Biswanath Sadar Anchalik AAGSU

Biswanath Sadar Anchalik AAGSU एउटै खुन एउटैजाति, राखौँ भरोसा आग्सु माथि एक जाति, एक मञ्च, अधिकार हासिल हाम्रो लक्ष । जयतु जननी असम...

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ সন্মানীয় সভাপতিলৈ জন্মদিনৰ এই শুভ ক্ষণত অকিত্ৰম শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ...
28/03/2026

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ সন্মানীয় সভাপতিলৈ জন্মদিনৰ এই শুভ ক্ষণত অকিত্ৰম শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনাৰ জীৱন সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰি উঠক। আপোনাৰ সপোনবোৰ পূৰ্ণ হওক, আপোনাৰ হৃদয় সুখ আৰু আনন্দৰে পৰিপূৰ্ণ হওক। বিশ্বনাথ সদৰ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা জন্মদিনৰ শুভেচ্ছা থাকিল দাদা ❤️🙏🏻 Sunil Gorkha Sutar

 াতীয়_জীৱনৰ_অক্লান্ত_সেনানী সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ পৱিত্ৰ মজিয়াৰ পৰা সদ্য বিদায়ী উপ- সভাপতি শ্ৰদ্ধাৰ দিলীপ গজুৰেল ...
21/03/2026

াতীয়_জীৱনৰ_অক্লান্ত_সেনানী
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ পৱিত্ৰ মজিয়াৰ পৰা সদ্য বিদায়ী উপ- সভাপতি শ্ৰদ্ধাৰ দিলীপ গজুৰেল দেৱৰ লগতে বিশ্বনাথ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সাঃ সম্পাদক শ্ৰদ্ধাৰ প্ৰকাশ খনাল দেৱৰ লগতে অন্য সংগ্ৰামী সতীৰ্থলৈ আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা,বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা "বিদায় সম্বৰ্ধনা অনুষ্ঠান" আমি বিশ্বনাথ সদৰ আঞ্চলিক সমিতিৰ হৈ সম্বৰ্ধনা জনাও । ।
শ্ৰদ্ধাৰ দিলীপ গজুৰেল ডাঙৰীয়া আপুনি আমাক যিদৰে ৰাস্তাৰ দেখুৱাইছিল, সকলো পৰিস্থিতিত সহায় কৰিছিল ঠিক সেইদৰেই আগন্তুক দিনতো আমাক কৰিব বুলি আশা কৰিছো। ।
Dilip Gajurel
Prakash PK Khanal
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলা
Biswanath Sadar Anchalik AAGSU

আজি সদৌ অসম গোর্খা ছাত্র সন্থা বিশ্বনাথ জিলা সমিতিৰ   ভা: সাধাৰণ সম্পাদক হিচাপে নৱদ্বীপ ছেত্ৰীয়ে Nabadeep Kaudinya Chet...
15/03/2026

আজি সদৌ অসম গোর্খা ছাত্র সন্থা বিশ্বনাথ জিলা সমিতিৰ ভা: সাধাৰণ সম্পাদক হিচাপে নৱদ্বীপ ছেত্ৰীয়ে Nabadeep Kaudinya Chetry দ্বায়িত্বভাৰ গ্ৰহণ কৰে ।
আমি বিশ্বনাথ সদৰ আঞ্চলিক সমিতিৰ হৈ তেওঁক শুভেচ্ছাৰ জনাও।
জয় আই অসম ।
জয় গোৰ্খা ।
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলা
Biswanath Sadar Anchalik AAGSU

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, বিশ্বনাথ মহাবিদ্যালয় গোটৰ সভাপতি চিৰাগ ছেত্ৰীক আজি জন্মদিনৰ শুভ মুহুৰ্তত আন্তৰিক শুভেচ্ছা জ...
17/02/2026

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, বিশ্বনাথ মহাবিদ্যালয় গোটৰ সভাপতি চিৰাগ ছেত্ৰীক আজি জন্মদিনৰ শুভ মুহুৰ্তত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।।।


Chirag Chetry

✅📌স্বাধীনতা সেনানী বাবু ছবিলাল উপাধ্যায় দেৱৰ মৃত্যু বাৰ্ষিকীৰ পবিত্ৰ ক্ষণত আমি‌ বিশ্বনাথ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ তৰ...
24/01/2026

✅📌স্বাধীনতা সেনানী বাবু ছবিলাল উপাধ্যায় দেৱৰ মৃত্যু বাৰ্ষিকীৰ পবিত্ৰ ক্ষণত আমি‌ বিশ্বনাথ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেখেতৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।🙏💐
দেশমাতৃৰ মুক্তিৰ বাবে তেখেতে আগবঢ়োৱা ত্যাগ, সাহস আৰু আত্মবলিদান আমাৰ বাবে চিৰন্তন প্ৰেৰণাৰ উৎস হৈ থাকিব।
তেখেতৰ আদৰ্শ, দেশপ্ৰেম আৰু ন্যায়-সংগ্ৰাম আমাৰ জীৱনত সদায় পথপ্ৰদৰ্শক হৈ ৰওক।
শ্ৰদ্ধাৰে সুঁৱৰিছোঁ মহান স্বাধীনতা সেনানীক —
মৃত্যু বাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলি জনালোঁ। 🙏💐

Biswanath Sadar Anchalik AAGSU
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলা
Dilip Gajurel

APSC MOCK TESTOrganised by All Assam Gorkha Students' Union (AAGSU) in collaboration with SPM IAS Academy📌 Limited seats...
07/01/2026

APSC MOCK TEST
Organised by All Assam Gorkha Students' Union (AAGSU) in collaboration with SPM IAS Academy

📌 Limited seats available!
Hurry up and secure your slot by completing the registration at the earliest.

