ফেঞ্চি বজাৰ শাখা সমিতি Abmsu

  • Home
  • India
  • Bijni
  • ফেঞ্চি বজাৰ শাখা সমিতি Abmsu

ফেঞ্চি বজাৰ শাখা সমিতি Abmsu সংগ্ৰামেই সফল জীবনৰ মূল উৎস

আমাৰ পাণবাৰী আঞ্চলিক সমিতিৰ সপ্তম দ্বি বাৰ্ষিক সাধাৰণ সভাৰ জৰিয়তে নৱ নিযুক্তি পোৱা সভাপতি জাইদুল ইছলাম আৰু সাধাৰণ সম্পা...
27/01/2026

আমাৰ পাণবাৰী আঞ্চলিক সমিতিৰ সপ্তম দ্বি বাৰ্ষিক সাধাৰণ সভাৰ জৰিয়তে নৱ নিযুক্তি পোৱা সভাপতি জাইদুল ইছলাম আৰু সাধাৰণ সম্পাদক নজমুল ইছলাম ডাঙৰীয়া দুয়োজনাক ফেঞ্চি বজাৰ শাখা সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিলোঁ লগতে আগন্তুক দিনত যাতে তেওঁলোকে সংগঠনটো স্বচ্ছ আৰু নিকা ভাবে চলাই লৈ জাতিৰ স্বাৰ্থত সংগঠনৰ ভেঁটি মজবুত কৰে তাৰেই আশা কৰোঁ।


22/07/2025

ফেঞ্চি বজাৰৰ আশে পাশে কোনো ধৰণৰ জুৱা খেল নচলিব!
আগন্তুক দিনত যদি কোনোবাই জুৱা খেলত লিপ্ত হোৱা বুলি জানিব পাৰি তেন্তে তেওঁ লোকৰ বাবে আমাৰ সংগঠনৰ তৰফৰ পৰা বিহিত ব্যৱস্থা হাতত লোৱা হব ! নতুবা আইনী প্ৰক্ৰিয়াৰ দ্বাৰা ব্যৱস্থা লোৱা হব ।
ফেঞ্চি বজাৰ শাখা সমিতি Abmsu

10/01/2024
(মিছনৰ ৩য় দিন ২৫-১২-২০২৩ ইং)সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ (ABMSU)ৰ বিজনী জিলা সমিতিৰ অন্তৰ্গত পানবাৰী আঞ্চলিক স...
25/12/2023

(মিছনৰ ৩য় দিন ২৫-১২-২০২৩ ইং)
সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ (ABMSU)ৰ বিজনী জিলা সমিতিৰ অন্তৰ্গত পানবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ফেঞ্চি বজাৰ শাখা সমিতিৰ সহযোগত এবিএমছুৰ শৈক্ষিক মিচনক আগত ৰাখি চলিত ২০২৩-২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু উচ্চতৰ মাধ্যমিক (HS) পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থী সকলৰ ঘৰে ঘৰে গৈ পৰীক্ষাৰ্থী আৰু অভিভাৱকৰ লগত মত বিনিময় কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰা হয়।
শিক্ষাৰ্থীসকলে যাতে ভাল ফলাফল লাভ কৰি আমাৰ এই পিছপৰা অঞ্চলৰ গৌৰৱ কঢ়িয়াই আনি নিজৰ ভৱিষ্যত উজ্জ্বল কৰিব পাৰে তাৰেই কামনা কৰোঁ।
Taison Hussain

বিজনী জিলা সমিতি ABMSU
পানবাৰী আঞ্চলিক এবিএমছু
ফেঞ্চি বজাৰ শাখা সমিতি Abmsu

(মিছনৰ ২য় দিন ১৯-১২-২০২৩ ইং)সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ (ABMSU)ৰ বিজনী জিলা সমিতিৰ অন্তৰ্গত পানবাৰী আঞ্চলিক স...
19/12/2023

(মিছনৰ ২য় দিন ১৯-১২-২০২৩ ইং)
সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ (ABMSU)ৰ বিজনী জিলা সমিতিৰ অন্তৰ্গত পানবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ফেঞ্চি বজাৰ শাখা সমিতিৰ সহযোগত এবিএমছুৰ শিক্ষা মিচনক আগত ৰাখি চলিত ২০২৩-২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু উচ্চতৰ মাধ্যমিক (HS) পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থী সকলৰ ঘৰে ঘৰে গৈ পৰীক্ষাৰ্থী আৰু অভিভাৱকৰ লগত মত বিনিময় কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰা হয়।
তাৰেই কিছু ফটো ইয়াত সন্নিৱিষ্ট কৰা হল। লগতে শিক্ষাৰ্থী সকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ।

বিজনী জিলা সমিতি ABMSU
পানবাৰী আঞ্চলিক এবিএমছু
ফেঞ্চি বজাৰ শাখা সমিতি Abmsu

Address

ফেঞ্চি বজাৰ
Bijni
783391

Telephone

+917637867838

Website

Alerts

Be the first to know and let us send you an email when ফেঞ্চি বজাৰ শাখা সমিতি Abmsu posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category