Partha Saha BJYM

Partha Saha BJYM BJYM Bilasipara District

আজি গৌৰৱ উজ্জ্বল  ১০০ সংখ্যক যশস্বী প্ৰধানমন্ত্ৰীৰ "মন কী বাত" অনুষ্ঠানত পূৱ বিলাসীপাৰাৰ মোৰ নিজা 99 নং বুথত উপস্থিত থাক...
30/04/2023

আজি গৌৰৱ উজ্জ্বল ১০০ সংখ্যক যশস্বী প্ৰধানমন্ত্ৰীৰ "মন কী বাত" অনুষ্ঠানত পূৱ বিলাসীপাৰাৰ মোৰ নিজা 99 নং বুথত উপস্থিত থাকো ।।
Sidhanku Ankur Barua
Bhabesh kalita ভৱেশ কলিতা
Phanindranath Sharma
BJP Assam Pradesh
BJYM Assam

আজি ইংৰাজী ২৩/০৩/২০২৩ বৃহস্পতিবাৰ আবিলি ৩ বজাত বিলাসীপাৰা ১১ নং ওৱাৰ্ডৰ শিতলা মন্দিৰ প্ৰাংগনত বুথ  #সবলিকৰণ সভাত অল্প কা...
23/03/2023

আজি ইংৰাজী ২৩/০৩/২০২৩ বৃহস্পতিবাৰ আবিলি ৩ বজাত বিলাসীপাৰা ১১ নং ওৱাৰ্ডৰ শিতলা মন্দিৰ প্ৰাংগনত বুথ #সবলিকৰণ সভাত অল্প কালিন বিস্তাৰক হিচাপে সভাত উপস্থিত থাকি এখন শক্তিসালি বুথ গঠন কৰা হয,উক্ত সভাত উপস্থিত থাকে ৯৫ নং বুথৰ পালক শ্ৰী যুক্ত বজেন্দ্ৰ নাথ সৰকাৰ ডাঙৰীয়া,শক্তি কেন্দ্ৰ প্ৰমুক স্মৃতা দাস ডাঙৰীয়ানী আৰু এই ওৱাৰ্ডৰ বাসিন্দা তথা আমাৰ বিলাসীপাৰা পৌৰসভাৰ উপ- পৌৰপতি চন্দন দাস ডাঙৰীয়া।





BJYM Assam Pradesh State Executive at Dhubri
11/03/2023

BJYM Assam Pradesh State Executive at Dhubri





Celebration of 400th Birth Anniversary of Lachit Barphukan at Vigyan Bhawan, Delhi
25/11/2022

Celebration of 400th Birth Anniversary of Lachit Barphukan at Vigyan Bhawan, Delhi

আজি বিভিন্ন কাৰ্য্যসূচীলৈ বিলাসীপাৰাত উপস্থিত হোৱা অসমৰ মাননীয় শিক্ষামন্ত্ৰী শ্ৰীযুত ৰণোজ পেগু ডাঙৰীয়াক বিলাসীপাৰা জিলা ...
12/11/2022

আজি বিভিন্ন কাৰ্য্যসূচীলৈ বিলাসীপাৰাত উপস্থিত হোৱা অসমৰ মাননীয় শিক্ষামন্ত্ৰী শ্ৰীযুত ৰণোজ পেগু ডাঙৰীয়াক বিলাসীপাৰা জিলা যুৱ মৰ্চাৰ মোৰ সতীৰ্থ সকলৰ সহযোগত শতাধিক বাইকেৰে ৰেলী কৰি বিলাসীপাৰা চাৰ্কিট হাউচৰ পৰা বিলাসীপাৰা পৌৰসভা লৈকে তেখেতক আদৰি অনাৰ লগতে প্ৰতিটো কাৰ্য্যসূচীত তেখেতৰ কাষত উপস্থিত থাকিবলৈ পাই সুখী অনুভৱ কৰিছো ।।
উল্লেখনীয় যে, প্ৰাক্তন বিধায়ক তথা AGMC ৰ অধ্যক্ষ মাননীয় অশোক কুমাৰ সিংহী ডাঙৰীয়া বিধায়ক থকা অৱস্থাত তেখেতৰ UNTIED FUND ৰে বিলাসীপাৰা ইন্দ্ৰ নাৰায়ণ একাডেমীৰ শ্ৰেণীকোঠা নিৰ্মাণৰ বাবে ৫০ লাখ টকা আগবঢ়াইছিল, সেয়া আজি সম্পূৰ্ণ হৈ উঠাত মাননীয় মন্ত্ৰীয়ে তাৰ শুভ উদ্বোধন ক'ৰে ।।

আজি ইং ৬ নবেম্বৰ দেওবাৰ দিনা বৰপেটা টাউন, জিলা পুথিভঁৰালত ক্ষেত্ৰীয় বুথ নিৰীক্ষণ আৰু পুনৰ গঠনৰ বৈঠক অনুষ্ঠিত হয়।।BJYM ...
06/11/2022

