BJYM Biswanath Mandal

BJYM Biswanath Mandal ভাৰতীয় জনতা যুৱ মৰ্চ্চা, বিশ্বনাথ মণ্ডল

ভাৰতীয় জনতা যুৱ মৰ্চা বিশ্বনাথ জিলাৰ নৱ নিযুক্ত সভাপতি অমৃত হাজৰিকা ডাঙৰীয়ালৈ বিশ্বনাথ মণ্ডল যুৱ মৰ্চাৰ তৰফৰ পৰা আন্তৰ...
07/10/2025

ভাৰতীয় জনতা যুৱ মৰ্চা বিশ্বনাথ জিলাৰ নৱ নিযুক্ত সভাপতি অমৃত হাজৰিকা ডাঙৰীয়ালৈ বিশ্বনাথ মণ্ডল যুৱ মৰ্চাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিছো।

ভাৰতীয় জনতা পাৰ্টি বিশ্বনাথ মণ্ডলৰ যুৱ মৰ্চাৰ সভাপতি শ্ৰীযুত বিজিত শইকীয়া দেৱক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।🎂...
11/09/2025

ভাৰতীয় জনতা পাৰ্টি বিশ্বনাথ মণ্ডলৰ যুৱ মৰ্চাৰ সভাপতি শ্ৰীযুত বিজিত শইকীয়া দেৱক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।🎂💐
বিজিত শইকীয়া

আজি ভাৰতীয় জনতা পাৰ্টী বিশ্বনাথ জিলাৰ উদ্যোগত আমবাৰী ধৰ্মশালা প্ৰাংগনত বিভাজন বিভীষিকা স্মৃতি দিৱস অনুষ্ঠিত হয়। আজি বি...
14/08/2025

আজি ভাৰতীয় জনতা পাৰ্টী বিশ্বনাথ জিলাৰ উদ্যোগত আমবাৰী ধৰ্মশালা প্ৰাংগনত বিভাজন বিভীষিকা স্মৃতি দিৱস অনুষ্ঠিত হয়।
আজি বিশ্বনাথ জিলাৰ সভাপতি অসীম কুমাৰ দাস দেৱৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত উপস্থিত থাকে মুখ্য বক্তা হিচাপে নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা দেৱ, বিশ্বনাথ সমষ্টিৰ সন্মানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰ দেৱ,বিহালী সমষ্টিৰ সন্মানীয় বিধায়ক দিগন্ত ঘাটোৱাল দেৱ, বিশ্বনাথ পৌৰসভাৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ দেৱ, ভৰতীয় জনতা পাৰ্টী বিশ্বনাথ জিলাৰ সাধাৰণ সম্পাদক,সম্পাদক, উপ সভাপতি সকল ,মণ্ডল সভাপতি সকলকে প্ৰমুখ্যে কৰি দলীয় বিভিন্ন পৰ্যায়ৰ কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে।

আজি এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ভাৰতীয়
জনতা পাৰ্টি বিশ্বনাথ জিলাৰ উদ্যোগত এক মৌন সমদল উলিওৱা হয়।

Promod Borthakur
Ashim Das Bjp Baba

BJP Assam Pradesh ৰ নৱনিযুক্তমুখ্য মুখপাত্ৰ মোৰ অতি মৰমৰ ককাইদেউ Kishore Kr Upadhyay  ডাঙৰীয়ালৈ  আন্তৰিক শুভেচ্ছা আৰু অভ...
19/06/2025

BJP Assam Pradesh ৰ নৱনিযুক্ত
মুখ্য মুখপাত্ৰ মোৰ অতি মৰমৰ ককাইদেউ Kishore Kr Upadhyay ডাঙৰীয়ালৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ।
ৰাজনৈতিক যাত্ৰাত সেৱাৰ মনোভাৱেৰে গঢ় লৈ উঠা আপোনাৰ প্ৰতিটো সু-সংগঠিত চিন্তা বাস্তৱায়িত কৰাত মা কামাখ্যাই আশীৰ্বাদ কৰক।

ৰাজ্যিক বিজেপিৰ উপ সভাপতি ৰূপে পুনৰবাৰ দায়িত্ব প্ৰাপ্ত মাননীয় Ashok Kumar Bhattarai দেৱক আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ...
19/06/2025

ৰাজ্যিক বিজেপিৰ উপ সভাপতি ৰূপে পুনৰবাৰ দায়িত্ব প্ৰাপ্ত মাননীয় Ashok Kumar Bhattarai দেৱক আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰিছো।
BJP Assam Pradesh

বিজেপি অসম প্ৰদেশৰ নৱ নিযুক্ত সমূহ বিষয়ববীয়ালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ ।
19/06/2025

বিজেপি অসম প্ৰদেশৰ নৱ নিযুক্ত সমূহ বিষয়ববীয়ালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ ।

ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক ৰূপে পুনৰবাৰ দায়িত্ব প্ৰাপ্ত মাননীয় Pallab Lochan Das  দাস দেৱক আন্তৰিক শুভেচ্ছা জ্ঞাপন...
19/06/2025

ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক ৰূপে পুনৰবাৰ দায়িত্ব প্ৰাপ্ত মাননীয় Pallab Lochan Das দাস দেৱক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।

বিশ্বনাথ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী যুত প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াৰ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তে...
15/06/2025

বিশ্বনাথ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী যুত প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়াৰ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেখেতৰ সু-স্বাস্থ্য ও দীৰ্ঘায়ু কামনা কৰিলোঁ।

Address

Dagoan, Biswanath
Biswanath Chariali
784176

Alerts

Be the first to know and let us send you an email when BJYM Biswanath Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJYM Biswanath Mandal:

Share