NEMSU, Kalgachia Official

NEMSU, Kalgachia Official Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from NEMSU, Kalgachia Official, Social service, Kalgachia, Barpeta.

অসমৰ সংখ্যালঘু মানুহৰ জীৱন আৰু ব্যাক্তিগত স্বাধীনতাৰ নিৰাপত্তাৰ স্বার্থত অহিংসা পৰিহাৰ কৰি শান্তিপূর্ণ সমাজ গঢ়াৰ বাবে যো...
31/08/2024

অসমৰ সংখ্যালঘু মানুহৰ জীৱন আৰু ব্যাক্তিগত স্বাধীনতাৰ নিৰাপত্তাৰ স্বার্থত অহিংসা পৰিহাৰ কৰি শান্তিপূর্ণ সমাজ গঢ়াৰ বাবে যোৱাকালি অসমৰ ৰাজ্যপাললৈ বৰপেটা জিলা আয়ুক্তৰ জড়িয়তে বৰপেটা জিলা সমিতি নেমছুৰ সহযোগত স্মাৰক পত্র প্রেৰণ কৰে৷ লগত উপস্থিত থাকে নেমছুৰ কেন্দ্ৰীয় সমিতিৰ সহঃসাধাৰন সম্পাদক ৰাজিদুল ইছলাম,বৰপেটা জিলা নেমছুৰ সভাপতি জাবেদ ইছলাম, বৰপেটা জিলা সাধাৰন সম্পাদক নজৰুল ইছলাম আৰু অন্যান্য জিলা নেতৃবৃন্দ....

আজি ইং ২৫/০৮/২০২৪ তাৰিখত উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা,চমুকৈ (নেমছু)ৰ BTR সমিতিৰ অন্তৰ্গত পৰ্বতঝোৰা জিলা সমিতি ...
25/08/2024

আজি ইং ২৫/০৮/২০২৪ তাৰিখত উত্তৰ-পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা,চমুকৈ (নেমছু)ৰ BTR সমিতিৰ অন্তৰ্গত পৰ্বতঝোৰা জিলা সমিতি গঠনাৰ্থে এখন সাধাৰণ সভাৰ আয়োজন কৰা হয়। উক্ত সাধাৰণ সভাৰ জৰিয়তে সৰ্বসন্মতিক্ৰমে আজিয়েল হক ডাঙৰীয়াক সভাপতি আৰু সাধাৰণ সম্পাদকদ্বয় চাজাদুল ইছলাম আৰু মজিয়াল হক ডাঙৰীয়াক লৈ এখন ৫১ জনীয়া শক্তিশালী সমিতি গঠন কৰা হয়। Nemsu Zindabad,
#গোলাপ_ৰব্বানি_জিন্দাবাদ #নেমছু #কলগাছিয়া_আঞ্চলিক_সমিতি

Address

Kalgachia
Barpeta
781319

Website

Alerts

Be the first to know and let us send you an email when NEMSU, Kalgachia Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category