আজি ইং ৬ নবেম্বৰ দেওবাৰ দিনা বৰপেটা টাউন, জিলা পুথিভঁৰালত ক্ষেত্ৰীয় বুথ নিৰীক্ষণ আৰু পুনৰ গঠনৰ বৈঠক অনুষ্ঠিত হয়।।
BJYM Assam
Sidhanku Ankur Barua

At Guwahati khanapara Civic Repection program in honour of Smt. Droupati Murmu with Dr. Ashok Kumar Singhi sir and broth...
13/10/2022

At Guwahati khanapara
Civic Repection program in honour of Smt. Droupati Murmu with Dr. Ashok Kumar Singhi sir and brother
Jayanta R Mondal

13/10/2022

Happy birthday Dada
Pabitra Margherita

উজান বজাৰৰ ইকৰাৰ বেৰত মাটিৰে লেপি নিৰ্মাণ কৰা অসম আৰ্হিৰ দুটা কোঠাত আৰম্ভ হৈছিল সেই যাত্ৰা ৷ সম্বল কম আছিল যদিও হৃদয়ত আছ...
08/10/2022

উজান বজাৰৰ ইকৰাৰ বেৰত মাটিৰে লেপি নিৰ্মাণ কৰা অসম আৰ্হিৰ দুটা কোঠাত আৰম্ভ হৈছিল সেই যাত্ৰা ৷ সম্বল কম আছিল যদিও হৃদয়ত আছিল ত্যাগ আৰু সেৱাৰ দৃঢ় মানসিকতা ৷ উজান বজাৰত ৰোপণ হোৱা ভাৰতীয় জনতা পাৰ্টিৰ সেই সৰু গছৰ পুলিটোৱে এক দীঘলীয়া পৰিক্ৰমাৰে ৰাজগড় বিহুতলী হৈ ৰাজধানী নাৰ্চাৰীত ভাড়াঘৰত সংগঠন সংৰচনাৰ যোগেদি এক নিৰ্দিষ্ট লক্ষ্যত আগবাঢ়িল ৷ লাহে লাহে দলৰ প্ৰসাৰতা বৃদ্ধি হোৱাৰ লগে লগে স্থায়ী ঠিকনাৰ প্ৰয়োজন হোৱাত হেঙেৰাবাৰীত স্থাপন হ'ল পৰৱৰ্তী কাৰ্যালয় ৷ হেঙেৰাবাৰীৰ ঠেক গলিৰ মাজেৰে অহা যোৱা কৰি কাৰ্যালয় চলি থাকিল, যিটো কাৰ্যালয়ৰ পৰাই ২০১৪ চনত কেন্দ্ৰত আৰু ২০১৬ চনত অসমত পোন প্ৰথমবাৰৰ বাবে দল ক্ষমতালৈ আহিল ৷ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চলা চৰকাৰৰ জনমুখী সিদ্ধান্ত আৰু কৰ্মৰ বাবে দলৰ সৈতে জনতাৰ সংযোগ বাঢ়িল ৷ লগতে ইজনৰ পাছত সিজনকৈ কাৰ্যকৰ্তাৰ সংযোগ হোৱাত, এক বৃহৎ কাৰ্যালয়ৰ প্ৰয়োজনীয়তা আহি পৰিল ৷ কেৱল কাৰ্যকৰ্তাৰ পৰা সংগ্ৰহ কৰা দান-বৰঙণিৰে কাৰ্যকৰ্তাৰ বাবে এখন নতুন ঘৰৰ পৰিকল্পনা হ’ল যাৰ ঠিকনা হ’ল বেলতলা ৷ আজি সেই কাৰ্যালয়ৰ দুৱাৰ মুকলি অনুষ্ঠান ৷ অনাগত দিনত দলৰ সকলো কাৰ্যকৰ্তাৰ লগতে সকলো জনতাৰ যি সপোন তাক বাস্তবায়িত কৰিবলৈ ২৪ ঘণ্টাই এই কাৰ্যালয়ৰ পৰাই সেৱা আগবঢ়াব যাতে আমি পাৰোঁ অনাগত বহু যুগলৈ তাৰেই কল্পনা ৷ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ লগতে মোৰো এই নতুন কাৰ্যালয় মুকলিৰ শুভক্ষণত সুদৃশ্য ভৱনটোৰ চৌহদত ভৰি থৈ পণ লৈছো -- এজন গৌৰাম্বিত কাৰ্যকৰ্তা হিচাপে সদায় কাৰ্যালয়টোৰ মান-মৰ্যাদাৰ লগতে দলৰ সন্মান অটুত ৰাখিম দেহত এক বিন্দু তেজ থকা লৈকে ৷ আজিৰ এই শুভক্ষণত তাৰেই প্ৰতিজ্ঞা অদৃশ্যজনৰ ওচৰত ৷

ভাৰত মাতা কি জয় ৷

Address

Bilasipara

Telephone

+917002512919

Website

Alerts

Be the first to know and let us send you an email when Partha Saha BJYM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Partha Saha BJYM:

Share