Amguri Assembly Youth Congress Committee

Amguri Assembly Youth Congress Committee Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Amguri Assembly Youth Congress Committee, Political organisation, Amguri Rajiv Bhawan, Amguri.

Amguri Assembly Youth Congress wishes you all a very happy and prosperous Holi ! Let the colours spread the message of P...
29/03/2021

Amguri Assembly Youth Congress wishes you all a very happy and prosperous Holi !
Let the colours spread the message of Peace, love and harmony.

অসমে আৰু নসহে অপশাসনৰ বোজাসকলোৰে লক্ষ্য অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে যুঁজা #অংকিতাআহিআছে
21/03/2021

অসমে আৰু নসহে অপশাসনৰ বোজা
সকলোৰে লক্ষ্য অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে যুঁজা

#অংকিতাআহিআছে

 #অংকিতাআহিআছে
19/03/2021

#অংকিতাআহিআছে

'দ্যা অঞ্জন দত্ত ফাউণ্ডেশ্যনৰ' উদ্যোগত আমগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত অঞ্জন দত্ত দেৱৰ  এটি প্ৰতিমূৰ্তি স্থাপন কৰা...
07/03/2021

'দ্যা অঞ্জন দত্ত ফাউণ্ডেশ্যনৰ' উদ্যোগত আমগুৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত অঞ্জন দত্ত দেৱৰ এটি প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে গৌৰীসাগৰস্থিত তেখেতৰ সমাধি ক্ষেত্ৰত। আজি আয়োজন কৰা প্ৰতিমূৰ্তি উন্মোচনী সভাখনিত আপোনাসৱ উপস্থিত থাকিব বুলি আশা ৰাখিলোঁ।

ঐতিহ্যমণ্ডিত শিৱসাগৰৰ বর্ডিং খেলপথাৰলৈ আজি ৰাইজ স্বতস্ফুৰ্ত ভাৱে উলাই আহিছে। কাৰণ, ৰাইজে উপলদ্ধি কৰিছে এয়া অসম বচোৱাৰ স...
14/02/2021

ঐতিহ্যমণ্ডিত শিৱসাগৰৰ বর্ডিং খেলপথাৰলৈ আজি ৰাইজ স্বতস্ফুৰ্ত ভাৱে উলাই আহিছে। কাৰণ, ৰাইজে উপলদ্ধি কৰিছে এয়া অসম বচোৱাৰ সময়।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত, মাননীয় ৰাহুল গান্ধী ডাঙৰীয়াৰ উপস্থিতিত আয়োজিত ' অসম বচাওঁ আহক' গণ সমাবেশখনিৰ কিছু দৃশ্যাংশ ৷

আজি আমগুৰি সমষ্টি কংগ্ৰেছ  কমিটিৰ উদ্যোগত অনুষ্ঠিত হোৱা "জাগে অসম" গণ সমাৱেশত  জননেত্ৰী ড° অংকিতা দত্তৰ সমৰ্থনত অনুষ্ঠিত...
07/02/2021

আজি আমগুৰি সমষ্টি কংগ্ৰেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত হোৱা "জাগে অসম" গণ সমাৱেশত জননেত্ৰী ড° অংকিতা দত্তৰ সমৰ্থনত অনুষ্ঠিত হোৱা বিশাল জনসভাই প্ৰমান কৰিলে যে ২০২১ৰ নিৰ্বাচনত আমাৰ দলৰ প্ৰাৰ্থী ড°অংকিতা দত্তৰ বিজয় নিশ্চিত।
আমগুৰিত এইবাৰ কংগ্ৰেছৰ হাত
ড° অংকিতা দত্ত জিন্দাবাদ ।

27/01/2021

ড° অংকিতা দত্ত বাইদেউৰ উদ্যোগত আৰু আমগুৰি সমষ্টি কংগ্ৰেছ কৰ্মীৰ সহযোগত গণৰাজ্য দিৱস উপলক্ষে সামৰিক-অৰ্ধসামৰিক বাহিনীৰ অৱসৰপ্ৰাপ্ত লোকসকলক সম্বৰ্ধনা জনোৱা হয়।

গণৰাজ্য দিৱসৰ এই পবিত্ৰ ক্ষণত ভাৰতৰ তথা অসমৰ স্বাধীনতা সংগ্ৰামত নিজৰ সৰ্বস্ব উজাৰি দিয়া প্ৰতিগৰাকী স্বাধীনতা সংগ্ৰামীলৈ ...
26/01/2021

গণৰাজ্য দিৱসৰ এই পবিত্ৰ ক্ষণত ভাৰতৰ তথা অসমৰ স্বাধীনতা সংগ্ৰামত নিজৰ সৰ্বস্ব উজাৰি দিয়া প্ৰতিগৰাকী স্বাধীনতা সংগ্ৰামীলৈ আমগুৰি সমষ্টি যুৱ কংগ্ৰেছৰ তৰফৰপৰা অশেষ শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ।

As we celebrate Indian Army Day, we salute and honour the valour and selflessness of our jawans who put their lives in d...
15/01/2021

As we celebrate Indian Army Day, we salute and honour the valour and selflessness of our jawans who put their lives in danger to secure our borders and keep us safe. Jai Hind!

মেজিৰ জুইত জাহ যাওক আমাৰ সকলোৰে মনত থকা সকলো অশান্তি, অসুয়া আৰু সাম্প্ৰদায়িকতা।সকলোৰে মনবোৰ শিশুৰ দৰে পৱিত্ৰ হৈ পৰক।সেই...
14/01/2021

মেজিৰ জুইত জাহ যাওক আমাৰ সকলোৰে মনত থকা সকলো অশান্তি, অসুয়া আৰু সাম্প্ৰদায়িকতা।সকলোৰে মনবোৰ শিশুৰ দৰে পৱিত্ৰ হৈ পৰক।সেই কামনাৰে সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

আমগুৰি সমষ্টি যুৱ কংগ্ৰেছৰ  তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ।
01/01/2021

আমগুৰি সমষ্টি যুৱ কংগ্ৰেছৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ।

Address

Amguri Rajiv Bhawan
Amguri
785680

Telephone

9435848681

Website

Alerts

Be the first to know and let us send you an email when Amguri Assembly Youth Congress Committee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share