SMSS - Kalgachia

SMSS - Kalgachia ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কলগাছিয়া।

24/08/2026

অখিল গগৈক শাৰীৰিকভাৱে আক্ৰমণৰ ভাবুকি দিয়াৰ অভিযোগত নাজিৰাৰ বিজেপিৰ বিধায়ক ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে এজাহাৰ দাখিল। বঙাইগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল ৰাইজৰ দলৰ সম্পাদিকা মমী ৰায়চৌধুৰীৰ। ময়ুৰ বৰগোহাঁইয়ে নিজকে হিংসাৰ পথত বিশ্বাসী বুলি বিতৰ্কিত মন্তব্য কৰিছিল। তাৰ পাছতেই ৰাজ‍্যজুৰি ব‍্যাপক প্ৰতিক্ৰিয়া!
Akhil Gogoi
Mahidhar Ray

15/08/2026
বানপীড়িত ৰাইজৰ হৈ  শিৱসাগৰ উপায়ুক্ত কাৰ্যালয়ত অখিল গগৈৰ অনশন আৰম্ভ।Akhil Gogoi
15/08/2026

বানপীড়িত ৰাইজৰ হৈ শিৱসাগৰ উপায়ুক্ত কাৰ্যালয়ত অখিল গগৈৰ অনশন আৰম্ভ।
Akhil Gogoi

06/08/2026

অখিল গগৈৰ বাহিৰে দ্বিতীয়জন বিধায়ক দেখা নাই অসমতঃ বিটিচি চীফ হাগ্ৰামা মহিলাৰীয়ে নিজমুখে স্বীকাৰ কৰিলে অখিল গগৈৰ কাম-কাজ দেখি।
Akhil Gogoi
Hagrama Mohilary

Love to be real, it must cost – it must hurt – it must empty us of self"..!!
30/07/2026

Love to be real, it must cost – it must hurt – it must empty us of self"..!!

26/07/2026

Gen Z ৰ শক্তি,
Congratulations Gen Z's
झुकती है दुनिया, बस झुकाने वाला चाहिए
"The world bends, just need someone to bend"

25/07/2026

কেন্ত্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ, ছাত্ৰশক্তিৰ ঐক্যবদ্ধ আন্দোলনৰ ঐতিহাসিক জয়

Address

Barpeta

Telephone

+918812850620

Website

Alerts

Be the first to know and let us send you an email when SMSS - Kalgachia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to SMSS - Kalgachia:

Shortcuts

Share