11/02/2026
#যুৱ_প্ৰজন্মৰ_আশাৰ_কিৰণ
#বিৰসিং_জৰুৱাত_পৰিৱৰ্তন ।
নৱ প্ৰজন্মৰ আশা,পৰিবর্তনৰ প্ৰতীক- #শ্বৰীফ_আহমেদ ডাঙৰীয়া আজি #চুনাৰীপাৰা_নৱদয়_জাতীয়_বিদ্যালয়ত ২৬ জানুৱাৰী উপলক্ষে অনুষ্ঠিত ক্ৰীড়া প্ৰতিযোগিতাৰ বঁটা বিতৰণ অনুষ্ঠানত উপস্থিত থাকে । শিশুসকলৰ উৎসাহ, প্ৰতিভা আৰু আনন্দ দেখি গৌৰৱান্বিত অনুভৱ কৰে। 🇮🇳✨
Gaurav Gogoi
Bhanwar Jitendra Singh
Bhupen Borah
Ripun Bora
Indian National Congress - Assam
Dhubri District Congress Committee
Assam Pradesh Youth Congress
Indian National Congress