Dhrub Sarkar

Dhrub Sarkar Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dhrub Sarkar, Dhekiajuli.

তেজেৰে ফাকু খেলিম,যদি প্ৰয়োজন ভাৰতৰ বাবে,বকুত অগ্নি  জ্বলাম,যদি প্ৰয়োজন ভাৰতৰ বাবে,আহক সকলোৱে ভাৰত মাতা'ক জনাওঁ প্ৰণাম,ভ...
15/08/2023

তেজেৰে ফাকু খেলিম,
যদি প্ৰয়োজন ভাৰতৰ বাবে,
বকুত অগ্নি জ্বলাম,
যদি প্ৰয়োজন ভাৰতৰ বাবে,
আহক সকলোৱে ভাৰত মাতা'ক জনাওঁ প্ৰণাম,
ভাৰত দেশ মহান - ১৫ আগষ্ট ২০২৩,
সকলোলৈ"স্বাধীনতা দিৱস"ৰ শুভেচ্ছা যাঁচিলো।

এই বিশ্ব পৰিবেশ দিৱসত প্ৰকৃতিৰ ক্ষতি কৰা বন্ধ কৰাৰ, প্ৰদূষণ কৰা বন্ধ কৰাৰ সময় আহি পৰিছে। আহক আমি হাত মিলাই এক ইতিবাচক প...
05/06/2023

এই বিশ্ব পৰিবেশ দিৱসত প্ৰকৃতিৰ ক্ষতি কৰা বন্ধ কৰাৰ, প্ৰদূষণ কৰা বন্ধ কৰাৰ সময় আহি পৰিছে। আহক আমি হাত মিলাই এক ইতিবাচক পৰিৱৰ্তন আনি পৃথিৱীখনক বহুত সুখী, সেউজীয়া, আৰু বাসস্থানৰ বাবে সুস্থ কৰি তুলিবলৈ একত্ৰিত হওঁ। সকলোলৈ পৰিৱেশ দিৱসৰ শুভেচ্ছা থাকিল!

২৫ শে বৈশাখ বিশ্বকবি রবীন্দ্রনাথ ঠাকুর এর জন্মদিন। কবিগুরু রয়েছেন আমাদের হৃদয়ে।শুভ জন্মদিন কবিগুরু।জন্মদিনে– রবীন্দ্রন...
09/05/2023

২৫ শে বৈশাখ বিশ্বকবি রবীন্দ্রনাথ ঠাকুর এর জন্মদিন। কবিগুরু রয়েছেন আমাদের হৃদয়ে।
শুভ জন্মদিন কবিগুরু।
জন্মদিনে
– রবীন্দ্রনাথ ঠাকুর
সেদিন আমার জন্মদিন ।
প্রভাতের প্রণাম লইয়া
উদয়দিগন্ত-পানে মেলিলাম আঁখি ,
দেখিলাম সদ্যস্নাত উষা
আঁকি দিল আলোকচন্দনলেখা
হিমাদ্রির হিমশুভ্র পেলব ললাটে ।
যে মহাদূরত্ব আছে নিখিল বিশ্বের
মর্মস্থানে
তারি আজ দেখিনু প্রতিমা
গিরীন্দ্রের সিংহাসন- ‘ পরে ।
পরম গাম্ভীর্যে যুগে যুগে
ছায়াঘন অজানারে করিছে পালন
পথহীন মহারণ্য-মাঝে ,
অভ্রভেদী সুদূরকে রেখেছে বেষ্টিয়া
দুর্ভেদ্য দুর্গমতলে
উদয়-অস্তের চক্রপথে ।
আজি এই জন্মদিনে
দূরত্বের অনুভব অন্তরে নিবিড় হয়ে এল ।
যেমন সুদূর ওই নক্ষত্রের পথ
নীহারিকা-জ্যোতির্বাষ্প-মাঝে
রহস্যে আবৃত ,
আমার দূরত্ব আমি দেখিলাম তেমনি
দুর্গমে —
অলক্ষ্য পথের যাত্রী , অজানা তাহার
পরিণাম ।
আজি এই জন্মদিনে
দূরের পথিক সেই তাহারি শুনিনু
পদক্ষেপ
নির্জন সমুদ্রতীর হতে ।

পৰিশ্ৰম, যাৰ লাঠী হয়, মজবুত যাৰ কান্ধ হয়,কৰি দিয়ে প্ৰতিটো বাধা দুৰ,তেওঁলোকেই হল মজদুৰ।আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ শুভেচ্ছা ...
01/05/2023

পৰিশ্ৰম, যাৰ লাঠী হয়,
মজবুত যাৰ কান্ধ হয়,
কৰি দিয়ে প্ৰতিটো বাধা দুৰ,
তেওঁলোকেই হল মজদুৰ।

আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ শুভেচ্ছা যাচিলোঁ।।

সকলোকে ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ "পৰশুৰাম জয়ন্তী" আৰু "অক্ষয় তৃতীয়া"ৰ আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিলো ।
22/04/2023

সকলোকে ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ "পৰশুৰাম জয়ন্তী" আৰু "অক্ষয় তৃতীয়া"ৰ আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিলো ।

দেখক আপুনি নতুন স্বপ্ন ,পাহৰি যাওক সকলো পুৰণি কষ্ট।আজি কৰক সকলো নতুন কল্পনা,পাহৰি যাওক  সকলো পুৰণি যন্ত্রনা।আজিৰ পৰা আৰম...
15/04/2023

দেখক আপুনি নতুন স্বপ্ন ,
পাহৰি যাওক সকলো পুৰণি কষ্ট।
আজি কৰক সকলো নতুন কল্পনা,
পাহৰি যাওক সকলো পুৰণি যন্ত্রনা।
আজিৰ পৰা আৰম্ভণি হওঁক নতুন জীৱন,
সুখৰ হওঁক প্রতিটো ক্ষণ।
চেনেহৰ বিহুটি আহি পালেহি গাতে ঐ তৰনি নাই !
সদৌ অসমৱাসী ৰাইজলৈ অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু অাৰু অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা ওলগ যাচিলো।
শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ আৰু সহযোগিতাৰে আহক আমি নতুনক আদৰণি জনাওঁ।

সমূহ ভক্তপ্ৰাণ ৰাইজক পবিত্ৰ ৰাম নৱমীৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ৷ সকলোৰে ওপৰত প্ৰভু ৰাম চন্দ্ৰৰ কৃপা দৃষ্টি পৰক৷ সকল...
30/03/2023

সমূহ ভক্তপ্ৰাণ ৰাইজক পবিত্ৰ ৰাম নৱমীৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ৷
সকলোৰে ওপৰত প্ৰভু ৰাম চন্দ্ৰৰ কৃপা দৃষ্টি পৰক৷
সকলৰ মনৰ পৰা হিংসা বিদ্বেষ ভাব আতঁৰ হৈ প্রভু শ্রী ৰাম লক্ষ্মণ ৰ নিচিনা ভাতৃত্ব বোধ জাগি উঠক তাৰেই কামনা কৰিলোঁ।
জয় জয় শ্রী ৰাম 🙏🙏

সমূহ অসমবাসী ৰাইজলৈ দৌল উৎসৱ আৰু ফাকুৱাৰ আন্তৰিক প্ৰীতি ও শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ফাকুৱাৰ ৰঙে সকলোৰে জীৱন ৰঙীণ কৰি তোলক ...
07/03/2023

সমূহ অসমবাসী ৰাইজলৈ দৌল উৎসৱ আৰু ফাকুৱাৰ আন্তৰিক প্ৰীতি ও শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ফাকুৱাৰ ৰঙে সকলোৰে জীৱন ৰঙীণ কৰি তোলক তাৰে কামনা কৰিলোঁ।।

আজি *"আন্তৰ্জাতিক মাতৃভাষা দিৱস"*।  আইৰ মুখৰ ভাষাটো ,মোৰ ওপজা মাটিৰ ভাষাটো,সুৱদি সুৰীয়া মোৰ অসমীয়া ভাষাটো সদায়েই সুৰক্ষি...
21/02/2023

আজি *"আন্তৰ্জাতিক মাতৃভাষা দিৱস"*।

আইৰ মুখৰ ভাষাটো ,মোৰ ওপজা মাটিৰ ভাষাটো,সুৱদি সুৰীয়া মোৰ অসমীয়া ভাষাটো সদায়েই সুৰক্ষিত হৈ থাকক।

পৃথিৱীৰ সকলো মানুহৰে নিজৰ মাতৃভাষাৰ প্ৰতি আৱেগ, শ্ৰদ্ধা আৰু অনুৰাগ মাতৃপ্ৰেমৰ দৰেই সদায় অকৃত্ৰিম হৈ থাকক।

আপোনালোক সকলোলৈ মই আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ শুভেচ্ছা জনালোঁ ।

শিব সত্য, শিব অসীম, শিব চিরন্তন, শিব ব্রহ্ম, শিব বর্তমান, শিব ভবিষ্যৎ,শিব শক্তি, শিব ভক্তি....সবাইকে জানাই শুভ মহা শিবরা...
18/02/2023

শিব সত্য, শিব অসীম, শিব চিরন্তন, শিব ব্রহ্ম, শিব বর্তমান, শিব ভবিষ্যৎ,শিব শক্তি, শিব ভক্তি....
সবাইকে জানাই শুভ মহা শিবরাত্রির শুভেচ্ছা!

Address

Dhekiajuli

Website

Alerts

Be the first to know and let us send you an email when Dhrub Sarkar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Dhrub Sarkar:

Share