BJYM Barpeta

BJYM Barpeta ভাৰত মাতা কি জয়

ভাৰতীয় জনতা পাৰ্টি, বৰপেটা জিলাৰ মাননীয়  সভাপতি শ্ৰীযুত মহেন্দ্ৰ দাস ডাঙৰীয়াৰ অনুমোদন মৰ্মে ভাৰতীয় জনতা যুৱ মৰ্চা, বৰ...
31/10/2025

ভাৰতীয় জনতা পাৰ্টি, বৰপেটা জিলাৰ মাননীয় সভাপতি শ্ৰীযুত মহেন্দ্ৰ দাস ডাঙৰীয়াৰ অনুমোদন মৰ্মে ভাৰতীয় জনতা যুৱ মৰ্চা, বৰপেটা জিলাৰ মাননীয় জিলা সভাপতি দিগন্ত দাস ডাঙৰীয়াই যুৱ মৰ্চা, বৰপেটা জিলা সমিতি ঘোষণা কৰে।
BJP Assam Pradesh
BJYM Assam

29/10/2025
27/10/2025

অসমত ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপনৰ বিৰোধিতা কৰি অসমীয়া যুৱক-যুৱতীক মেধাহীন বুলি তাচ্ছিল্য কৰা কংগ্ৰেছ নেতা প্ৰিয়ংক খৰ্গেক কঠোৰ ভাষাৰে সমালোচনা কৰি ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ মাননীয় সভাপতি শ্ৰীযুত ৰাকেশ দাস ডাঙৰীয়াই কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে অসমবাসীৰ ওচৰত ক্ষমা খুজিবলৈ দাবী জনায়।
Himanta Biswa Sarma
Dilip Saikia
Rakesh Das

ৰাষ্ট্ৰসংঘৰ General Assembly (UNGA)ত অংশগ্ৰহণ কৰিবলৈ ভাৰতীয় প্ৰতিনিধি মণ্ডলৰ সৈতে আজি মাজনিশা নিউয়ৰ্ক অভিমুখে যাত্ৰা কৰ...
26/10/2025

ৰাষ্ট্ৰসংঘৰ General Assembly (UNGA)ত অংশগ্ৰহণ কৰিবলৈ ভাৰতীয় প্ৰতিনিধি মণ্ডলৰ সৈতে আজি মাজনিশা নিউয়ৰ্ক অভিমুখে যাত্ৰা কৰিব ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মাননীয় ৰাজ্যিক সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াই ।

ভাৰত চৰকাৰে তেখেতক এই প্ৰতিনিধি মণ্ডলৰ সদস্যৰূপে নিৰ্বাচিত কৰাত আমি অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ আৰু তেখেতৰ এই কাৰ্যসূচীৰ সফলতা কামনা কৰিছোঁ ।

25/10/2025
25/10/2025
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ ডাঙৰীয়াক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।আপোনাৰ সুদক্ষ নেতৃত্বত ভাৰতৰ অভ্যন্তৰী...
22/10/2025

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ ডাঙৰীয়াক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।

আপোনাৰ সুদক্ষ নেতৃত্বত ভাৰতৰ অভ্যন্তৰীণ নিৰাপত্তা আৰু সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী হৈ উঠিছে। উত্তৰ পূৰ্বাঞ্চল, বিশেষকৈ অসমলৈ শান্তি-সম্প্ৰীতিৰ বাতাৱৰণ ঘূৰাই অনাৰ ক্ষেত্ৰত আপোনাৰ অনবদ্য ভূমিকা অত্যন্ত প্ৰশংসনীয়।

মা কামাখ্যাৰ অম্লান আশিসত আপুনি সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ অধিকাৰী হৈ দেশমাতৃৰ সেৱাৰ বাবে নিষ্ঠাৰে কাম কৰি যাওক, তাৰেই কামনা কৰিছোঁ।

20/10/2025

Ayodhya Deepotsav 2025 🪔

সকলোলৈ  পোহৰৰ উৎসৱ দিপাৱলী আৰু কালী পূজাৰ আন্তৰিক শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰিলোঁ।     মা কালীৰ আৰ্শীবাদ আৰু দিপাৱলী...
20/10/2025

সকলোলৈ পোহৰৰ উৎসৱ দিপাৱলী আৰু কালী পূজাৰ আন্তৰিক শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰিলোঁ।

মা কালীৰ আৰ্শীবাদ আৰু দিপাৱলীৰ পোহৰে নাশ কৰক সকলোৰে অপায়-অমংগল আৰু দুখ-দুৰ্দশা। সকলোৰে জীৱন কৰি তোলক আলোকময় তাৰে কামনা কৰিলোঁ।

আমাৰ জুবিন, অমৰ জুবিন...প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এমহীয়া উপলক্ষে ভাৰতীয় জনতা পাৰ্টি, বৰপেটা জিলা  কাৰ্যালয়ত ...
19/10/2025

আমাৰ জুবিন, অমৰ জুবিন...

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এমহীয়া উপলক্ষে ভাৰতীয় জনতা পাৰ্টি, বৰপেটা জিলা কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজিত কৰা হয়।

তেখেতৰ স্মৃতি, তেখেতৰ সৃষ্টি আৰু তেখেতৰ মানৱিক আদৰ্শ আমাৰ সমাজৰ প্ৰতি যুগে যুগে প্ৰেৰণাৰ উৎস হৈ থাকিব।

ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী...


Himanta Biswa Sarma
Dilip Saikia
Rakesh Das
BJYM Assam

Address

Barpeta
781317

Alerts

Be the first to know and let us send you an email when BJYM Barpeta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJYM Barpeta:

Share