Salim

Call Directions Contact the organization

Salim social sarvice

গান্ধাৰী পাৰা হাই মাদ্ৰাছাৰ  অৱসৰপ্ৰাপ্ত,প্ৰধান শিক্ষক, সন্মানীয় আবু তালেব আহমেদ ছাৰৰ লগতে সমূহ শিক্ষাগুৰু লৈ "শিক্ষক দি...
05/09/2026

গান্ধাৰী পাৰা হাই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত,প্ৰধান শিক্ষক, সন্মানীয় আবু তালেব আহমেদ ছাৰৰ লগতে সমূহ শিক্ষাগুৰু লৈ "শিক্ষক দিৱস"ৰ শুভেচ্ছা জনালোঁ! ভগৱানৰ ওচৰত পাৰ্থনা কৰোঁ যাতে সকলো শিক্ষাগুৰু ভালে আৰু কুশলে থাকক। 🙏🙏

29/07/2026
২০২৬'ৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা।৪২ টা সমষ্টিৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ। কে...
03/03/2026

২০২৬'ৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা।
৪২ টা সমষ্টিৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ। কেন্দ্ৰীয় নিৰ্বাচন কমিটীয়ে নিৰ্বাচিত কৰা প্ৰতিগৰাকী প্ৰাৰ্থীলৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

#এইবাৰ_কংগ্ৰেছ

হোলীৰ ৰঙৰ সমাহাৰে সকলোৰে জীৱন শান্তি, সম্প্ৰীতি আৰু অনাবিল আনন্দেৰে উপচাই তোলক, তাৰেই কামনা কৰিছোঁ।পৱিত্ৰ দৌল উৎসৱ আৰু ফ...
03/03/2026

হোলীৰ ৰঙৰ সমাহাৰে সকলোৰে জীৱন শান্তি, সম্প্ৰীতি আৰু অনাবিল আনন্দেৰে উপচাই তোলক, তাৰেই কামনা কৰিছোঁ।
পৱিত্ৰ দৌল উৎসৱ আৰু ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।


Mujhe ghamand tha woh mere liye sabko chor sakti hai!Lekin ye nhi pata tha woh sabke liye mujhe is chor degi
03/03/2026

Mujhe ghamand tha woh mere liye sabko chor sakti hai!
Lekin ye nhi pata tha woh sabke liye mujhe is chor degi

Happy New year 🥰   এই বছৰৰ আৰম্ভণি যাতে ভালকৈ পাৰ হয় তাৰে কামনা ,আশাবোৰ পূৰণ হওক, সপোনবোৰ বাস্তৱ হওক, দুখবোৰ গুচি যাওক,...
01/01/2026

Happy New year 🥰 এই বছৰৰ আৰম্ভণি যাতে ভালকৈ পাৰ হয় তাৰে কামনা ,আশাবোৰ পূৰণ হওক, সপোনবোৰ বাস্তৱ হওক, দুখবোৰ গুচি যাওক, নতুন বছৰৰ দিনবোৰ সকলোৰে বাবে ভাল হওক।নৱবৰ্ষৰ শুভেচ্ছা থাকিল! Happy New year 2026

নৱবৰ্ষৰ প্ৰতি শুভেচ্ছাৰে.......নৱবৰ্ষত নতুন আশা বুকুত বান্ধি খোজ দিবলৈ আগ বাঢ়ি যাব বিচাৰো। আশায়েই হৈছে মানুহৰ জীৱনৰ জীয...
31/12/2025

নৱবৰ্ষৰ প্ৰতি শুভেচ্ছাৰে.......

নৱবৰ্ষত নতুন আশা বুকুত বান্ধি খোজ দিবলৈ আগ বাঢ়ি যাব বিচাৰো। আশায়েই হৈছে মানুহৰ জীৱনৰ জীয়াই থকাৰ প্ৰেৰণা, আশা নথকা হলে পৃথিৱীখন ইমান সুন্দৰ কেতিয়াও নহ'ল হয়, তেনে বহুত আশা আহি থকা দিনবোৰত সুখ শান্তিৰে বাস্তৱায়িত কৰাৰ হেঁপাহেৰে আজি নতুন বছৰটিক আদৰিবলৈ আমি সাজু হৈ আছোঁ। আৰু সকলোকে নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা যাছিলোঁ।

 #অভিনন্দন অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা বিশ্বকাপ বিজয়ী জাতীয় দলৰ প্ৰথম খেলুৱৈ অসম কন্যা উমা ছেত্ৰীলৈ আন্তৰিক অভিনন্দন ...
08/11/2025

#অভিনন্দন
অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা বিশ্বকাপ বিজয়ী জাতীয় দলৰ প্ৰথম খেলুৱৈ অসম কন্যা উমা ছেত্ৰীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচছা জ্ঞাপন কৰিছো।






Address

Gandhari Para, Barpeta Road
Barpeta Road
781315

Telephone

+919085922132

Website

Alerts

Be the first to know and let us send you an email when Salim posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Salim:

Shortcuts

Share

Category