08/03/2022
আজি ভাৰতীয় জনতা পাৰ্টি , চিৰাং জিলাৰ অন্তৰ্গত সুবাইঝাৰ মণ্ডলৰ যুৱ মৰ্চাৰ নৱ নিযুক্ত বিষয় ববীয়া সকল , সুবাইঝাৰ মণ্ডল সভাপতি Tapash Ghosh , সুবাইঝাৰ মণ্ডল যুৱ মৰ্চা সভাপতি Sumon Ghosh , যুৱ মৰ্চা চিৰাং জিলাৰ সাধাৰণ সম্পাদক Rakesh Das , সুবাইঝাৰ মণ্ডলৰ সাধাৰণ সম্পাদক Tapan Das লৈ এক পৰিচয় বৰ্গ সভাৰ আয়োজন কৰা হয় ।
ভাৰত মাতা কি জয় 🙏