Krishna kanta das

Krishna kanta das Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Krishna kanta das, Social service, Barpeta.

✍সদৌ বৰপেটা জিলা ছাত্ৰ সন্থা , বজালী মহকুমা ছাত্ৰ সন্থাৰ লগতে পাঠশালা আঞ্চলিক ছাত্ৰ সন্থা আৰু বজালী বাসী ৰাইজৰ উদ্যোগত অ...
29/05/2022

✍সদৌ বৰপেটা জিলা ছাত্ৰ সন্থা , বজালী মহকুমা ছাত্ৰ সন্থাৰ লগতে পাঠশালা আঞ্চলিক ছাত্ৰ সন্থা আৰু বজালী বাসী ৰাইজৰ উদ্যোগত অনুষ্ঠিত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ ভাতৃ সংগঠন অসম উন্নতি সভা আৰু অসম সেনাৰ আজি বজালী জিলা উন্নতি সভা আৰু বজালী জিলা অসম সেনাৰ অধিবেশন সফল ৰূপত অনুষ্ঠিত হৈ যায় । উক্ত অধিৱেশনত বজালী জিলা উন্নতি সভাৰ বীৰেন কলিতা সভাপতি আৰু চাণক্য দাসক সম্পাদক হিচাপে লৈ এখন পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয় লগতে অসমৰ সেনাৰ আহ্বায়ক সমিতি গঠন কৰা হয় ।
আজিৰ এই অধিবেশনত সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লগতে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদকৰ দায়িত্ব গ্ৰহন কৰি সদৌ অসম ছাত্ৰ সন্থাক সবল নেতৃত্ব প্ৰদান কৰা সমুদ্ৰ পাটগিৰি ডাঙৰীয়াক আৰু বজালী মহকুমা ছাত্ৰ সন্থা আৰু পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাক একালত সবল নেতৃত্ব প্ৰদান কৰা অৰূপ জ্যোতি দাসক অসম উন্নতি সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক হিচাপে নিৰ্বাচিত কৰা হয় ।

●প্ৰতি বছৰৰ দৰে এইবেলিও আমি বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰঙালী বিহু উদযাপন কৰা হব। ২০১৩ চনৰ পৰা আমি 'বৰপেটা বটা' ...
02/04/2022

●প্ৰতি বছৰৰ দৰে এইবেলিও আমি বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰঙালী বিহু উদযাপন কৰা হব। ২০১৩ চনৰ পৰা আমি 'বৰপেটা বটা' নামক এটি বটা আমি প্ৰতি বছৰে সমাজ জীৱনৰ লগত জড়িত ব্যক্তিক প্ৰদান কৰি আহিছো।এইবেলিও পহিলা ব'হাগত 'বৰপেটা বটা' বিশিষ্ট যুৱ সুৰকাৰ যন্ত্ৰশিল্পী তথা সংগীত পৰিচালক আৰু 'ৰজত কমল বটা' প্ৰাপক অনুৰাগ শইকীয়াক প্ৰদান কৰা হব আজি সংবাদমেল যোগে ঘোষণা কৰা হয়।

25/01/2022
০৭|১১|২০২১✍সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যনিৰ্বাহক সভাত ।আগন্তুক দিনত জিলাখনক কেনেধৰণে আগুৱাই নিব পৰা যায়,শৈক্ষিক,...
07/11/2021

০৭|১১|২০২১
✍সদৌ বৰপেটা জিলা ছাত্ৰ সন্থাৰ কাৰ্য্যনিৰ্বাহক সভাত ।আগন্তুক দিনত জিলাখনক কেনেধৰণে আগুৱাই নিব পৰা যায়,শৈক্ষিক,সামাজিক তথা আগন্তুক জিলা অধিৱেশন সম্পৰ্কে আলোচনা কৰা হয় ।

৪|১০|২০২১বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত কৰা বিনামূলীয়া টেট ' প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠানত।
05/10/2021

৪|১০|২০২১
বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত কৰা বিনামূলীয়া টেট ' প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠানত।

✍আজি বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ সামৰণী অনুষ্ঠানত ।স্থান: বৰনগৰ মহাবিদ্যালয়, সৰভোগ ।
19/09/2021

✍আজি বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিনামূলীয়া প্ৰশিক্ষণ শিবিৰৰ সামৰণী অনুষ্ঠানত ।

স্থান: বৰনগৰ মহাবিদ্যালয়, সৰভোগ ।

●১৯৩৯ চনত বৰপেটা অঞ্চলৰ মানুহৰ প্ৰচেষ্টতাত গঢ় লৈ উঠিছিল মাধৱ চৌধুৰী মহাবিদ্যালয় আৰু এই মহাবিদ্যালয়খনত উপযুক্ত আসন অভাৱ ...
15/09/2021

●১৯৩৯ চনত বৰপেটা অঞ্চলৰ মানুহৰ প্ৰচেষ্টতাত গঢ় লৈ উঠিছিল মাধৱ চৌধুৰী মহাবিদ্যালয় আৰু এই মহাবিদ্যালয়খনত উপযুক্ত আসন অভাৱ হোৱাৰ ফলত স্থানীয় ছাত্ৰ-ছাত্ৰী সকল আজি যি বিপদৰ সম্মুখীন হৈছে তাৰ ওপৰত এক আলোচনা কৰা হল সন্মানীয় অধ্যক্ষ মহোদয়ৰ লগত।আলোচনাৰ শেষত অধ্যক্ষ মহোদয়ে আমাক সম্পূৰ্ণ সহাৰি জনাই।বৃহত্তৰ বৰপেটা অঞ্চলটোক তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলক শিক্ষাৰ দিশত আগবঢ়াই নিবৰ বাবে মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ সৃষ্টি কৰা হৈছিল। আনুষ্ঠানিক শিক্ষা সকলোৰে বাবে সাৰ্থক হওক তাক উদ্দেশ্য কৰি আজি মাধৱ চৌধুৰী মহাবিদ্যালয়ত আমি উপস্থিত হও।

Address

Barpeta
781314

Telephone

+919957007875

Website

Alerts

Be the first to know and let us send you an email when Krishna kanta das posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category