Gunajit adhikary Barpeta

Gunajit adhikary  Barpeta Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Gunajit adhikary Barpeta, Political organisation, Barpeta.

18/03/2024
18/03/2024
17/03/2024
16/03/2024
দেশৰ স্বাধীনতা সংগ্ৰামৰ ভৰপক আৰম্ভণিৰ সময়ছোৱাত ব্ৰিটিছ ঔপনিৱেশিকতাবাদৰ বিৰুদ্ধে সজোৰে বিপ্লৱ কৰি অসমী আইৰ সুযোগ্য সন্তা...
26/02/2024

দেশৰ স্বাধীনতা সংগ্ৰামৰ ভৰপক আৰম্ভণিৰ সময়ছোৱাত ব্ৰিটিছ ঔপনিৱেশিকতাবাদৰ বিৰুদ্ধে সজোৰে বিপ্লৱ কৰি অসমী আইৰ সুযোগ্য সন্তান মণিৰাম দেৱান আৰু পিয়লি বৰুৱাই ত্যাগ আৰু স্বদেশপ্ৰেমৰ স্বাক্ষৰ বহন কৰিছিল। আজি পুণ্যতিথিত দুয়োগৰাকী মহান শ্বহীদলৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ।

বীৰ যোদ্ধা মহাবীৰ চিলাৰায়ৰ শৌৰ্য আৰু পৰাক্ৰমেৰে ধন্য আমাৰ অসম ভূমি। আজি চিলাৰায় দিৱস উপলক্ষে মহান বীৰগৰাকীক শ্ৰদ্ধাৰে স্...
24/02/2024

বীৰ যোদ্ধা মহাবীৰ চিলাৰায়ৰ শৌৰ্য আৰু পৰাক্ৰমেৰে ধন্য আমাৰ অসম ভূমি। আজি চিলাৰায় দিৱস উপলক্ষে মহান বীৰগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিলোঁ। বীৰ চিলাৰায়ৰ পৃষ্ঠপোষকতাত অসমৰ সমাজ জীৱনত এক নতুন যুগৰ সূচনা হৈছিল। মহান বীৰ যোদ্ধাগৰাকীৰ আদৰ্শ, কীৰ্তি, দেশপ্ৰেম ইতিহাসৰ এক যুগমীয়া অধ্যায় হৈ চিৰদিন জিলিকি থাকিব।

Address

Barpeta

Website

Alerts

Be the first to know and let us send you an email when Gunajit adhikary Barpeta posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share