EXIN LIVE Digital

EXIN LIVE Digital আপোনাৰ চুবুৰীৰ খবৰ,আপোনাৰ ভাষাত,
সততা আৰু দায়বদ্ধতাৰে প্ৰতিটো খবৰ আপোনাৰ মোবাইলত ! https://www.youtube.com/
(1)

05/12/2025

গুৱাহাটী বিমাবন্দৰ

05/12/2025

🛑 আগতীয়াকৈ কোনো জাননী নিদিয়াকৈ ইণ্ডিগো কোম্পানীৰ সকলো বিমান বাতিল
🛑 গুৱাহাটী বিমান বন্দৰত যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতি

05/12/2025

এয়াৰ ইণ্ডিগোৰ সকলো বিমান বাতিল
যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতি!

01/12/2025

🛑উচ্ছেদ সন্দৰ্ভত এ.আই.ইউ.ডি.এফ দলৰ বিধায়ক আমিনুল ইছলামৰ সংবাদমেল ।

01/12/2025

🛑যোৱা ২৯ নৱেম্বৰ তাৰিখে বিটিচি সচিবালয়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ লগত ইউপিপিএল আৰু নিখিল বড়ো ছাত্ৰ সন্থা জৰিত থকা বুলি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কৰা মন্তৱ্যৰ পিছত
🛑আজি ইউপিপিএল দলৰ সাধাৰণ সম্পাদক - ৰাজু কুমাৰ নাৰ্জাৰীৰ ফেছবুক লাইভ

01/12/2025

ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত
মুখ্যমন্ত্ৰীৰ মন্তৱ্য।
অৰুণোদয়কো বিৰোধীয়ে ললিপপ বুলি কৈছিল।

01/12/2025

🛑যোৱা ২৯ নৱেম্বৰ তাৰিখে বিটিচি সচিবালয়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ লগত ইউপিপিএল আৰু নিখিল বড়ো ছাত্ৰ সন্থা জৰিত থকা বুলি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কৰা মন্তৱ্যৰ পিছত
🛑আজি ইউপিপিএল দলৰ সাধাৰণ সম্পাদক - ৰাজু কুমাৰ নাৰ্জাৰীৰ ফেছবুক লাইভ

01/12/2025

কালি BTC সচিবালয় লণ্ডভণ্ড কৰা সংক্ৰান্তত বিটিচি পৰিষদৰ অধ্যক্ষৰ মন্তব্য।


30/11/2025

কোকৰাঝাৰৰ ঘটনাৰ পিছত প্ৰথম প্রতিক্রিয়া-মুখ্যমন্ত্ৰীৰ

30/11/2025

🛑ছয় জনগোষ্ঠীক জনজাতিকৰণ আৰু যোৱা কালি বিটিচি সচিবালয়ত ঘটি যোৱা ঘটনা সম্পৰ্কে বিটিচি প্ৰধান- হাগ্ৰামা মহিলাৰীৰ সংবাদমেল।


30/11/2025

যোৱা দুটা মাহত বিটিচিত যিখিনি উন্নয়ন মূলক কাম হল, তাৰবাবে অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে যোৱা কালি বিটিচি সচিবালয়ত যিটো ঘটনা হৈ গ'ল তাৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থা আৰু ইউপিপিএল দায়ী বুলি মন্তব্য বিটিচি প্ৰধান - হাগ্ৰামা মহিলাৰীৰ



30/11/2025

📍অৰুনাচল প্ৰদেশত মছজিদ বন্ধ কৰিবলৈ যোৱা সংগঠনক বাধা অৰূপ স্থানীয় লোকৰ।


Address

Barpeta Road

Website

Alerts

Be the first to know and let us send you an email when EXIN LIVE Digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category