We support Dr. Saifur Rahman

We support Dr. Saifur Rahman Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from We support Dr. Saifur Rahman, Social service, Bilasipara.

Good night
09/10/2025

Good night

শুভ গধূিল।
06/10/2025

শুভ গধূিল।

আজিৰ দিনটোত প্ৰাণ ত্যাগ কৰা ভাৰত মাতাৰ বীৰ সৈনিক সকলক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো লগতে প্ৰতিটো সৈনিক পৰিয়ালক সমবেদনা...
14/02/2023

আজিৰ দিনটোত প্ৰাণ ত্যাগ কৰা ভাৰত মাতাৰ বীৰ সৈনিক সকলক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো লগতে প্ৰতিটো সৈনিক পৰিয়ালক সমবেদনা জ্ঞাপন কৰিলোঁ ।🙏🙏

Indian Army
Bharat Mata ki Jai
Jai Hind.

08/02/2023
আজি চিলাৰায় দিৱসৰ পবিত্ৰ ক্ষণত অসমীয়াৰ সৌর্য্য, বীৰ্য্য আৰু অদম্য সাহসৰ প্ৰতীক, মহাবীৰ চিলাৰায়লৈ শত কোটি প্ৰণিপাত জনা...
05/02/2023

আজি চিলাৰায় দিৱসৰ পবিত্ৰ ক্ষণত অসমীয়াৰ সৌর্য্য, বীৰ্য্য আৰু অদম্য সাহসৰ প্ৰতীক, মহাবীৰ চিলাৰায়লৈ শত কোটি প্ৰণিপাত জনাইছোঁ।

প্ৰথম অসমীয়া প্ৰশাসনিক বিষয়া, প্ৰথম স্নাতক,  অধিবক্তা, সংস্কৃত ভাষাৰ এজন বিদগ্ধ পণ্ডিত আনন্দৰাম বৰুৱাদেৱৰ মৃত্যু তিথিত...
19/01/2023

প্ৰথম অসমীয়া প্ৰশাসনিক বিষয়া, প্ৰথম স্নাতক, অধিবক্তা, সংস্কৃত ভাষাৰ এজন বিদগ্ধ পণ্ডিত আনন্দৰাম বৰুৱাদেৱৰ মৃত্যু তিথিত শ্ৰদ্ধাৰে স্মৰণ কৰিছো ৷🙏

ভাৰতীয় জনতা পার্টিৰ সন্মানীয় ৰাষ্ট্ৰীয় অধ্যক্ষ শ্ৰদ্ধাৰ J.P.Nadda ডাঙৰীয়াৰ কাৰ্যকাল ২০২৪ চনলৈ বৃদ্ধি পোৱাৰ শুভমুহুৰ্...
17/01/2023

ভাৰতীয় জনতা পার্টিৰ সন্মানীয় ৰাষ্ট্ৰীয় অধ্যক্ষ শ্ৰদ্ধাৰ J.P.Nadda ডাঙৰীয়াৰ কাৰ্যকাল ২০২৪ চনলৈ বৃদ্ধি পোৱাৰ শুভমুহুৰ্তত তেখেতলৈ আন্তৰিক শুভেচ্ছা তথা শুভ কামনা জ্ঞাপন কৰিছো।

সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক অভিন্দন জনাইছো। 🥰
14/01/2023

সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ আন্তৰিক অভিন্দন জনাইছো। 🥰

অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ডাঃ নজৰুল ইছলাম ডাঙৰীয়াৰ পৰলোকপ্ৰাপ্তিয়ে আমাক গভীৰভাৱে মৰ্মাহত কৰিছে। বৰেণ্য জীৱন পৰিক্ৰমাত ...
07/01/2023

অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ডাঃ নজৰুল ইছলাম ডাঙৰীয়াৰ পৰলোকপ্ৰাপ্তিয়ে আমাক গভীৰভাৱে মৰ্মাহত কৰিছে। বৰেণ্য জীৱন পৰিক্ৰমাত অসমৰ ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰলৈ তেখেতে আগবঢ়োৱা অৱদান অসমবাসীৰ মনত সদায় সজীৱ হৈ থাকিব ৷ তেখেতৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিছো আৰু শোকসন্তপ্ত পৰিয়াল তথা গুনমুগ্ধ সকলক সমবেদনা জনাইছোঁ

সমূহ অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ‌। নতুন বছৰৰ প্ৰতিটো পলে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ...
01/01/2023

সমূহ অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ‌। নতুন বছৰৰ প্ৰতিটো পলে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ,শান্তি আৰু সমৃদ্ধিৰ বতৰা। সমগ্ৰ জীৱকুলৰ বাবে নতুন বছৰটো মংগলময় হয় আল্লাহৰ ওচৰত তাৰে কামনা কৰিলো🥰

Address

Bilasipara

Website

Alerts

Be the first to know and let us send you an email when We support Dr. Saifur Rahman posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category