NSUI Unit Of Biswanath College

NSUI Unit Of Biswanath College বিশ্বনাথ কলেজৰ ছাত্ৰ- ছাত্ৰী বা আন যিকোনো সামাজিক কামৰ বাবে আমি সকলো সদায় আছো।

আজি প্ৰয়াত ইন্দিৰা গান্ধিৰ মৃত্যু তিথি হিচাপে আমি বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিয়ে তেওঁক শ্ৰদ্ধান্জলি জনালো
31/10/2022

আজি প্ৰয়াত ইন্দিৰা গান্ধিৰ মৃত্যু তিথি হিচাপে আমি বিশ্বনাথ জিলা কংগ্ৰেছ কমিটিয়ে তেওঁক শ্ৰদ্ধান্জলি জনালো

Chhath Puja At Biswanath chariali ✨💕
30/10/2022

Chhath Puja At Biswanath chariali ✨💕

💖💖💖💖
27/10/2022

💖💖💖💖

27/10/2022
আজি ইং ২৫/১০/২০২২ তাৰিখ। পোন প্ৰথমতে দীপাৱলীৰ অশেষ শুভকামনা জনালো লগতে বিশ্বনাথ চাৰিআলিত যিমানবোৰ আমাৰ বন্ধু-বান্ধৱী পঢ়া...
25/10/2022

আজি ইং ২৫/১০/২০২২ তাৰিখ। পোন প্ৰথমতে দীপাৱলীৰ অশেষ শুভকামনা জনালো লগতে বিশ্বনাথ চাৰিআলিত যিমানবোৰ আমাৰ বন্ধু-বান্ধৱী পঢ়াৰ নিমিত্তে নিজৰ আপোন ঘৰখনৰ পৰা আতঁৰত ব্যক্তিগত Paying guest বা Hostelত আছে আৰু এই পোহৰৰ উৎসৱত আপোন ঘৰখনলৈ যাব পৰা নাই, সেয়েহে তেওঁলোকৰ লগত আমি বিশ্বনাথ কলেজৰ NSUI গোটৰ সহযোগত ক্ষন্তেক সময় অতিবাহিত কৰিলো, ফূৰ্তি কৰিলো।

everyone observe diwali carefully 😊
23/10/2022

everyone observe diwali carefully 😊

Address

Biswanath Chariali
Biswanath Chariali
784176

Website

Alerts

Be the first to know and let us send you an email when NSUI Unit Of Biswanath College posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share