Nayeralga Home Town

Nayeralga Home Town Our main mission is every update will reached with you

নায়েৰ আলগা বাসীৰ বাবে আটাইতকৈ দুখ লগা কথাটো হল এইখিনি ৰাস্তাৰ সমস্যা । সকলোৱে পোষ্ট টো শ্বেয়াৰ কৰক  ।
05/07/2024

নায়েৰ আলগা বাসীৰ বাবে আটাইতকৈ দুখ লগা কথাটো হল এইখিনি ৰাস্তাৰ সমস্যা ।
সকলোৱে পোষ্ট টো শ্বেয়াৰ কৰক ।

Big congratulations to Abu Hanifa বিলাসী পাৰা পশ্চিম সমষ্টিৰ অন্তৰ্গত  বয়জেৰ আলগা ৫ম খণ্ড গাঁওৰ প্ৰয়াত,নুৰাল সেখৰ লৰা ...
18/09/2023

Big congratulations to Abu Hanifa
বিলাসী পাৰা পশ্চিম সমষ্টিৰ অন্তৰ্গত বয়জেৰ আলগা ৫ম খণ্ড গাঁওৰ প্ৰয়াত,নুৰাল সেখৰ লৰা আৰু ডক্টৰ দয়াল বাদশাৰ ভাইটি আবু হানিফা ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত এম বি বি এছ পাঠ্যক্ৰমত ভৰ্তি স্থান নিশ্চিত কৰিছে।সেয়ে নায়েৰ আলগা হোম টাউন পৰা তেওৰ পৰিয়ালবৰ্গলৈ আন্তৰিক অভিনন্দন জনালোঁ।

আজি ইং ২২/০৬/২০২৩ তাৰিখত  মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশমৰ্মে বিলাসীপাৰা মহাকুমাদিপতিৰ লগতে  বিলাসীপাৰা পূৱ সমষ্টি...
22/06/2023

আজি ইং ২২/০৬/২০২৩ তাৰিখত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশমৰ্মে বিলাসীপাৰা মহাকুমাদিপতিৰ লগতে বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক মাননীয় ছামছুল হুদা ডাঙৰীয়া আৰু বিলাসীপাৰা জিলা আমছুৰ সভাপতি আব্দুল ওহাৱ মন্ডল ৰ লগতে এটা সজাতি দল আৰু বিলাসীপাৰা পশ্চিম সমষ্টিৰ বিধায়ক চাহাবৰ প্ৰতিনিধি মনোৱাৰ হুছেইন আৰু ফজৰ আলী মন্ডল আৰু নায়েৰআলগা আদৰ্শ মহাবিদ্যালয় স্থাপনৰ বাবে ভূমি পৰিদৰ্শনৰ লগতে ৰাইজৰ লগত মত বিনিময় কৰে।

এয়া, নায়েৰ আলগা হাই স্কুল, Hospital,Police station আৰু বাজাৰ সংযোগী পথৰ অবস্থা   4  বাৰৰ   বিধায়ক হাফিজ বছিৰ আহমেদ চা...
21/06/2023

এয়া,
নায়েৰ আলগা হাই স্কুল, Hospital,Police station আৰু বাজাৰ সংযোগী পথৰ অবস্থা

4 বাৰৰ বিধায়ক হাফিজ বছিৰ আহমেদ চাহাবৰ সমষ্টি। 26 বিলাসীপাৰাৰ পশ্চিম বিধান সভা সমষ্টি।

বিগত 20 বছৰৰ পৰা এই একে সমস্যা সন্মুখীনত ভুগিছে নায়েৰ আলগা বাসী।

কিমান দিন আৰু ভুগিব লাগিব এই সমস্যা ।

08/06/2023
NIGHT VIEW OF NAYERALGA POLICE OUTPOST
05/03/2023

NIGHT VIEW OF NAYERALGA POLICE OUTPOST

Guess the Location
07/07/2022

Guess the Location

ইয়াৰ দ্বাৰা নায়েৰ আলগা গাঁৱৰ লগতে তাৰ ওচৰেপাঁজৰে থকা আন আন গাঁৱৰ ছাত্ৰ-ছাত্ৰীসকলক জনোৱা যায় য়ে অন্যান্য বছৰৰ দৰে এইবাৰো ...
01/07/2022

ইয়াৰ দ্বাৰা নায়েৰ আলগা গাঁৱৰ লগতে তাৰ ওচৰেপাঁজৰে থকা আন আন গাঁৱৰ ছাত্ৰ-ছাত্ৰীসকলক জনোৱা যায় য়ে অন্যান্য বছৰৰ দৰে এইবাৰো নায়েৰ আলগা জ্ঞান জ্যোতি জাতীয় বিদ্যালয়ত #বিনামূলীয়া_পাঠদান ( Coaching Class) শিৱিৰ আয়োজন কৰা হৈছে ৷

Excellent and Guest Teacher ৰ দ্বাৰা পাঠদান দিয়া হ’ব ৷

মাহৰ শেষত এটা Test লোৱা হ’ব। সেই Test ত ভাল ফলাফল লাভ কৰা ছাত্ৰছাত্ৰীক সন্মানেৰে সন্মানিত কৰা হ’ব ৷

গতিকে সমূহ ছাত্ৰ-ছাত্ৰীক উল্লেখিত সময়ৰ ভিতৰত নাম ভৰ্ত্তি কৰিবলৈ ইয়াৰে বিনম্ৰ অনুৰোধ জনোৱা হ’ল।


: VIII, IX, and X

: From 1 July

Class Strart 5 july ৰ পৰা

: English, English Grammar , General Mathematics and General Science .

Venue : Nayer Alga Gyan Gyoti Jatiya Bidhyalay, Near Nayer Alga Baza

Timing : 9:30 - 12:30

Contact no : 8822003899, 6003463187

27/12/2021
ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান (ISRO)ত মহাকাশ বিজ্ঞানী হিচাপে নিযুক্ত হোৱা অসম সন্তান নাজনিন ইয়াচমিনক আমি তেখেতৰ সফলতা...
22/12/2021

ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান (ISRO)ত মহাকাশ বিজ্ঞানী হিচাপে নিযুক্ত হোৱা অসম সন্তান নাজনিন ইয়াচমিনক আমি তেখেতৰ সফলতাৰ বাবে শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ ৷ গৱেষক ছাত্ৰীগৰাকীৰ এই সাফল্যই অসমৰ নতুন প্ৰজন্মক অনুপ্ৰেৰণা যোগোৱাৰ লগতে অসমত বিজ্ঞান চৰ্চাৰ এটি নতুন বাট মুকলি কৰিব বুলি আমি আশাবাদী ৷

Address

Bilasipara
783348

Alerts

Be the first to know and let us send you an email when Nayeralga Home Town posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share