👉 To register, scan the QR code below or visit the registration link: https://forms.gle/xi46Sp9YvCNQM5pP9

Note: Last Date Of Registration 10 January 2026.
DiDilip Gajurelদসদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলাiBiswanath Sadar Anchalik AAGSU

26/12/2025

Jai Gorkha
Jai aai Axom
AAGSU LONG LIVE

১৯৭৬ চনৰ আজিৰ দিনটোতে ৰাজ্যিক ভিত্তিত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই প্ৰতিষ্ঠা লাভ কৰিছিল। অৱশ্যে, ১৯৪৬ চনৰ ১৩ নবেম্বৰ তাৰি...
26/12/2025

১৯৭৬ চনৰ আজিৰ দিনটোতে ৰাজ্যিক ভিত্তিত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই প্ৰতিষ্ঠা লাভ কৰিছিল। অৱশ্যে, ১৯৪৬ চনৰ ১৩ নবেম্বৰ তাৰিখে তেজপুৰ গোৰ্খা ছাত্ৰ সন্থা, ১৯৫২ চনত দৰং জিলা গোৰ্খা ছাত্ৰ সন্থা আৰু ১৯৬৭-৭৮ চনতেই হাফলং গোৰ্খা ছাত্ৰ সন্থাৰ জন্ম হৈছিল। কিন্তু, ৰাজ্য ভিত্তিক সংগঠনটোৱে 'সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (All Assam Gorkha Students' Union— AAGSU)' নামেৰে ১৯৭৬ চনৰ আজিৰ দিনটোতে প্ৰতিষ্ঠা লাভ কৰিছিল।

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU) ৰ 50 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ শুভ ক্ষণত সদৌটিলৈ আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিলো।
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা জিন্দাবাদ।✊️
জয় আই অসম ।✊️✊️


Dilip Gajurel
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলা
Biswanath Sadar Anchalik AAGSU

৫০ বছৰৰ গৌৰৱময় যাত্ৰা সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা📅 ২৬–২৭ ডিচেম্বৰ, ২০২৫📍 অইল বিহুতলী প্ৰাঙ্গণ, দুলিয়াজান, ডিব্ৰুগড়গোৰ্খা ...
24/12/2025

৫০ বছৰৰ গৌৰৱময় যাত্ৰা
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা
📅 ২৬–২৭ ডিচেম্বৰ, ২০২৫
📍 অইল বিহুতলী প্ৰাঙ্গণ, দুলিয়াজান, ডিব্ৰুগড়
গোৰ্খা জাতিৰ অধিকাৰ, ঐক্য আৰু আত্মসম্মানৰ বাবে
অবিৰাম সংগ্ৰামৰ ৫০ বছৰৰ এই ঐতিহাসিক ক্ষণত
সোনালী জয়ন্তী শুভাৰম্ভ সমাৰোহ অনুষ্ঠিত হ’ব।
এই উপলক্ষে
বিশ্বনাথ জিলাৰ বিশ্বনাথ সদৰ আঞ্চলিকৰ নিমন্ত্ৰণ প্ৰচাৰ অভিযান
জোৰদাৰভাৱে চলি আছে।
আহক, এই গৌৰৱময় ইতিহাসৰ সাক্ষী হওঁ।
সকলোৰে উপস্থিতি কামনা কৰা হৈছে।
সদৌ অসম গোর্খা ছাত্ৰ সন্থা জিন্দাবাদ
জয় গোর্খা ✊️
জয় আই অসম✊️
Dilip Gajurel
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলা
Biswanath Sadar Anchalik AAGSU
Sunil Gorkha Sutar
Prakash PK Khanal
Paá Wáãń Gorkha Chetry
Bikash Sharma
Mausam Sarmah
Chirag Chetry
Hitesh Gautam
Saurav Chapagain

আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া (দাদা)ৰ লগত লগ পাই আমি আঞ্চলিক সমিতি আনন্দিত হলোঁ ।।Dilip ...
24/12/2025

আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া (দাদা)ৰ লগত লগ পাই আমি আঞ্চলিক সমিতি আনন্দিত হলোঁ ।।
Dilip Gajurel
All Assam Gorkha Students' Union
Biswanath Sadar Anchalik AAGSU



১৯৮৩-১৯৮৪ চনৰ বিশ্বনাথ সদৰ আঞ্চলিক আগ্সু (ANSU) ৰ সাধাৰণ সম্পাদক ঠাকুৰ ঘিমিৰে, লগতে বিশ্বনাথ সদৰ আঞ্চলিক গোৰ্খা ছাত্ৰ সন...
23/12/2025

১৯৮৩-১৯৮৪ চনৰ বিশ্বনাথ সদৰ আঞ্চলিক আগ্সু (ANSU) ৰ সাধাৰণ সম্পাদক ঠাকুৰ ঘিমিৰে, লগতে বিশ্বনাথ সদৰ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মী সকলক সোণালী জয়ন্তী শুভাৰম্ভ সমাৰোহত আমি তেখেত সকলক নিমন্ত্ৰণীপত্ৰ আগবঢ়ালো ।

Dilip Gajurel
Biswanath Sadar Anchalik AAGSU
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা বিশ্বনাথ জিলা
Nomal Bhattarai
Nabadeep Kaudinya Chetry
Paá Wáãń Gorkha Chetry
Kushal Sarmah
Bikash Sharma
Mausam Sarmah
Kabyajeet Chetry
Chirag Chetry
Hitesh Gautam
Sunil Gorkha Sutar
Prakash PK Khanal

Address

Biswanath Chariali
784176

Website

Alerts

Be the first to know and let us send you an email when Biswanath Sadar Anchalik AAGSU posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category