Anirban Sen

Anirban Sen Anirban Sen Social Activist

13/06/2022
28/01/2022

একাংশই অসমত বাঙালী মাধ্যমৰ বিদ্যালয়ৰ বিৰোধীতা কৰে কিন্তু দৰাচলতে চৰকাৰী বাঙালী মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এক সুন্দৰ নিদৰ্শন।

27/01/2022

দ্বিতীয় BTR চুক্তি দিৱসৰ প্ৰাকক্ষণত সমূহ বিজনীবাসী ৰাইজৰ লগতে সমগ্র BTR বাসীলৈ আন্তৰিক অভিনন্দন জনাইছোঁ।

23/01/2022

দেশমাতৃৰ প্ৰতি উৎসৰ্গিত বীৰ সন্তান নেতাজীৰ মহান জীৱনাদৰ্শ আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণাস্বৰূপ। নেতাজীৰ আদৰ্শ আৰু গভীৰ ৰাষ্ট্ৰপ্ৰেমৰ চেতনা দেশৰ প্ৰতিটো প্ৰজন্মৰ হৃদয়ত চিৰবহ্নিমান হৈ ৰ'ব।

১০ছেপ্তেম্বৰৰ পৰা ২৭ অক্টোবৰলৈ BIJNI MIITৰ উদ্যোগত অনুষ্ঠিত কৰা TET COACHINGৰ আজি সামৰণি পৰে।বিজনী বান্ধৱ উচ্চতৰ মাধ্যমি...
27/10/2021

১০ছেপ্তেম্বৰৰ পৰা ২৭ অক্টোবৰলৈ BIJNI MIITৰ উদ্যোগত অনুষ্ঠিত কৰা TET COACHINGৰ আজি সামৰণি পৰে।বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শ্ৰদ্ধাৰ অৰুণ বসুমতাৰী, কাৰ্তিক চন্দ্ৰ দাস, জুৰান মণ্ডল, সুৰজিৎ ভট্টাচাৰ্য,বকুল চক্ৰবৰ্তী,দেবাশিষ চক্ৰবৰ্তীৰ প্ৰশিক্ষণৰ সময়ছোৱাত আমাৰ ছাত্ৰ-ছাত্ৰীক যথেষ্ট উৎসাহ প্ৰদানৰ লগতে প্ৰশিক্ষক হিচাপে বহু কষ্ট কৰিলে যাৰ ফলৰ বহি:প্ৰকাশ ছাত্ৰ-ছাত্ৰীৰ উৰ্ত্তীণ হাৰৰ যোগেদি প্ৰকাশ পাব সেয়া ১০০% নিশ্চিত।আপোনালোকৰ সহায়ৰ বাবেই আজি এই প্ৰশিক্ষণ শিবিৰ সফলতাৰে সম্পন্ন হয়।লগতে বিজনী বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মনিকান্ত বসুমতাৰী ছাৰৰ সহযোগীতাত আমি কেতিয়াও পাহৰিব নোৱাৰিম।শেষত ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিটো দিনত ৰ'দ-বৰষুণক নেওঁচি যি কষ্ট স্বীকাৰ কৰিলে আমি MIIT কতৃপক্ষই সদায়েই তেওঁলোকৰ ওচৰত কৃতাৰ্থ হৈ ৰ'ম।আপোনালোকৰ ভবিষ্যত উজ্জ্বল কামনা কৰিলো।

24/10/2021

এইবাৰ নকলেই হ'ল "দেখিছে ৰাইজ পাকিস্তানে ভাৰত ক্ৰিকেটত কেনেকৈ ধুলে,এতিয়াও সময় আছে ভাৰতক ৰক্ষা কৰিবলৈ হ'ল আমাৰ দলক ভোট দিয়ক"।

বিজনী ভেটাগাঁও অসামৰিক চিকিৎসালয়ৰ পৰিচালনা সমিতিৰ প্ৰথম বৈঠকৰ অন্তত ১০০খন বিচনাযুক্ত নিৰ্মিয়মান চিকিৎসালয় বুজ লোৱাৰ কিছ...
22/10/2021

বিজনী ভেটাগাঁও অসামৰিক চিকিৎসালয়ৰ পৰিচালনা সমিতিৰ প্ৰথম বৈঠকৰ অন্তত ১০০খন বিচনাযুক্ত নিৰ্মিয়মান চিকিৎসালয় বুজ লোৱাৰ কিছু দৃশ্যংশ।উল্লেখ্য যে আজিৰ সভাৰ সিদ্ধান্ত অনুসৰি ৰাইজৰ সুবিধাৰ্থে নবেম্বৰ মাহৰ ১তাৰিখৰ পৰা চিকিৎসালয়খনত বিনামুলীয়াকৈ স্বাস্থ্য পৰীক্ষাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয়।

শুভ মহালয়া।সকলোৰে মংগল কামনা কৰিলোঁ ৷
06/10/2021

শুভ মহালয়া।সকলোৰে মংগল কামনা কৰিলোঁ ৷

জীৱনত সানিধ্য লাভ কৰা শ্ৰদ্ধাৰ শিক্ষাগুৰু সকললৈ আজিৰ এই শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত সশ্ৰদ্ধ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ।লগতে মা...
05/09/2021

জীৱনত সানিধ্য লাভ কৰা শ্ৰদ্ধাৰ শিক্ষাগুৰু সকললৈ আজিৰ এই শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত সশ্ৰদ্ধ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ।লগতে মানৱ গঢ়াৰ কমাৰশালত কৰ্মৰত সকলো স্তৰৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু সকললৈও প্ৰণিপাত যাচিছোঁ ।

23/08/2021
Happy Raksha Bandhan to all my sisters...
22/08/2021

Happy Raksha Bandhan to all my sisters...

Address

Bijni
783390

Alerts

Be the first to know and let us send you an email when Anirban Sen posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Anirban Sen:

Share

Category