সৰুক্ষেত্ৰী অগপ +বিজেপি

  • Home
  • India
  • Barpeta
  • সৰুক্ষেত্ৰী অগপ +বিজেপি

সৰুক্ষেত্ৰী অগপ +বিজেপি BJP Sarukhetri.

19/01/2026

Works never lies 🙏

19/01/2026

❤️❤️❤️

26/11/2025

২০০৮ চনত মুম্বাইত সন্ত্রাসবাদীৰ ধাৰাবাহিক আক্ৰমণত প্ৰাণ হেৰুওৱা নিৰীহ লোকসকলৰ লগতে সন্ত্রাসবাদীৰ সৈতে পৰাক্ৰমেৰে যুঁজি আত্মবলিদান দিয়া শ্বহীদ বীৰ জোৱানসকলক
গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।

26/11/2025
10/11/2025
10/11/2025

পদ্মভূষণ সন্মানপ্ৰাপক প্ৰথিতযশা স্বাধীনতা সংগ্ৰামী, সমাজ সংস্কাৰক পুষ্পলতা দাস ডাঙৰীয়ানীক আজি স্মৃতিদিৱসত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ৷ নাৰীশক্তিৰ সবলীকৰণ, সমাজ সংস্কাৰ আদি দিশত অগ্ৰণী ভূমিকা পালন কৰি যোৱা এইগৰাকী মহীয়সীৰ জীৱন পৰিক্ৰমা আৰু কৰ্মৰাজি সদায় স্মৰণীয় হৈ থাকিব৷

Address

Barpeta

Website

Alerts

Be the first to know and let us send you an email when সৰুক্ষেত্ৰী অগপ +বিজেপি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share