ত্ৰিনয়ন নগৰ বিষ্ণু যজ্ঞ -Trinayan Nagar

  • Home
  • India
  • Beltola
  • ত্ৰিনয়ন নগৰ বিষ্ণু যজ্ঞ -Trinayan Nagar

ত্ৰিনয়ন নগৰ বিষ্ণু যজ্ঞ -Trinayan Nagar প্ৰতি বছৰে মাঘি পূৰ্ণিমাৰ দিনা মহাপ্ৰভু শ্ৰী শ্ৰী বিষ্ণু যজ্ঞ অনুষ্ঠিত কৰা হয় ত্ৰিনয়ন নগৰ বেলতলাত।

🙏
30/01/2026

🙏

আজি দ্বিতীয় দিনা ধৰ্মীয় শোভাযাত্ৰাৰ কিছু মূহুৰ্ত 🤗
30/01/2026

আজি দ্বিতীয় দিনা ধৰ্মীয় শোভাযাত্ৰাৰ কিছু মূহুৰ্ত 🤗

আজি মহা যজ্ঞ ৰ প্ৰথম দিনা ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে ২৫ খন ধৰ্ম ধ্বজা উত্তোলন কৰা বাবে নিমন্ত্ৰণ কৰি অনা বিশেষ ব্যক্তি ...
29/01/2026

আজি মহা যজ্ঞ ৰ প্ৰথম দিনা ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে ২৫ খন ধৰ্ম ধ্বজা উত্তোলন কৰা বাবে নিমন্ত্ৰণ কৰি অনা বিশেষ ব্যক্তি সকলক সম্বৰ্ধনা জনোৱা হয় 🙏

28/01/2026

আমি সাজু হৈছোঁ আপোনালোকক আদৰিবলৈ অহা কালি ২৯ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত যজ্ঞ অনুষ্ঠানত আপোনালোকৰ উপস্থিতি কামনা কৰিলোঁ 🙏

আজি আমি শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞ ৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দেৱক নিমন্ত্ৰণ জনালোঁ 🤗
25/01/2026

আজি আমি শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞ ৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দেৱক নিমন্ত্ৰণ জনালোঁ 🤗

শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞ ৰূপালী জয়ন্তী বৰ্ষ ৰ বাবে আমি আজি বিশিষ্ট অভিনেতা শ্ৰীযুত Jatin Bora যতীন বৰা দাদা ক নিমন্ত্ৰণ...
24/01/2026

শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞ ৰূপালী জয়ন্তী বৰ্ষ ৰ বাবে আমি আজি বিশিষ্ট অভিনেতা শ্ৰীযুত Jatin Bora যতীন বৰা দাদা ক নিমন্ত্ৰণ জনালোঁ।

আগন্তুক মহাপ্ৰভু শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে ত্ৰিনয়ন নগৰত শ্ৰীযুত মানস বৰা দেৱে আহি মহাযজ্ঞ পৰ...
20/01/2026

আগন্তুক মহাপ্ৰভু শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে ত্ৰিনয়ন নগৰত শ্ৰীযুত মানস বৰা দেৱে আহি মহাযজ্ঞ পৰিচালনা সমিতিৰ সৈতে মত বিনিময় কৰে আৰু মহাযজ্ঞ খনত উপস্থিত থাকি সহায় কৰিব বুলি আশ্বাস প্ৰদান কৰা ।

৪৬ নং ৱাৰ্ডৰ পৰিষদ শ্ৰীযুত আশীষ ভৰালী ডাঙৰীয়াই  আগন্তুক মহাপ্ৰভু শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ ব...
20/01/2026

৪৬ নং ৱাৰ্ডৰ পৰিষদ শ্ৰীযুত আশীষ ভৰালী ডাঙৰীয়াই আগন্তুক মহাপ্ৰভু শ্ৰী শ্ৰী বিষ্ণু মহাযজ্ঞ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ বাবে পৰিচালনা সমিতিৰ সৈতে প্ৰস্তুতি সম্পৰ্কে মত বিনিময় কৰে।

বেলতলা ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দল বিষ্ণুযজ্ঞ উদযাপন থলিত উপস্হিত হয় উদযাপন সমিতিৰ লগত মতবিনিময় কৰাৰ লগতে কিছু আৰ্থি...
16/01/2026

বেলতলা ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দল বিষ্ণুযজ্ঞ উদযাপন থলিত উপস্হিত হয় উদযাপন সমিতিৰ লগত মতবিনিময় কৰাৰ লগতে কিছু আৰ্থিক বৰঙণি উদযাপন সমিতিৰ হাতত অৰ্পণ কৰে ।

Address

Trinayan Nagar
Beltola
781029

Website

Alerts

Be the first to know and let us send you an email when ত্ৰিনয়ন নগৰ বিষ্ণু যজ্ঞ -Trinayan Nagar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share