GREEN ARMY

GREEN ARMY we are from baihata chariali .and our aim Planting more tree and saving earth.

এইটো  আমাৰ পেজটোৰ প্ৰথমটো  পোষ্ট ।আৰু ইয়াৰ দ্বাৰা আপোনালোকক জনাবলৈ পাই সূখী হৈছো যে যোৱা  ইং (04/10/29) আমি স্থান ননৰা ব...
14/10/2020

এইটো আমাৰ পেজটোৰ প্ৰথমটো পোষ্ট ।
আৰু ইয়াৰ দ্বাৰা আপোনালোকক জনাবলৈ পাই সূখী হৈছো যে
যোৱা ইং (04/10/29) আমি স্থান ননৰা বৰবকূলতল মন্দিৰৰ চৌপাশ ত আৰু যোৱা ইং (11/10/29) আমি স্থান ননৰাৰ সষ্টাৰৰ মন্দিৰৰ চৌপাশ ত যথেষ্ট খিনি গছপূলি ৰোপণ কৰিব সক্ষম হৈছো |আগন্তূক দিনতো আপোনালোকৰ সহায় পালে আগুৱাই যাব পাৰিম বুলি আশা ৰাখিছো |

Address

Baihata
781381

Website

Alerts

Be the first to know and let us send you an email when GREEN ARMY posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share