28/09/2026
ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰি পদৰ পৰা অপসাৰণ কৰাৰ দাবীত বৰপেটা জিলা কংগ্ৰেছ কমিটীৰ প্ৰতিবাদী কাৰ্যসূচীত উত্তপ্ত পৰিস্থিতিৰ ফলত জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক (এডমিন) ৱাজেদ আলী আনচাৰি ডাঙৰীয়াই বিশেষ বাবে আঘাত প্ৰাপ্ত হয়।