনাৰাম মহন ফুকন স্মাৰক বক্তৃতানুষ্ঠন । সাত ৰাজৰ পৰা এক ৰাজলৈ : গোষ্ঠীবাদৰ পৰা জাতীয়তাবাদলৈ- ...

ষোড়শ বাৰ্ষিক "ম'লুঙ পোনাৰাম মহন ফুকন স্মাৰক বক্তৃতা  অনুষ্ঠানৰ বিষয়ে আজিৰ অসম আদিত্য কাকতত ...
18/05/2026

ষোড়শ বাৰ্ষিক "ম'লুঙ পোনাৰাম মহন ফুকন স্মাৰক বক্তৃতা অনুষ্ঠানৰ বিষয়ে আজিৰ অসম আদিত্য কাকতত ...

ষোড়শ বাৰ্ষিক "ম'লুঙ  #পোনাৰাম_মহন_ফুকন_স্মাৰক বক্তৃতানুষ্ঠনৰ  কিছু ৰেঙনি । #পোনাৰাম_মহন_ফুকন_স্মাৰক_বক্তৃতা
17/05/2026

ষোড়শ বাৰ্ষিক "ম'লুঙ #পোনাৰাম_মহন_ফুকন_স্মাৰক বক্তৃতানুষ্ঠনৰ কিছু ৰেঙনি ।
#পোনাৰাম_মহন_ফুকন_স্মাৰক_বক্তৃতা

17/05/2026
ষোড়শ বাৰ্ষিক "ম'লুঙ  #পোনাৰাম_মহন_ফুকন_স্মাৰক বক্তৃতা” অনুষ্ঠান।১৭/০৫ /২৬ তাৰি্‌খে(দেওবাৰ) অনুষ্ঠিত হব লগীয়া ষোড়শ বাৰ্ষি...
08/05/2026

ষোড়শ বাৰ্ষিক "ম'লুঙ #পোনাৰাম_মহন_ফুকন_স্মাৰক বক্তৃতা” অনুষ্ঠান।
১৭/০৫ /২৬ তাৰি্‌খে(দেওবাৰ) অনুষ্ঠিত হব লগীয়া ষোড়শ বাৰ্ষিক "ম'লুঙ পোনাৰাম মহন ফুকন স্মাৰক বক্তৃতা” অনুষ্ঠানলৈ সকলোকে সাদৰ নিমন্ত্ৰণ জনালো।
সময় – দিনৰ ১ বজাৰ পৰা
স্থান – টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানৰ সভাগৃহ, মৰাণহাট। আপোনাসৱৰ উপস্থিতি আমাৰ একান্তই কাম্য।

28th
10/01/2026

28th

টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানৰ অষ্টাবিংশতম প্ৰতিষ্ঠা দিৱস উদযাপন সন্দৰ্ভত আজিৰ ০৬-০১-২০২৬ তাৰিখৰ অসমীয়া প্ৰতিদিন কাকত...
06/01/2026

টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানৰ অষ্টাবিংশতম প্ৰতিষ্ঠা দিৱস উদযাপন সন্দৰ্ভত আজিৰ ০৬-০১-২০২৬ তাৰিখৰ অসমীয়া প্ৰতিদিন কাকতত সবিষ্টাৰে প্ৰকাশ পাইছিল।

06/01/2026

28th

06/01/2026

28th

গত ২১-১২-২০২৫ তাৰিখ দেওবাৰে আমাৰ প্ৰতিষ্ঠানত অনুষ্ঠিত হৈ যোৱা কাৰ্যসূচীটিৰ বিষয়ে আজিৰ অসমীয়া প্ৰতিদিন কাকত, দৈনিক বাতৰি ...
22/12/2025

গত ২১-১২-২০২৫ তাৰিখ দেওবাৰে আমাৰ প্ৰতিষ্ঠানত অনুষ্ঠিত হৈ যোৱা কাৰ্যসূচীটিৰ বিষয়ে আজিৰ অসমীয়া প্ৰতিদিন কাকত, দৈনিক বাতৰি আৰু অসম আদিত্য কাকতত ...

দ্বাবিংশতিতম ড:  #লীলা_গগৈ স্মাৰক বক্তৃতা I
16/12/2025

দ্বাবিংশতিতম ড: #লীলা_গগৈ স্মাৰক বক্তৃতা I

Address

Moranhat

Alerts

Be the first to know and let us send you an email when Institute of Tai Studies & Research posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Institute of Tai Studies & Research:

Share