04/09/2026
ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীযুত ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰিলোঁ। প্ৰভু ভগৱন্তই আপোনাক সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কৰক। 🙏
BJP Mahila Morcha Assam Pradesh BJP Biswanath District BJP Assam Pradesh