NSUI - Duliajan

NSUI - Duliajan Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from NSUI - Duliajan, Political organisation, Bangarapet.

আজি দুলীয়াজান nsui আৰু যুৱকংগ্রেছ ৰ উদ্যোগত তথা বেচৰকাৰী অনুষ্ঠান জুবলী ফাউণ্ডেশ্যন,মা আৰু প্ৰতিজ্ঞাৰ সহযোগত লগতে যুবনেত...
25/02/2021

আজি দুলীয়াজান nsui আৰু যুৱকংগ্রেছ ৰ উদ্যোগত তথা বেচৰকাৰী অনুষ্ঠান জুবলী ফাউণ্ডেশ্যন,মা আৰু প্ৰতিজ্ঞাৰ সহযোগত লগতে যুবনেতা Dhruba Jyoti Gogoiৰ নেতৃত্বত অংগদান কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

19/11/2020
05/11/2020

সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ নৱম বাৰ্ষিকী মৃত্যু দিৱসৰ দিনা তেখেতলৈ সহস্ৰ প্ৰণাম আৰু শ্ৰদ্ধা নিবেদিছো ।💐💐💐

জাতিৰ পিতা মহাত্মা গান্ধীজীৰ ১৫১তম  জন্মজয়ন্তীৰ পৱিত্ৰ ক্ষণত তেখেতক সশ্ৰদ্ধাৰে স্মৰণ কৰি শতকোটি প্ৰণিপাত জনাই সমূহ দেশ ব...
02/10/2020

জাতিৰ পিতা মহাত্মা গান্ধীজীৰ ১৫১তম জন্মজয়ন্তীৰ পৱিত্ৰ ক্ষণত তেখেতক সশ্ৰদ্ধাৰে স্মৰণ কৰি শতকোটি প্ৰণিপাত জনাই সমূহ দেশ বাসীক গান্ধীজয়ন্তীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ । ধন্যবাদ

24/07/2020

দুলীয়াজানৰ এজন যুৱ নেতা নাম কোৱাৰ কোনো প্ৰয়োজন নাই বুলি ভাবোঁ কাৰন শিশুৰ পৰা জেষ্ঠজন লৈকে সকলোৱে তেওঁক চিনি পাই ।
ৰাইজৰ হকে সদায় নিষ্ঠাৰে সেৱা আগবঢ়াই আজি আহি আহি এইটো পৰ্যায়ত ভৰি দিছেহি ।
ভালত ভাল বেয়াত বেয়া মানুহ টোক এচামে তেওঁৰ অকল দুখ বোৰ খুচৰি থাকে কাৰণ তেওঁলোকৰ কামেই সেইবোৰ বাৰু যিকি নহওক এইবাৰ অলপ আমি বোৰে নিজৰ বিবেক আৰু বুদ্ধিৰে এজন সু নাগৰিক হিচাপে ইয়াত কোনো ধৰ্ম নাই কোনো জাতি নাই আমি সকলোৱে একত্ৰিত হৈ তেখেতৰ কাষত থিয় হৈ আগন্তুক নিৰ্বাচনত দুলীয়াজানৰ এজন যুৱ জন প্ৰতিনিধি হিচাপে ৰাইজৰ সেৱা আগবঢ়াবলৈ উতসাহিত কৰোঁ আহক।
দুলীয়াজানৰ যি সকল নৱপ্ৰজন্ম আছে তেওঁলোকক আমি আমাৰ লগত সহযোগিতা আগবঢ়াবলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ কাৰন দেশৰ ভবিষ্যত আপোনাৰ আৰু আমাৰ দৰে নৱপ্ৰজন্মৰ হাতত আছে সেয়েহে এইবাৰ শেষবাৰৰ বাবে আমি সকলোৱে একত্ৰিত হৈ দুলীয়াজান সমষ্টিৰ পৰা ধ্ৰুৱজ্যোতি গগৈ ডাঙৰীয়াক জয়ী কৰাবলৈ সহায়ৰ হাত আগবঢ়াও আহক ।
ধন্যবাদ....

পৃথিৱীৰ জলবায়ু গড় উষ্ণতা দিনক দিনে বৃদ্ধি পায় অহাত বিশ্বৰ সকলো দেশ চিন্তিত। ৰাষ্ট্ৰসংঘই চিন্তিত হৈ এই ক্ষেত্ৰত সজাগ আ...
05/06/2020

পৃথিৱীৰ জলবায়ু গড় উষ্ণতা দিনক দিনে বৃদ্ধি পায় অহাত বিশ্বৰ সকলো দেশ চিন্তিত। ৰাষ্ট্ৰসংঘই চিন্তিত হৈ এই ক্ষেত্ৰত সজাগ আৰু সচেতন হ'বলৈ বাৰে বাৰে কৈ আহিছে৷ প্ৰায় ১৯৭১ চনৰ পৰাই বৰ্ধিত শক্তিৰ প্ৰায় ৯০ শতাংশ সাগৰ-মহাসাগৰত জমা হৈছে৷
মূলত মানুহৰ দ্বাৰা জীৱাশ্ম ইন্ধন দহনৰ ফলত গড় উষ্ণতাৰ ক্ৰমাগত বৃদ্ধি কাল হ’ব পাৰে বিশ্ব মানুহৰ বাবে৷ তাৰ বাবে মানুহে পৰিৱেশ সংৰক্ষণ কৰিব লাগিব, ৰোধ কৰিব লাগিব পাহাৰ ধ্বংস৷ ৰুব লাগিব গছ-গছনি৷ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে কাম কৰি যাব লাগিব প্ৰতিগৰাকী মানুহে৷যিদৰে এজোপা সেউজ বৃক্ষই আমাৰ চৌপাশত সুস্থ বাতাৱৰণৰ সৃষ্টি কৰে ঠিক সেইদৰে আজি এই 'বিশ্ব পৰিৱেশ দিৱস' ৰ দিনা জন মানসত এক কল্যাণকামী চিন্তাধাৰাৰে আজি বিশ্ব পৰিবেশ দিৱসৰ দিনা NSUI, Duliajan Assembly'r সৌজন্যত অসম প্ৰদেশ কংগ্ৰেছ কমিটি সদস্য শ্ৰীযুত ধ্ৰুৱজ্যোতি গগৈ আৰু অসম যুৱ কংগ্ৰেছৰ সদস্য সকলে একত্ৰিত হৈ কছাৰী পথাৰ, ম'হমাৰী, চেলেংহাতকে আদি কৰি দুলিয়াজন আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল সমূহত বৃক্ষ ৰোপণ কৰা হয়।

Address

Bangarapet
786602

Website

Alerts

Be the first to know and let us send you an email when NSUI - Duliajan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share