19/04/2023
আমগুৰি বৈদ্যুতিক উপ-সংমণ্ডলৰ অধীনস্থ সমূহ বৈদ্যুতিক উপভোক্তা গ্ৰাহক সকলৰ জ্ঞাতাৰ্থে জনাইছো যে, টিয়ক গ্ৰীডৰ পৰা আমগুৰি নিয়ন্ত্ৰণ কক্ষলৈ ৩৩০০০ ভল্টৰ এটা নতুনকৈ লাইন বনাবলৈ কাৰিকৰী সুবিধাৰ্থে অহা ২৪, ২৫, ২৬ এপ্ৰিল ২০২৩ তাৰিখ সোমবাৰ, মংগলবাৰ, বোধবাৰে ৰাতিপুৱা ৫ বজাৰ পৰা ১০ বজালৈ ৫ ঘণ্টা সময় আমগুৰি আৰু হালোৱাটিং নিয়ন্ত্ৰণ কক্ষৰপৰা পৰিবাহী হোৱা সকলো ১১০০০ ভল্টৰ লাইন আৰু এল টি লাইন বন্ধ হৈ থাকিব আৰু নামতি নিয়ন্ত্ৰণ কক্ষৰ পৰা পৰিবাহীত হোৱা সকলো লাইন অন্য দিনৰ দৰেই চলি থাকিব।
ধন্যবাদ
আমগুৰি বৈদ্যুতিক উপ-সংমণ্ডল অভিযন্তা
এ পি ডি চি এল, আমগুৰি