Kalgachia Darpan

Kalgachia Darpan I Love India I Love Assam

30/03/2026

কলগাছিয়াত কংগ্ৰেছৰ মূখ্য কাৰ্যালয় মুকলি

25/03/2026
22/03/2026
22/03/2026

অবৈধভাৱে দখল কৰি থকা অসমৰ ভূমিত আমি উচ্ছেদ অভিযান অব্যাহত ৰাখি আমাৰ চৰকাৰৰ সময়ত ডেৰ লাখ বিঘা ভূমিৰ পৰা অচিনাকি লোকক উচ্ছেদ কৰিছিলোঁ৷ এয়া আছিল আমাৰ বাবে প্ৰত্যাহ্বানসদৃশ৷ অচিনাকিয়ে দখল কৰা আমাৰ ভূমি পুনৰ উদ্ধাৰ কৰি আমাৰ অসমৰ অধিকাৰ সুৰক্ষিত কৰাৰ দৃঢ় স্থিতিত আমি অটল থাকিম। আমাৰ স্থিতি স্পষ্ট— অসমৰ মাটিৰ প্ৰতিটো ইঞ্চি অবৈধ দখলৰ পৰা মুক্ত কৰা হ'বই। অসমৰ ভূমি কেৱল অসমৰ জনতাৰ বাবে। ইয়াৰ বাবে লাগিব কেৱল আপোনালোকৰ আশীৰ্বাদ৷ আমাৰ পৰৱৰ্তী লক্ষ্য ৫ লাখ বিঘা ভূমি অবৈধ লোকৰ পৰা উদ্ধাৰ কৰা৷

1.5 lakh bighas (50,000 acres) illegal encroachments EVICTED.

Are we done yet? Nah, Ye Dil Mange More.

Our target is to free up 5 Lakh Bighas of encroached land by 2031 and safeguard Assam's Jati, Mati and Bheti.

কে.কে. পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয় (কলগাছিয়া)ৰপ্রাক্তন শিক্ষার্থী সন্মিলনীৰ উদ্যোগতপ্রাক্তন শিক্ষার্থী সমাৰোহস্থানঃ কে...
22/03/2026

কে.কে. পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয় (কলগাছিয়া)ৰ

প্রাক্তন শিক্ষার্থী সন্মিলনীৰ উদ্যোগত

প্রাক্তন শিক্ষার্থী সমাৰোহ

স্থানঃ কে. কে. পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয় প্রাঙ্গণ

দিনাংক:

১৩১৪

আৰু

১৫

এপ্রিল-২০২৬ ইং।

স্মৃতিগ্ৰন্থৰ বাবে লেখা আহ্বান

কে.কে পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আগন্তক প্রাক্তন শিক্ষার্থী সমাৰোহ উপলক্ষে প্রকাশ হ'ব লগীয়া স্মৃতিগ্ৰন্থৰ বাবেপ্ৰাক্তন শিক্ষার্থী, শিক্ষক-শিক্ষয়িত্ৰী আৰু শুভানুধ্যায়ী সকলৰ পৰা স্মৃতিমূলক লেখা, প্রবন্ধ, কবিতা আদি লেখা ৩০ মার্চ ২০২৬ ইং আগত প্ৰেৰণ কৰিবলৈ আহ্বান জনোৱা হ'ল।

সকলো ধৰ্মালম্বী তথা সমূহ অসম বাসী ৰাইজক ইদল্ ফীতৰৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছো
21/03/2026

সকলো ধৰ্মালম্বী তথা সমূহ অসম বাসী ৰাইজক ইদল্ ফীতৰৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছো

16/03/2026

ডবকাৰ ৰাজীৱ ভৱনত
জাতিৰ পিতা মহাত্মা গান্ধী,প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া, এওঁলোকে কিনো কৰিলে? ভিডিঅ'ত দেখা ধৰণে কোনোবা এজনে তৰুণ গগৈ ডাঙৰীয়াৰ ফটোখন ৱালৰ পৰা টানি আনি মহাত্মা গান্ধীৰজীৰ ফটোত দলিয়াই দিলে, গান্ধীজীৰ ফটোখন একো ক্ষতি নোহোৱাত আকৌ কোনোবা দৌৰ দি গ'ল ফটোখন ৱালৰ পৰা আতৰাই আনিব বুলি...কোনোবাই আকৌ মানা ও কৰিছে। ইয়াৰ উচিত তদন্ত কৰিব লাগে যি কোনো দলৰে মানুহ নহক তদন্ত কৰিবলৈ আহ্বান জনাইছো জয় আই অসম

04/03/2026

কলগাছিয়াত সোপাধৰাৰ আতংক।

আজি মাকৈ খেতিৰ পৰা সন্দেহজনক সোপাধৰা আটক কৰি গতাই দিলে আৰক্ষীক।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে শিশু অ-পহ-ৰণৰ ঘটনা।

আজি কলগাছিয়াত সন্দেহজনক সোপাধৰা উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি উত্তেজনা পৰিৱেশৰ সৃষ্টি। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু অসম আৰক্ষী অধীক্ষক ছাৰক ইয়াৰ উচিত তদন্ত কৰিবলৈ আহ্বান কৰিলোঁ ধন্যবাদ

সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীক সকলো ধৰণৰ সহায় সহযোগিতা কৰা আশা কামনা  কৰিলো।
24/02/2026

সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীক সকলো ধৰণৰ সহায় সহযোগিতা কৰা আশা কামনা কৰিলো।

কলগাছিয়া নিবাসী পশু চিকিৎসালয়ৰ অৱসৰপ্ৰাপ্ত ফাৰ্মাচিস্ট আছিম উদ্দিন আহমেদৰ দ্বিতীয়া ল'ৰা ছাইব উদ্দিন (জিবুল)আহমেদৰ চিপ...
22/02/2026

কলগাছিয়া নিবাসী পশু চিকিৎসালয়ৰ অৱসৰপ্ৰাপ্ত ফাৰ্মাচিস্ট আছিম উদ্দিন আহমেদৰ দ্বিতীয়া ল'ৰা ছাইব উদ্দিন (জিবুল)আহমেদৰ চিপ লৈ আত্মহত্যাৰ খবৰত অতিকৈ মৰ্মাহত হৈছোঁ ।

13/02/2026

বৰপেটা অসামৰিক চিকিৎসালয় কলগাছিয়াৰ অৱসৰপ্ৰাপ্ত অধীক্ষক ডাঃ নজৰুল ইছলাম ছাৰৰ পুত্ৰ

ডাঃ জাহানুল ইক্রামুল ইছলাম দাদাৰ জানাজাৰ নামাজ আদায় কৰে হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে জন সমাবেশ

Address

Barpeta
781319

Website

Alerts

Be the first to know and let us send you an email when Kalgachia Darpan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share