BJYM Sootea Mandal

BJYM Sootea Mandal Sootea Mandal under Biswanath District

ভাৰতীয় জনতা যুৱ মৰ্চা, চতিয়া মণ্ডলৰ তৰফৰ পৰা IT Cell In-charge  Manash Rajkhowa লৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা আৰু শুভকা...
13/08/2026

ভাৰতীয় জনতা যুৱ মৰ্চা, চতিয়া মণ্ডলৰ তৰফৰ পৰা IT Cell In-charge Manash Rajkhowa লৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। ❤️

ভগৱানৰ ওচৰত প্ৰাৰ্থনা—আপোনাৰ জীৱন সুখ, শান্তি, সুস্বাস্থ্য আৰু সফলতাৰে পৰিপূৰ্ণ হওক। আগন্তুক দিনবোৰত আৰু অধিক সফলতা লাভ কৰক। 🙏🎉

শুভ জন্মদিন 🎂

12/08/2026

ভাৰতীয় জনতা যুৱ মৰ্চা, চতিয়া মণ্ডলৰ বিষয়ববীয়া আৰু কাৰ্যনিৰ্বাহক সদস্যসকলৰ গুৰুত্বপূৰ্ণ বৈঠকখন সফলতাৰে অনুষ্ঠিত হয়।

উক্ত বৈঠকত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টী, চতিয়া মণ্ডলৰ সভাপতি শ্ৰী ৰঞ্জন অধিকাৰী ডাঙৰীয়া, ভাৰতীয় জনতা যুৱ মৰ্চা, বিশ্বনাথ জিলা সভাপতি শ্ৰী অমৃত হাজৰিকা ডাঙৰীয়া আৰু ভাৰতীয় জনতা যুৱ মৰ্চা, চতিয়া মণ্ডলৰ সভাপতি শ্ৰী বিশ্বজ্যোতি নাথ ডাঙৰীয়া। লগতে সমূহ সন্মানীয় কাৰ্যকৰ্তা সকল উপস্থিত থাকে

বিশেষকৈ 🇮🇳 তিৰংগা যাত্ৰা সফল আৰু গৌৰৱময় কৰি তোলাৰ উদ্দেশ্যে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় আৰু পৰিকল্পনা সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়।
BJP Assam Pradesh
BJYM Assam
BJP Biswanath District
Amrit Hazarika
Ranjan Adhikari
Biswajyoti Nath

বিশ্বনাথ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক তথা জনপ্ৰিয় নেতা শ্ৰী পল্লৱ লোচন দাস দেৱলৈ BJYM Sootea Mandal ৰ তৰফৰ পৰা জন...
10/08/2026

বিশ্বনাথ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক তথা জনপ্ৰিয় নেতা শ্ৰী পল্লৱ লোচন দাস দেৱলৈ BJYM Sootea Mandal ৰ তৰফৰ পৰা জন্মদিনৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। 💐🎂

ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ—তেখেতৰ সুস্বাস্থ্য, দীৰ্ঘায়ু আৰু সফলতাৰে পৰিপূৰ্ণ হওক আগন্তুক দিনসমূহ। জনসেৱাৰ ক্ষেত্ৰত তেখেতৰ নেতৃত্ব আৰু কৰ্মস্পৃহাই সদায় নতুন প্ৰেৰণা যোগাই যাওক।

শুভ জন্মদিন, পল্লৱ লোচন দাস দেৱ। 🎂💐
আপোনাৰ সুস্বাস্থ্য,.দীৰ্ঘায়ু কামনা কৰিলোঁ।*

Pallab Lochan Das

BJYM Sootea Mandal

03/08/2026
কাৰ্গিল বিজয় দিৱস উপলক্ষে মাতৃভূমিৰ সুৰক্ষাৰ বাবে নিজৰ সৰ্বোচ্চ উচৰ্গা কৰা অমৰ বীৰ শ্বহীদসকলক কোটি-কোটি প্ৰণাম। 🙏তেওঁলো...
26/07/2026

কাৰ্গিল বিজয় দিৱস উপলক্ষে মাতৃভূমিৰ সুৰক্ষাৰ বাবে নিজৰ সৰ্বোচ্চ উচৰ্গা কৰা অমৰ বীৰ শ্বহীদসকলক কোটি-কোটি প্ৰণাম। 🙏

তেওঁলোকৰ অদম্য সাহস, অসীম শৌৰ্য আৰু দেশপ্ৰেম যুগে যুগে প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত চিৰঅম্লান হৈ থাকিব আৰু যুগ যুগলৈ আমাক প্ৰেৰণা যোগায় ।

চতিয়া মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত সদ্য ঘোষণা হোৱা NEET পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ-ছাত্ৰীলৈ আন্তৰিক অভিনন্দন...
25/07/2026

চতিয়া মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত সদ্য ঘোষণা হোৱা NEET পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ-ছাত্ৰীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।💐🎉

আপোনালোকৰ কঠোৰ পৰিশ্ৰম, অধ্যৱসায় আৰু আত্মবিশ্বাসে এই সাফল্য সম্ভৱ কৰি তুলিছে। এই কৃতিত্ব কেৱল আপোনালোকৰ পৰিয়ালৰেই নহয়, সমগ্ৰ সমাজৰ বাবে গৌৰৱৰ বিষয়।
ভৱিষ্যতে দক্ষ, মানৱীয় আৰু দায়িত্বশীল চিকিৎসক হিচাপে দেশ আৰু সমাজৰ সেৱাত নিজকে উৎসৰ্গা কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস।🙏

BJP Assam Pradesh
BJYM Assam
BJYM Biswanath District
BJYM Sootea Mandal
Amrit Hazarika
Ranjan Adhikari
Biswajyoti Nath

🇮🇳 ৰাষ্ট্ৰীয় পতাকা গ্ৰহণ দিৱস 🇮🇳আমাৰ ৰাষ্ট্ৰীয় পতাকা আমাৰ গৌৰৱ, সন্মান আৰু স্বাভিমানৰ প্ৰতীক। ৰাষ্ট্ৰীয় পতাকাৰ তলতে আ...
22/07/2026

🇮🇳 ৰাষ্ট্ৰীয় পতাকা গ্ৰহণ দিৱস 🇮🇳

আমাৰ ৰাষ্ট্ৰীয় পতাকা আমাৰ গৌৰৱ, সন্মান আৰু স্বাভিমানৰ প্ৰতীক। ৰাষ্ট্ৰীয় পতাকাৰ তলতে আমি ঐক্যবদ্ধ, শক্তিশালী আৰু সমৃদ্ধ ভাৰত গঢ়াৰ সংকল্প লওঁ।
ৰাষ্ট্ৰীয় পতাকা গ্ৰহণ দিৱসৰ শুভক্ষণত সকলো দেশবাসীক আন্তৰিক শুভেচ্ছা জনাইছোঁ।

জয় হিন্দ! 🇮🇳

BJYM Sootea Mandal

Address

Sootea
Biswanath Chariali
784175

Website

Alerts

Be the first to know and let us send you an email when BJYM Sootea Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share