10/12/2025
চতুৰ্দশ কলগাছীয়া গ্ৰন্থ মেলা,
জুবিন গাৰ্গ ৰ সোঁৱৰণী মঞ্চত
উদ্বোধন অনুষ্ঠানত অংশগ্ৰহণ কৰে
জুবিন গাৰ্গৰ বোলছবি ৰৈ ৰৈ বিনালে'ৰ মোহময়ী অভিনেত্ৰী
'মৌচুমি আলিফা" আৰু মীৰা বৰঠাকুৰ আৰু মৈয়ূৰ বৰা ইত্যাদি।।