31/08/2026
আজি বিশ্বনাথ অসামৰিক চিকিৎসালয়ৰ সন্মানীয় অধ্যক্ষ ডঃ ৰিপন চেতিয়া ছাৰৰ লগত চিকিৎসালয়ৰ সজাগতা সভা, স্বচ্ছতা, বিভিন্ন বিষয়ত আলোচনা কৰা হয় ।
উপস্থিত থাকে সাকোমঠা মণ্ডল যুৱ মৰ্চাৰ সভাপতি শিৱা মুণ্ডা উপ-সভাপতি বাবলু গড়, সম্পাদক সুভাষ তাঁতী Media Incharge নয়ন জ্যোতি গোৱালা লগতে মৰ্চাৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে।
BJP Assam Pradesh
BJYM Assam
BJYM Shakomatha Mandal
Ashim Das Bjp Baba
Tarun Nag
Pallab Lochan Das
Siva Mundaa
Nayan Jyoti Gowala