Bhabanipur BJP Assam

  • Home
  • Bhabanipur BJP Assam

Bhabanipur BJP Assam Bhabanipur (41) BJP Assam Pradesh

09/03/2021
09/03/2021

আপোন মাজুলীত মনোনয়ন পত্ৰ দাখিল কৰাৰ প্ৰাকক্ষণত শ্ৰদ্ধাৰ অসমবাসীৰ আশীৰ্বাদ আৰু শুভকামনা বিচাৰিছোঁ। আপোনালোকৰ মৰম-আশীৰ্বাদ মোৰ অফুৰন্ত প্ৰেৰণাৰ স্ৰোত...

09/03/2021
08/03/2021
08/03/2021
08/03/2021

মাননীয় মুখ্যমন্ত্ৰী শ্ৰী Sarbananda Sonowal ডাঙৰীয়াৰ ৮ মাৰ্চ, ২০২১ তাৰিখৰ ৰাজহুৱা কাৰ্যক্ৰমণিকা ৷

08/03/2021
08/03/2021

নাৰী শক্তি, নাৰী ভক্তি, নাৰী সৃষ্টি..
নাৰী জগত ধুনীয়া কৰা সুন্দৰৰ প্ৰাণ..

প্ৰতিগৰাকী নাৰীৰ বাবে সমাজ আৰু সময় হৈ ৰওক সুৰক্ষিত আৰু সুস্থিৰ..

প্ৰতিগৰাকী শ্ৰদ্ধাৰ নাৰীক "আন্তৰ্জাতিক নাৰী দিৱস"ত আন্তৰিক কৃতজ্ঞতা আৰু শুভকামনা জনাইছোঁ ৷

08/03/2021
দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী আৰু এতিয়া বঞ্চিত নহয় শিক্ষা গ্ৰহণৰ পৰা ।উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰা ৩,৯০,৫৮৫ গৰাকী আৰ্থিক...
07/03/2021

দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী আৰু এতিয়া বঞ্চিত নহয় শিক্ষা গ্ৰহণৰ পৰা ।

উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰা ৩,৯০,৫৮৫ গৰাকী আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি আৰু শিক্ষা মাচুল ৰেহাই দিছে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে।

07/03/2021

২০২২ বৰ্ষৰ ভিতৰত কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্যৰে বিজেপি নেতৃত্বাধীন চৰকাৰৰ দূৰদৰ্শী চিন্তাৰ ফচল

" প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনা"।

অন্নদাতা কৃষকৰ সপোনৰ কৃষিভূমিলৈ নিষ্কাসনৰ জৰিয়তে জলসিঞ্চনৰ বিশেষ পদক্ষেপ।

07/03/2021

মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্য চৰকাৰৰ ইতিবাচক প্ৰচেষ্টা

মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্য চৰকাৰৰ সহায়-সহযোগিতাৰে আয়াজ দলে আৰু বিপুল দলে নামৰ মাজুলীৰ দুগৰাকী উদ্যমী যুৱকে কৃষি উদ্যোগী হিচাপে আত্মপ্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে ৷

বিজেপি চৰকাৰৰ ফালৰ পৰা বীজ, সাৰ আদি লাভ কৰি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে তেওঁলোকে কৃষিকৰ্ম কৰি গৈছে ৷ অমিতা, কবি, ভোট জলকীয়া, বিলাহী আদিকে ধৰি কেইবাবিধো শাক-পাচলিৰ খেতিত মনোনিৱেশ কৰাৰ উপৰিও তেওঁলোকে মাজুলীৰ কৃষি উদ্যোগ ক্ষেত্ৰখনৰ প্ৰসাৰৰ হকেও নিজাববীয়াকৈ কিছু নতুন ধৰণেৰে চিন্তা-চৰ্চা অব্যাহত ৰাখিছে ৷

07/03/2021
07/03/2021
06/03/2021

ৰাজ্য চৰকাৰে চাহ বাগিছাৰ মহিলা সকলৰ বাবে গ্ৰহণ কৰিছে উল্লেখনীয় ভূমিকা ৷

চাহ বাগিছাৰ গৰ্ভৱতী মহিলাক কামৰ পৰা ৰেহাই দিয়াৰ লগতে মজুৰি ক্ষতিপুৰণ আঁচনিৰ জৰিয়তে বিশেষভাৱে সহায় আগবঢ়াই আহিছে ৷

06/03/2021
"যেতিয়া পৰিয়ালত সুবিধা উপলব্ধ হয় তেতিয়াহে আত্মবিশ্বাস বৃদ্ধি হয় আৰু বাহিৰৰ আন্তঃগাঁথনিও উন্নত হয়। যোৱা বছৰবোৰত, এই...
06/03/2021

"যেতিয়া পৰিয়ালত সুবিধা উপলব্ধ হয় তেতিয়াহে আত্মবিশ্বাস বৃদ্ধি হয় আৰু বাহিৰৰ আন্তঃগাঁথনিও উন্নত হয়। যোৱা বছৰবোৰত, এই দুটা দিশত অসমত অভূতপূৰ্ব কাম কৰা হৈছে।"

- মাননীয় প্ৰধানমন্ত্ৰী
শ্ৰীযুত নৰেন্দ্ৰ মোদী ৷

06/03/2021
06/03/2021
05/03/2021
05/03/2021
05/03/2021
05/03/2021

দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰাজ্যৰ ৩৪,৯২,৭৫৯ টা পৰিয়ালে "উজ্বলা আঁচনি" ৰ যোগেদি লাভ কৰিছে বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ।

"উজ্বলা আঁচনি" য়ে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ গৃহিনী সকলৰ জীৱনলৈও আনন্দৰে ভৰা পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে।

05/03/2021
05/03/2021

"অৰুন্ধতী স্বৰ্ণ উপহাৰ আঁচনি"

এই আঁচনিৰ অধীনত সাঙুৰি লোৱা হৈছে ১৬৬ গৰাকী হিতাধিকাৰীক পৰৱৰ্তী পৰ্যায়ত ২৫৮ গৰাকী হিতাধিকাৰীক সাঙুৰি লোৱাৰ লক্ষ্য বান্ধি লোৱা হৈছে।

কন্যাৰ সোণসেৰীয়া ভৱিষ্যতৰ আৰম্ভণিৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰৰ এই পদক্ষেপে বহু কন্যাৰ সহিতে তেওঁলোকৰ পিতৃ-মাতৃলৈ কঢ়িয়াই আনিছে আনন্দ আৰু দিছে বহু আৰ্থিক সকাহ।

04/03/2021

জনসাধাৰণৰ স্বাস্থ্য সুৰক্ষাৰ দিশত বিজেপি নেতৃত্বাধীন চৰকাৰৰ অন্যতম সবল পদক্ষেপ হৈছে "অটল অমৃত অভিযান"।

স্বাস্থ্য সুৰক্ষাৰ প্ৰতি বিজেপি চৰকাৰে গ্ৰহণ কৰা এই আন্তৰিক প্ৰয়াসে বহু লোককে উপকৃত কৰিছে।

Address


Website

Alerts

Be the first to know and let us send you an email when Bhabanipur BJP Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Videos

Shortcuts

  • Address
  • Alerts
  • Videos
  • Claim ownership or report listing
  • Want your business to be the top-listed Government Service?

Share