সপোনৰ নৰ্থইষ্ট- Hopunor NorthEast

  • Home
  • সপোনৰ নৰ্থইষ্ট- Hopunor NorthEast

সপোনৰ নৰ্থইষ্ট- Hopunor NorthEast ���

14/08/2023
11/08/2023

Contestant No : 26
Name : PUIPUII
Breed : HUSKY AND DUCHSHUND CROSS
owner Name : BHASKARJYOTI
ADDRESS: SIVASAGAR

THIS IS A COMPETITION BASED ON MAXIMUM LIKES,SHARES & COMMENTS FOR YOUR PET PHOTO POSTED IN OUR FB PAGE

বৰপাত্ৰদ'ল উচ্চ বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী  #সুৱন্তী_দত্ত_ভূঞালৈ জ্ঞানজ্যোতি বিদ্যাপীঠৰ " #জ্ঞানজ্যোতি_বঁটা"২...
04/09/2022

বৰপাত্ৰদ'ল উচ্চ বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী #সুৱন্তী_দত্ত_ভূঞালৈ জ্ঞানজ্যোতি বিদ্যাপীঠৰ " #জ্ঞানজ্যোতি_বঁটা"২০২২ ।

শিৱসাগৰ জিলাৰ নামতি অন্যতম শিক্ষানুষ্ঠান খেজুৰিতলৰ জ্ঞানজ্যোতি বিদ্যাপীঠত ৫চেপ্তেম্বৰত শিক্ষক দিৱস আয়োজন কৰিবলৈ লোৱা হৈছে ৷

উক্ত পবিত্ৰ দিনটোত নামতি চাৰিআলি কাকতি গাঁৱৰ নিৱাসী তথা বৰপাত্ৰদ’ল উচ্চ বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী সুৱন্তী দত্ত ভূঞাক এই বৰ্ষৰ "জ্ঞানজ্যোতি বঁটা"ৰে সন্মানিত কৰা হ’ব ৷ উল্লেখযোগ্য যে সুৱন্তী দত্ত ভূঞাই সুদীৰ্ঘকাল শিক্ষকতাৰ লগত জড়িত হৈ ছাত্ৰ-ছাত্ৰীসকলক পোহৰৰ পথ দেখুৱাই আহিছে ৷ কৰ্মনিষ্ঠা, কৰ্মদক্ষতা, সততা, কষ্টসহিষ্ণুতা,ত্যাগ,কৰ্মস্পৃহা আদিৰে কৰ্মজীৱন অতিবাহিত কৰি আদৰ্শনীয় পথ দেখুওৱা সুৱন্তী দত্ত ভূঞাক কৃতী শিক্ষয়িত্ৰী হিচাবে “জ্ঞানজ্যোতি বঁটা“২০২২ প্ৰদান কৰিব ৷

04/09/2022

ইমান সুন্দৰ শ্ৰীকৃষ্ণ চাওঁক চোন ।

#শ্বেয়াৰ কৰক ।

লগতে আমাৰ পেজক কৰিব ।

Address


Website

Alerts

Be the first to know and let us send you an email when সপোনৰ নৰ্থইষ্ট- Hopunor NorthEast posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your organization to be the top-listed Government Service?

Share