District Agriculture Office, Charaideo

  • Home
  • District Agriculture Office, Charaideo

District Agriculture Office, Charaideo District Agriculture Office, Charaideo
Rajadhap, Ward No 13
P/O : Sonari
P/S : Sonari

চৰাইদেউ জিলা কৃষি বিভাগৰ নতুন জিলা কৃষি বিষয়া শ্ৰী ৰিজভি হাজৰিকাক বিভাগৰ বিষয়া কৰ্মচাৰীসকলে বিভাগলৈ আদৰণি জনায়।
26/03/2026

চৰাইদেউ জিলা কৃষি বিভাগৰ নতুন জিলা কৃষি বিষয়া শ্ৰী ৰিজভি হাজৰিকাক বিভাগৰ বিষয়া কৰ্মচাৰীসকলে বিভাগলৈ আদৰণি জনায়।

19/03/2026
14/03/2026

Charaideo District Administration MyGov Assam Nayantora Nursary Nursary

শুকুৰবাৰে দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ‘প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি' (PM-KISAN) আঁচনিৰ অধীনত য...
13/03/2026

শুকুৰবাৰে দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ‘প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি' (PM-KISAN) আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰী কৃষকৰ একাউণ্টলৈ ২২ নং কিস্তিৰ ধন লাইভ ৱেবকাষ্টৰ যোগেদি আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰিলে।
অনুষ্ঠানৰ লগত সংগতি ৰাখি চৰাইদেউ জিলা কৃষি বিষয়াৰ কাৰ্যালয়তো সমূহ বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে সোণাৰি সমষ্টিৰ বিধায়ক শ্ৰী Dharmeswar Konwar - ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া। বিভাগীয় বিষয়া কৰ্মচাৰীৰ লগতে উপস্থিত থাকে কৃষক ৰাইজ। চৰাইদেউৰ বৰহাট, মৰান, সাপেখাটি, চফ্ৰাই কৃষি চক্ৰটো লাইভ ৱেবকাষ্টৰ ব্যৱস্থা কৰা হয়
উল্লেখ্য যে কামৰূপ মেট্ৰ’ জিলাৰ সৰ্বমুঠ ৩০,৪৬১ গৰাকী যোগ্য হিতাধীকাৰীয়ে প্ৰধানমন্ত্ৰী কৃষক সম্মান নিধিৰ ২২ নং কিস্তিৰ ধন লাভ কৰে।



Department of Agriculture, Assam Atul Bora অতুল বৰা Charaideo District Administration

13/03/2026
11/03/2026

কৃষকৰ কল্যাণৰ বাবে আমি সদায়েই প্ৰতিশ্ৰুতিবদ্ধ।

আমাৰ কৃষক সমাজৰ বাবে চৰকাৰী আঁচনিসমূহৰ সফল ৰূপায়ণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

আজি ১১মাৰ্চ,২০২৬ তাৰিখ, বুধবাৰে অসম চৰকাৰৰ সমবায়, খিলঞ্জীয়া , জনজাতীয় বিশ্বাস আৰু সংস্কৃতি, লোকনিৰ্মাণ (গৃহ আৰু ৰাষ্ট...
11/03/2026

আজি ১১মাৰ্চ,২০২৬ তাৰিখ, বুধবাৰে অসম চৰকাৰৰ সমবায়, খিলঞ্জীয়া , জনজাতীয় বিশ্বাস আৰু সংস্কৃতি, লোকনিৰ্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী যোগেন মহন ডাঙৰীয়াই জিলা আয়ুক্ত ড° নেহা যাদৱ ডাঙৰীয়ানীৰ উপস্থিতিত চৰাইদেউ জিলা কৃষি বিভাগৰ RIDF-XXVI আঁচনিৰ অধীনত মৰান কৃষি চক্ৰৰ অন্তৰ্গত জ্ঞান ও প্ৰশিক্ষণ ভৱন তথা মৰাণ কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয় গৃহটি শুভ উদ্বোধনী কৰে। উক্ত অনুষ্ঠানটিত উপস্থিত থাকে চৰাইদেউ জিলাৰ অতিৰিক্ত জিলা কৃষি বিষয়া ৰবীন য়েইন, কাৰ্যবাহী অভিযন্তা ভূপেন দাস, চেপন গাঁও পঞ্চায়তৰ সভাপতি, কৃষি উন্নয়ন বিষয়া, কনিষ্ঠ অভিযন্তাকে ধৰি বিভাগীয় বিষয়া-কৰ্মচাৰী আৰু স্থানীয় ৰাইজ। এই অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী মহোদয়ে কৃষক ৰাইজক কৃষি ক্ষেত্ৰত আগুৱাই যাবলৈ উৎসাহিত কৰে। লগতে মৰান কৃষি চক্ৰৰ অন্তৰ্গত কৃষকসকলে এতিয়াৰ পৰা এই কাৰ্যালয়তে কৃষি বিভাগৰ যিকোনো সা সুবিধা লাভ কৰিবলৈ সক্ষম হব। ইয়াৰ উপৰি বিভাগীয় বিষয়া কৰ্মচাৰীকো সহায় সহযোগীতা কৰি তথা কৃষি ক্ষেত্ৰত অধিক কাৰ্যক্ষম হবলৈ উৎসাহ প্ৰদান কৰে।

Department of Agriculture, Assam Atul Bora অতুল বৰা Charaideo District Administration Jogen Mohan

জিলা কৃষি বিভাগৰ অধীনৰ HMNEH আঁচনিৰ অধীনত ব্যৱসায়ভিত্তিকভাৱে নাৰ্জী ফুলৰ খেতিৰ বাবে বৰহাট কৃষি চক্ৰৰ অন্তৰ্গত কৃষকৰ মাজ...
06/03/2026

জিলা কৃষি বিভাগৰ অধীনৰ HMNEH আঁচনিৰ অধীনত ব্যৱসায়ভিত্তিকভাৱে নাৰ্জী ফুলৰ খেতিৰ বাবে বৰহাট কৃষি চক্ৰৰ অন্তৰ্গত কৃষকৰ মাজত পুলি বিতৰণ কৰা হয়।

Department of Agriculture, Assam Atul Bora অতুল বৰা

Address


Website

Alerts

Be the first to know and let us send you an email when District Agriculture Office, Charaideo posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your organization to be the top-listed Government Service?

Share