BJP Chirang District

BJP Chirang District Official page of Bharatiya Janata Party Chirang District

04/09/2026

শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ পৱিত্ৰক্ষণত সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভগৱান শ্ৰীকৃষ্ণৰ কৃপা সকলোৰে বৰ্তি থাকক তাৰেই কামনা কৰিছোঁ।

জয় শ্ৰীকৃষ্ণ! 🙏

03/09/2026

কংগ্ৰেছৰ ৰাজনৈতিক নেৰেটিভৰ সত্যতা জানিবলৈ চাওক এই বিস্তৃত প্ৰতিবেদন…⬇️

02/09/2026

BJP Assam Pradesh

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মাননীয় সভাপতি, দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ, বলিষ্ঠ নেতা শ্ৰীযুত দিলীপ শইকীয়া ডা...
01/09/2026

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মাননীয় সভাপতি, দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ, বলিষ্ঠ নেতা শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়ালৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আশীৰ্বাদে আপোনাক সু-স্বাস্থ্য আৰু সুদীৰ্ঘ কৰ্মময় জীৱন প্ৰদান কৰক।

Dilip Saikia

ৰাজ্যৰ চিকিৎসা খণ্ডলৈ সুখবৰ...গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত৬০০ কোটি টকা ব্যয়েৰে প্ৰ'টন বিম থেৰাপী কেন্দ...
31/08/2026

ৰাজ্যৰ চিকিৎসা খণ্ডলৈ সুখবৰ...

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত
৬০০ কোটি টকা ব্যয়েৰে প্ৰ'টন বিম থেৰাপী কেন্দ্ৰ স্থাপনৰ বাবে অসম কেবিনেটে অনুমোদন জনাইছে।

মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত এই অত্যাধুনিক কৰ্কট ৰোগ চিকিৎসা সেৱা ৰাজ্যখনত প্ৰৱৰ্তন কৰা দেশৰ প্ৰথমখন ৰাজ্য হিচাপে অসমে এক ঐতিহাসিক মাইলৰ খুঁটি স্থাপন কৰিব।

30/08/2026

LIVE

কাইলৈ অৰ্থাৎ ৩০ আগষ্ট তাৰিখে পুৱা ১১ বজাত যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ১৩৭সংখ্যক 'মন-কী-বাত' অনু...
29/08/2026

কাইলৈ অৰ্থাৎ ৩০ আগষ্ট তাৰিখে পুৱা ১১ বজাত যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ১৩৭সংখ্যক 'মন-কী-বাত' অনুষ্ঠানত সকলোৱে নিজৰ নিজৰ বুথত অংশগ্ৰহণ কৰোঁ আহক...

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, প্ৰসিদ্ধ ৰাজনীতিবিদ, বৰেণ্য অসমীয়া গোলাপ বৰবৰা ডাঙৰীয়াৰ আজি জন্মবার্ষিকী উপলক্ষে তেখেতক শ্ৰ...
29/08/2026

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, প্ৰসিদ্ধ ৰাজনীতিবিদ, বৰেণ্য অসমীয়া গোলাপ বৰবৰা ডাঙৰীয়াৰ আজি জন্মবার্ষিকী উপলক্ষে তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।

28/08/2026

ৰাখি বন্ধনৰ স্নেহভৰা মুহূৰ্ত...

আজি পবিত্ৰ ৰক্ষাবন্ধন উপলক্ষে কন্যা শিশুসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ৰাখী বান্ধি আনন্দ আৰু আপোনত্বৰে ভৰাই তুলিলে।

Address

Bijni
783390

Alerts

Be the first to know and let us send you an email when BJP Chirang District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJP Chirang District:

Shortcuts

Share