11/10/2022
শ্ৰদ্ধাৰ সমূহ লক্ষ্মীপুজা দৰ্শনাৰ্থীৰ লৈ এটি শুভ সংবাদ,
অহা কালি ১২/১০/২০২২ ইং তাৰিখ বুধবাৰে "ভিজন স্পিং এন জি অৰ উদ্যোগত আৰু আঠিয়াবাৰী আঞ্চলিক উন্নয়ন সমিতিৰ সৌজন্যত বিজ্ঞ চিকিৎসকৰ দ্বাৰা এটি বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে।
যি সকল ব্যক্তিয়ে চকু চিকিৎসা কৰিবলৈ বিচাৰে তেখেত সকলক অহা কালিৰ বিনামূলীয়া চকু চিকিৎসা শিবিৰলৈ আহিবলৈ আহ্বান জনালোঁ।
স্থান:- আঠিয়াবাৰী ৰাজহুৱা প্ৰেক্ষাগৃহ
সময়:- ৰাতিপুৱা ৯:৩০ বজা
(ৰোগী সকলে নিজৰ নিজৰ আধাৰ কাৰ্ড অথবা পান কাৰ্ড লগত আনিব লাগিব।)
যি সকল ৰোগীক চচ্মাৰ প্ৰয়োজন হয় তেখেত সকলে বিচাৰিলে চিকিৎসা শিবিৰৰ পৰাই মাত্ৰ ৮০/- টকা মূল্য দি ল'ব পাৰিব।
ধন্যবাদেৰে
সঞ্চালক, "ভিজন স্পিং"
আৰু
আঠিয়াবাৰী আঞ্চলিক উন্নয়ন সমিতি,