Online Biswanath

Online Biswanath Biswanath is an administrative district of Assam with headquarters at Biswanath Chariali. It has derives its name from historic Biswanath Ghat.

Biswanath has a very important historical significance. Biswanath Chariali is a city and district headquarters of Biswanath district. It derives its name from Biswanath Ghat.

23/01/2022

She is our own Gaglina Ashrayan ❤️
Pride of Biswanath
Pride of Assam
Pride of India

ভোগালীৰ শুভেচ্ছাৰে ❤️
13/01/2022

ভোগালীৰ শুভেচ্ছাৰে ❤️

World's smallest river island and mighty Brahmaputra ♥️Pic Courtesy :- Abinash Kalita
10/01/2022

World's smallest river island and mighty Brahmaputra ♥️

Pic Courtesy :- Abinash Kalita

04/01/2022

Watch this beautiful video of Shubhankar Mishra on our Guptkashi Biswanath Ghat !
Like & Share

অসমৰ প্ৰথমটো আধুনিক অংগনবাড়ী কেন্দ্ৰ আজি মুকলি হ'ল বিশ্বনাথত !
02/01/2022

অসমৰ প্ৰথমটো আধুনিক অংগনবাড়ী কেন্দ্ৰ আজি মুকলি হ'ল বিশ্বনাথত !

❤️ Beautiful Biswanath ❤️PC- Sahid Ansari
19/12/2021

❤️ Beautiful Biswanath ❤️

PC- Sahid Ansari

শংকৰদেৱ শিশু/বিদ্যা‌‌ নিকেতন, বিশ্বনাথ চাৰিআলিৰ তৰফৰ পৰা অসম আৰোগ্য নিধিলৈ ৫০,০০০(পঞ্চাশ হাজাৰ ) টকা সন্মানীয় বিধায়ক মহো...
22/04/2020

শংকৰদেৱ শিশু/বিদ্যা‌‌ নিকেতন, বিশ্বনাথ চাৰিআলিৰ তৰফৰ পৰা অসম আৰোগ্য নিধিলৈ ৫০,০০০(পঞ্চাশ হাজাৰ ) টকা সন্মানীয় বিধায়ক মহোদয়ৰ যোগেদি প্ৰদান কৰা হয় ৷

21/04/2020
বিভিন্ন জাতি জনগোষ্ঠীয় সমন্বয়ৰ মিলন ভূমি পাভৈত প্রতি বছৰে গৰু বিহুৰ দিনা শ্রী শ্রী চড়ক পূজা অনুষ্ঠিত হয়। শিৱ ভক্ত সকলে...
12/04/2020

বিভিন্ন জাতি জনগোষ্ঠীয় সমন্বয়ৰ মিলন ভূমি পাভৈত প্রতি বছৰে গৰু বিহুৰ দিনা শ্রী শ্রী চড়ক পূজা অনুষ্ঠিত হয়। শিৱ ভক্ত সকলে প্রায় ৭ দিন সম্পূর্ণ নীতি নিয়মৰে উপবাসে থাকি গৰু বিহুৰ দিনা শৰীৰৰ বিভিন্ন অংগ পিঠি, জিভা, ওঠত কাটা লগায় পবিত্র নদীৰ পৰা শিৱমন্দিৰ লৈ খোজকাঢ়ি যায়। এই বেলি পাভৈ চাহবাগিচা মৰৱথানৰ ৰাইজে কৰোণা মহামাৰীৰ বাবে সকলো বাতিল কৰি নদীলৈ আহি আজি ৫/৬ মান পূজা সমিতি, ভক্ত আহি প্ৰশাসনৰ অনুমতি লৈ চাকি, ধূপ জলাই প্রভুক প্রাথনা কৰে সমগ্র মানৱ জাতিৰ কল্যাণৰ বাবে।

🖐️
15/01/2020

🖐️

সাধাৰু লক্ষ্মী পূজা‌!
13/10/2019

সাধাৰু লক্ষ্মী পূজা‌!

বিশ্বনাথ চাৰিআলি ধৰ্মশালা পূজা মণ্ডপ!
04/10/2019

বিশ্বনাথ চাৰিআলি ধৰ্মশালা পূজা মণ্ডপ!

Address

Biswanath Chariali

Alerts

Be the first to know and let us send you an email when Online Biswanath posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Online Biswanath:

Share