BJYM Sorbhog

BJYM Sorbhog যুৱ শক্তি ৰাষ্ট্ৰ শক্তি
Mission: Empowering youth to transform India into a stronger and prosperous global power.

Vision: – Leading political platform for youth of India. ‘Be the Change’ – Join BJYM

07/08/2026
উজনি অসমৰ বানপীড়িত ৰাইজৰ সাহায্যৰ্থে আজি অসম বিধানসভাৰ অধ্যক্ষ মাননীয় ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী সাহায...
30/07/2026

উজনি অসমৰ বানপীড়িত ৰাইজৰ সাহায্যৰ্থে আজি অসম বিধানসভাৰ অধ্যক্ষ মাননীয় ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ভাৰতীয় জনতা যুৱ মৰ্চা,বৰনগৰ (সৰভোগ) মণ্ডলৰ হৈ কিছু আৰ্থিক সাহায্য আগবঢ়োৱা হয়।

Ranjeet Kumar Dass
Himanta Biswa Sarma
CMO Assam

আজি ভাৰতীয় জনতা যুৱ মৰ্চা , বৰনগৰ মণ্ডল কাৰ্যালয়ত এখন বিশেষ সাংগঠনিক সভা অনুষ্ঠিত কৰা হ‍য় লগতে আগন্তুক কাৰ্যসূচীৰ বিষয়ে ...
22/07/2026

আজি ভাৰতীয় জনতা যুৱ মৰ্চা , বৰনগৰ মণ্ডল কাৰ্যালয়ত এখন বিশেষ সাংগঠনিক সভা অনুষ্ঠিত কৰা হ‍য় লগতে আগন্তুক কাৰ্যসূচীৰ বিষয়ে আলোচনা চলোৱা হয়।
উক্ত সভাত উপস্থিত থাকে ভাৰতীয় জনতা যুৱ মৰ্চা, বৰপেটা জিলাৰ সভাপতি দিগন্ত দাস ডাঙৰীয়া, উপসভাপতি ৰুমা সৰকাৰ ডাঙৰীয়ানী লগতে উপস্থিত থাকে,ভাৰতীয় জনতা যুৱ মৰ্চা, বৰনগৰ মণ্ডলৰ সভাপতি বিকাশ দাস ডাঙৰীয়া আৰু বৰনগৰ মণ্ডলৰ বিষয় ববিয়া সকল।।

Himanta Biswa Sarma
Ranjeet Kumar Dass

আজি অসম বিধান সভাৰ সন্মানীয় অধ্যক্ষ তথা ২১ নং ভবানীপুৰ সৰভোগ সমষ্টিৰ স্থানীয় বিধায়াক ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াৰ উদ্যোগত ...
11/07/2026

আজি অসম বিধান সভাৰ সন্মানীয় অধ্যক্ষ তথা ২১ নং ভবানীপুৰ সৰভোগ সমষ্টিৰ স্থানীয় বিধায়াক ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াৰ উদ্যোগত লগতে ভাৰতীয় জনতা পাৰ্টি আৰু যুৱ মৰ্চা বৰনগৰ মণ্ডলৰ সহযোগত এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৮৫% নম্বৰ লৈ উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক ভাৰতীয় জনতা পাৰ্টি, বৰনগৰ মণ্ডলৰ প্ৰয়াত শঙ্কৰ চন্দ্ৰ দাস প্ৰেক্ষাগৃহত সম্বৰ্ধনা জনোৱা হয়।

এই সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সন্মানীয় বিধানসভাৰ অধ্যক্ষ তথা স্থানীয় বিধায়ক শ্ৰী ৰণজিৎ কুমাৰ দাস ডাঙৰীয়া।লগতে উপস্থিত থাকে বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ পৰাগ বৰ্মন ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টি, বৰপেটা জিলাৰ সভানেত্ৰী সবিতা দেৱনাথ ডাঙৰীয়ানী,ভাৰতীয় জনতা পাৰ্টি, বৰনগৰ মণ্ডলৰ সভাপতি বিপুল তালুকদাৰ ডাঙৰীয়া,ভাৰতীয় জনতা যুৱ মৰ্চা, বৰপেটা জিলাৰ সভাপতি দিগন্ত দাস ডাঙৰীয়া,ভাৰতীয় জনতা যুৱ মৰ্চা, বৰনগৰ মণ্ডলৰ সভাপতি বিকাশ দাস ডাঙৰীয়াৰ।।

