Nilimoy Prodhani Sona

Nilimoy Prodhani Sona Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Nilimoy Prodhani Sona, Golakganj.

09/12/2021
28/10/2021
16/09/2021

এইবাৰ যুদ্ধ হ'ব। তয়াময়া গণতান্ত্ৰিক ৰণৰ থলী হ'ব ঐতিহাসিক শিৱসাগৰ জিলাৰ থাওৰা সমষ্টি। এফালে থাকিব স্বৰ্গদেউৰ সপোনৰ অসমক ভাঙি থানবান কৰা একাংশ বদনৰূপী বিজেপিৰ নেতা, পালিনেতা, বিয়াগোম মন্ত্ৰী, বিধায়ক, আৰু আনফালে সমুখ সমৰত পাটকাইৰ পৰ্বতৰ দৰে সূৰ্যৰ ফালে মূৰ দাঙি থকা অসমীয়া জনগণ।

উপ- নিৰ্বাচনৰ প্ৰাকক্ষণত গেৰুৱা শিবিৰৰ এতিয়া মনত পৰিছে থাওৰালৈ। ৭২ ঘণ্টাত ৩৮ টা আধাৰশিলা মুকলি কৰি নিজৰ হেৰুৱা আধিপত্য পুনৰ ঘূৰাই অনাৰ অপচেষ্টা কৰিছে বিজেপিৰ বিয়াগোম মন্ত্ৰীয়ে। আচলতে শাসক দল এতিয়া কম্পমান। থৰথৰকৈ কঁপিছে শাসকৰ দম্ভ অহংকাৰৰ সিংহাসন। থাওৰাৰ জনগণে ইতিমধ্যে সিদ্ধান্ত লৈছে , 'বিশ্বাসঘাতকলৈ পৰিণত হোৱা আধুনিক বদনৰূপী বিজেপিৰ প্ৰাৰ্থীক এইবাৰ দিয়া হ'ব ভালকৈয়ে এসেকা।'

এঘড়ী এখুন্দা যুঁজিবলৈ সাজু পৰিৱৰ্তনকামী থাওৰাবাসী। ৰাইজৰ আদালতত তিষ্ঠিব নোৱাৰিব আধাৰশিলাৰ ৰাজনীতি।


#ৰাইজৰ_দল

13/09/2021
আজি ধুবুৰী জিলাৰ ৬ খন বিধান সভা সমষ্টিৰ প্ৰগতিশীল ধৰ্ম নিৰপেক্ষ চিন্তাধাৰাৰ নব প্ৰজন্মৰ শিক্ষিত যুব শক্তিৰ অংশগ্ৰহনত ৰাই...
05/09/2021

আজি ধুবুৰী জিলাৰ ৬ খন বিধান সভা সমষ্টিৰ প্ৰগতিশীল ধৰ্ম নিৰপেক্ষ চিন্তাধাৰাৰ নব প্ৰজন্মৰ শিক্ষিত যুব শক্তিৰ অংশগ্ৰহনত ৰাইজৰ দলৰ যুব শাখাৰ ধুবুৰী জিলা "যুব বলৰ " এক শক্তিশালী আহ্বায়ক সমিটি গঠন কৰা হয় ।
স্থান : ময়না বজাৰ ,
বগৰীবাঢ়ী
Dt: 05-09-2021

ধুবুৰী জিলাৰ নবপ্ৰজন্মৰ ইচ্ছুক যুবক -যুবতী সকলকৰাইজল দলৰ যুব বলত যোগদান কৰিব বিচৰা সকলোলৈ যোগাযোগ কৰিবলৈ আৰু সভাত উপস্থি...
04/09/2021

ধুবুৰী জিলাৰ নবপ্ৰজন্মৰ ইচ্ছুক যুবক -যুবতী সকলক
ৰাইজল দলৰ যুব বলত যোগদান কৰিব বিচৰা সকলোলৈ যোগাযোগ কৰিবলৈ আৰু সভাত উপস্থিত থাকিবলৈ আহ্বান জনোৱা হল ।
04-09-2021.

22/08/2021

Address

Golakganj

Website

Alerts

Be the first to know and let us send you an email when Nilimoy Prodhani Sona posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share