যুৱ শক্তি ৰাষ্ট্ৰ শক্তি
Ranjeet Kumar Dass

ভাৰতীয় জনতা যুৱ মৰ্চা,(চকচকা)বৰনগৰ মণ্ডলৰ সভাপতি শ্ৰী বিকাশ দাস ডাঙৰীয়াৰ ওপজা দিনৰ শুভেচ্ছা জনোৱাৰ লগতে সু-স্বাস্থ্য আ...
04/07/2026

ভাৰতীয় জনতা যুৱ মৰ্চা,(চকচকা)বৰনগৰ মণ্ডলৰ সভাপতি শ্ৰী বিকাশ দাস ডাঙৰীয়াৰ ওপজা দিনৰ শুভেচ্ছা জনোৱাৰ লগতে সু-স্বাস্থ্য আৰু দীৰ্ঘ আয়ুৰ কামনা কৰিলোঁ।।

ভাৰতীয় জনতা যুৱ মৰ্চা, (চকচকা)বৰনগৰ মণ্ডলৰ তৰফৰ পৰা আজি যোৰহাট বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা বীৰ জোৱান সকলৰ আত্মাৰ চিৰশ...
13/06/2026

ভাৰতীয় জনতা যুৱ মৰ্চা, (চকচকা)বৰনগৰ মণ্ডলৰ তৰফৰ পৰা আজি যোৰহাট বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা বীৰ জোৱান সকলৰ আত্মাৰ চিৰশান্তি কামনা কৰিলো তথা বীৰ জোৱান সকলৰ পৰিয়াল বর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ ।

আজি সৰভোগ পৌৰসভাৰ উদ্যোগত আৰু সৰভোগবাসী ৰাইজৰ সহযোগত অসম বিধান সভাৰ নৱ নিযুক্ত অধ্যক্ষ তথা ২১ নং ভবানীপুৰ-সৰভোগ সমষ্টিৰ ...
23/05/2026

আজি সৰভোগ পৌৰসভাৰ উদ্যোগত আৰু সৰভোগবাসী ৰাইজৰ সহযোগত অসম বিধান সভাৰ নৱ নিযুক্ত অধ্যক্ষ তথা ২১ নং ভবানীপুৰ-সৰভোগ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক মননীয় ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াক ভাৰতীয় জনতা যুৱ মৰ্চা বৰনগৰ মণ্ডলৰ তৰফৰ পৰা শুভেচ্ছা তথা অভিনন্দন জনোৱা হয়।

Ranjeet Kumar Dass

ভাৰতীয় জনতা যুৱ মৰ্চা, বৰনগৰ মণ্ডলৰ সাধাৰণ সম্পাদক শ্ৰী বিবেকানন্দ নাথৰ ওপজা দিনৰ আন্তৰিক শুভেচ্ছাৰ লগতে সু-স্বাস্থ্য আ...
19/05/2026

ভাৰতীয় জনতা যুৱ মৰ্চা, বৰনগৰ মণ্ডলৰ সাধাৰণ সম্পাদক শ্ৰী বিবেকানন্দ নাথৰ ওপজা দিনৰ আন্তৰিক শুভেচ্ছাৰ লগতে সু-স্বাস্থ্য আৰু দীৰ্ঘায়ূ কামনা কৰিলোঁ।🙏

Address

Sorbhog, Barpeta, Barpeta Road
Barpeta Road
781317

Opening Hours

Monday 9:30am - 5pm
Tuesday 9:30am - 5pm
Wednesday 9:30am - 5pm
Thursday 9:30am - 5pm
Friday 9:30am - 5pm
Saturday 9:30am - 5pm

Telephone

+918486349185

Alerts

Be the first to know and let us send you an email when BJYM Sorbhog posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJYM Sorbhog:

Shortcuts

Share